• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

4 years ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

57 minutes ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

1 hour ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

2 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

3 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

3 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

5 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

5 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

6 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

7 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

8 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

editor by editor
August 8, 2022
in Uncategorized
0
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?
0
SHARES
929
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভংগ হ’ব নেকি BJP-JDUৰ মিত্ৰতা? RJD-কংগ্ৰেছক লৈ চৰকাৰ গঠন কৰিব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে? তাকে লৈ এতিয়া চৰ্চা অব্যাহত৷ কিয়নো বিগত কিছুদিন ধৰি বিজেপিৰ পৰা দূৰত্ব অৱস্থান কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই দূৰত্বই বিজেপিৰ সৈতে মিত্ৰতা অন্ত পৰাৰ ইংগিত বুলি চৰ্চা ৰাজনৈতিক মহলত৷

বিজেপিৰ পৰা কেনেদৰে দূৰত্বত অৱস্থান কৰিছে মুখ্যমন্ত্ৰী নীতিশে—

  • ১৭ জুলাইত তিৰংগা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হৈছি৷ কিন্তু বৈঠকত উপস্থিত নাছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ৷
  • ২২ জুলাইত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিদায় অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল মুখ্যমন্ত্ৰী নীতিশক৷ তাতো উপস্থিত নহ’ল মুখ্যমন্ত্ৰীগৰাকী৷
  • ২৫ জুলাইত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠানলৈও নীতিশ কুমাৰক আমন্ত্ৰণ জনোৱা হৈছিল যদিও উপস্থিত নাথাকিল মুখ্যমন্ত্ৰী নীতিশ৷
  • ৭ আগষ্টত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নিটি আয়োগৰ বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আহ্বান কৰা হৈছিল। তাতো উপস্থিত নাথাকিল মুখ্যমন্ত্ৰীগৰাকী৷
  • সূত্ৰ অনুসৰি ৭ আগষ্টত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে ফোনযোগে বাৰ্তালাপ নীতিশ কুমাৰৰ৷
  • ৯ আগষ্টত আৰজেডিয়ে দলৰ সকলো বিধায়কক লৈ এক বৈঠকত মিলিত হ’ব৷
  • আজি সন্ধিয়াৰ ভিতৰত বিহাৰ কংগ্ৰেছৰ সকলো বিধায়কক পাটনাত উপস্থিত হ’বলৈ নিৰ্দেশ দলটোৰ৷
  • ১১ আগষ্টত জেডিইউৰ সকলো সাংসদ আৰু বিধায়কক পাটনালৈ তলব মুখ্যমন্ত্ৰী নীতিশৰ৷

BJP-JDUৰ মাজত দূৰত্ব বৃদ্ধি পোৱা কাৰণৰসমূহত ভিতৰত অন্যতম কাৰণ হ’ল—

প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা JDUৰ প্রাক্তন ৰাষ্ট্রীয় সভাপতি আৰ চি পি সিঙে কেনেদৰে অবাধ সম্পত্তি আহৰণ কৰিছিল, সেই সন্দর্ভত দলটোৱে স্পষ্টীকৰণ বিচৰাৰ পাছতে আৰ চি পিয়ে দলৰ প্রাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছিল৷ বিহাৰৰ ৰাজনৈতিক মহলত চৰ্চিত যে বিজেপি নেতাৰ সৈতে আৰ চি পি সিঙৰ অতি ভাল সম্পৰ্ক আছে৷ নেতাজনে বিজেপিৰ মানুহ হিচাপে কাম কৰাৰো অভিযোগ আছে। আৰু এই সুসম্পৰ্কৰ কাৰণেই বিগত বৰ্ষত  নীতিশ কুমাৰৰ সন্মতি অবিহনে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল আৰ চি পি সিঙে৷ কিন্তু নীতিশ কুমাৰে তৃতীয়বাৰৰ বাবে আৰ চি পি সিঙক ৰাজ্যসভালৈ নপঠিয়ালে৷ যাৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰিবলগীয়া হয় আৰ চি পি সিঙে৷ আৰু তাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী নীতিশ আৰু আৰ চি পি সিঙৰ মাজৰ দূৰত্ব বৃদ্ধি পায়৷ কিয়নো মুখ্যমন্ত্ৰী নীতিশে অনুভৱ কৰিছিল যে বিজেপিয়ে আৰ চি পি সিঙৰ জৰিয়তে JDUক দুৰ্বল কৰিব বিচাৰিছে৷ আৰু এনেকৈয়ে বিজেপিৰ সৈতে দূৰত্ব বৃদ্ধি পায় বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ৷

অৱশ্যে বিহাৰৰ ৰাজনীতিয়ে কি গতি লয়, সেয়া আগন্তু সময়তহে স্পষ্ট হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.