• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

4 years ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

38 minutes ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

2 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

2 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

3 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

5 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

5 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

6 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

7 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

7 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

7 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

8 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…

editor by editor
September 4, 2022
in অপৰাধ
0
কামৰ পিছত টকা দিয়া নাছিল৷ কলগাৰ্লে উঠাই লৈ গ’ল বিহাৰৰ SPৰ অফিচিয়েল মোবাইল, তাৰ পাছত…
0
SHARES
9.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিহাৰৰ এখন জিলাৰ আৰক্ষী অধীক্ষৰ অফিচিয়েল মোবাইল হেৰোৱাৰ পাছতে  বিভাগটোত হাহাকাৰ লাগে৷ আচলতে মোবাইলটো হেৰোৱা নাছিল চুৰিহে হৈছিল৷ তাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি এগৰাকী কলগাৰ্ল যোগান ধৰা মহিলাৰ পৰা মোবাইলটো উদ্ধাৰ কৰে৷ তাৰ পাছতে মহিলাগৰাকীক আটক কৰি জেৰা চলোৱাত স্তম্ভিত হৈ পৰে আৰক্ষী৷ কিয়নো আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ মধেপুৰাৰ ডিএছপিক এগৰাকী ছোৱালী যোগান ধৰিছিল। ইয়াৰ বাহিৰেও মহিলাগৰাকীয়ে কয় যে যুৱতীগৰাকীক বহুবাৰ DSPৰ ওচৰলৈ পঠিয়াইছিল। প্ৰথমবাৰৰ বাবে তেওঁ টকা দিছিল যদিও পিছত টকা নিদিলে। ইয়াৰ পিছত যুৱতীগৰাকীয়ে মোবাইলটো লৈ আহিছিল৷ দৰাচলতে যুৱতীগৰাকীয়ে যিটো মোবাইল লৈ পলায়ন কৰিছিল সেয়া আছিল মধেপুৰাৰ আৰক্ষী অধীক্ষকৰ মোবাইল। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শেহতীয়াকৈ মধেপুৰাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰে ছুটীত গৈছিল আৰু আৰক্ষী মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি আৰক্ষী অধীক্ষকৰ দায়িত্ব মুখ্য কাৰ্যালয়ৰ DSP অমৰকান্ত চৌবেক অৰ্পণ কৰে। ইয়াৰ সমান্তৰালকৈ মধেপুৰাৰ আৰক্ষী অধীক্ষকে অফিচিয়েল ম’বাইলটোও DSPৰ হাতত তুলি দিছিল আৰু ইয়াৰ মাজতে ডি এছ পিয়ে কল গাৰ্ল গৰাকীক নিজৰ বাসগৃহলৈ মাতিছিল। টকা নোপোৱাত যুৱতীগৰাকীয়ে গাৰুৰ তলত ৰখা SPৰ মোবাইলটো লৈ গুচি গ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bihar spbihar sp mobile
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি
বিনোদন

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

July 18, 2026
Next Post
ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

ব্ৰাহ্মণ ৰীতি-নীতিৰে সম্পন্ন হ’ল ভাৰত আৰু বাংলাদেশৰ দুই সমকামী নাৰীৰ বিবাহ

কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.