• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

4 years ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

5 minutes ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

26 minutes ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

1 hour ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

3 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

12 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

12 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

13 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

13 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

14 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

15 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

15 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

editor by editor
August 22, 2022
in অপৰাধ, অসম
0
প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?
0
SHARES
17k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকলৈ ভিডিঅ’ কল কৰি আত্মহত্যা কৰিছে এগৰাকী যুৱতীয়ে৷ এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীত৷

ঘটনাৰ বিৱৰণীৰ মতে গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ হৰবালা পথৰ এটা পিজিত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে৷ পিজিটোৰ বাৰ্থৰুমৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷

আত্মহত্যা কৰা যুৱতীগৰাকী শৰ্মিষ্ঠা ঘোষ বুলি চিনাক্ত কৰা হৈছে৷ শৰ্মিষ্ঠা ঘোষৰ ঘৰ পশ্চিমবংগৰ আলিপুৰদুৱাৰত৷

লগতে পঢ়ক বৃক্ক বা কিডনীৰ কৰ্কটৰোগ কি? আৰু ল’বলগীয়া সচেতনতাৰ বিষয়ে কিছু কথা…

যুৱতীগৰাকী ব্ৰহ্মপুত্ৰ নাৰ্চিং ইনষ্টিটিউটৰ ছাত্ৰী আছিল৷ ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে৷

আৰক্ষীয়ে প্ৰাথমিক তদন্তত যুৱতীগৰাকীয়ে আত্মহত্যাৰ সময়ত প্ৰেমিকলৈ ভিডিঅ’ কলৰ তথ্য লাভ কৰিছে৷ আৰক্ষীয়ে যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সময়ত ব্যৱহাৰ কৰা ফোনটোও উদ্ধাৰ কৰিছে৷

আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHৰ মৰ্গত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamGirl Suicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

May 4, 2026
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

May 4, 2026
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?
ৰাজনীতি

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

May 3, 2026
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Next Post
আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি

গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

গেৰুৱা হ’ব অভিনেতা চুনু ছুড! অতি শীঘ্ৰেই যোগদান কৰিব বিজেপিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.