• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

4 years ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

41 minutes ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

1 hour ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

4 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

5 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

7 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

7 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

8 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

9 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

9 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

9 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

10 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

editor by editor
September 4, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছবছৰীয়া এটা সম্পৰ্ক পূৰ্ণ হ’ল। পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত দুই সমকামী নাৰী তামিলনাডুৰ সুবিক্ষা সুব্ৰমণীয়ে বাংলাদেশৰ টিনা বিবাহপাশত আবদ্ধ হয়। যোৱা বুধবাৰে চেন্নাইত সমলিংগ দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়। তামিল ব্ৰাহ্মণ পৰিয়ালৰ কন্যা সুবিক্ষ আৰু ৰক্ষণশীল বাংলাদেশী পৰিয়ালৰ কন্যা টিনাৰ বিবাহ অনুষ্ঠান তামিল ব্ৰাহ্মণ ৰীতি-নীতি অনুসৰি সম্পূৰ্ণ হয়।

ছয় বছৰীয়া সমলিংগ সম্পৰ্কটোক প্ৰথমাৱস্থাত দুয়োৰে পৰিয়ালে স্বীকাৰ কৰি ল’বলৈ আপত্তি কৰিছিল যদিও পিছলৈ পৰিয়ালে দুই সমলিংগ নাৰীৰ বিবাহৰ বাবে সন্মতি প্ৰদান কৰে৷ ইয়াৰ পাছতে সমলিংগ দম্পতীয়ে দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহপাশত আবদ্ধ হয়।

বিবাহৰ পাছত ২৯ বছৰীয়া সুবিক্ষাই কয়, ‘‘বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত এই দিনটো দেখি বৰ ভাল লাগিছে। দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে সকলো ৰীতি-নীতি পালন কৰি বিয়া হোৱাটো আমাৰ সপোন আছিল। অৱশেষত সেই সপোন বাস্তৱায়িত হ’ল।”

লগতে পঢ়ক নিৱনুৱাৰ বাবে সুখবৰ, SAILত কেইবা শতাধিক পদ খালী, শীঘ্ৰেই কৰক আবেদন…

সুবিক্ষাৰ মাতৃ পূৰ্ণপুষ্কলা সুব্ৰমণীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকৰ ছোৱালীজনীৰ সমকামী সম্পৰ্ক সমাজত প্ৰচাৰ হ’লে নিন্দাৰ ধুমুহা আহিব বুলি ভাবি প্ৰথমতে বৰ ভয় খাইছিল। কিন্তু সুবিক্ষাই সিহঁতক ভালদৰে বুজাই দিয়াৰ পিছত সেই উদ্বিগ্নতা নোহোৱা হৈ গ’ল। সিহঁতে বুজি পালে যে ছোৱালীজনীৰ মংগলটোৱেই আচল কথা। সমাজৰ চকুৰ মিঠাইৰ কথা চিন্তা কৰাটো সম্পূৰ্ণ অৰ্থহীন। সুবিক্ষৰ মাক-দেউতাকে মনোবিজ্ঞানী এজনৰ ওচৰলৈও গৈ কাউনছেলিঙৰ দ্বাৰা তেওঁলোকৰ মানসিকতা সলনি কৰে বুলিও উল্লেখ কৰে।

ইফালে ৩৫ বছৰীয়া টিনা ইয়াৰ পূৰ্বেও বিবাহপাশত আৱদ্ধ হৈছিল। ১৯ বছৰ বয়সত টিনাৰ মাক-দেউতাকে গম পাইছিল যে টিনা সমকামী। তেওঁলোকে ভাবিছিল যে ছোৱালীজনী মানসিক ৰোগত আক্ৰান্ত হৈছে। সেয়ে টিনাক এজন পুৰুষৰ সৈতে বলপূৰ্বকভাৱে বিয়া দিয়া হৈছিল। কিন্তু কেইবছৰমানৰ পাছত সেই বিবাহ ভাঙি যায়।

২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমলিংগ সম্পৰ্কক অপৰাধমুক্ত কৰাৰ পিছত ভাৰতত এতিয়াও সমলিংগীয় বিবাহক বৈধতা প্ৰদান কৰা হোৱা নাই। সেয়ে তেওঁলোকৰ বিবাহ চৰকাৰী পঞ্জীত পঞ্জীয়ন নহ’লেও এই দুগৰাকী নাৰীৰ বিবাহে পাৰিবাৰিক স্বীকৃতি লাভ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamsame-sex marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
Next Post
কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

জঘন্য কাণ্ড! প্ৰেমিকৰ সৈতে পলাই যাবলৈ ছমহীয়া সন্তানক নলাত পেলাই হত্যা, গ্ৰেপ্তাৰ হ’ল ২৭ বছৰীয়া মাতৃ

জঘন্য কাণ্ড! প্ৰেমিকৰ সৈতে পলাই যাবলৈ ছমহীয়া সন্তানক নলাত পেলাই হত্যা, গ্ৰেপ্তাৰ হ’ল ২৭ বছৰীয়া মাতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.