• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

3 years ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

34 seconds ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

12 minutes ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

47 minutes ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

1 hour ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

17 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

18 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

19 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

20 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

21 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

22 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

23 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ

editor by editor
September 7, 2022
in অপৰাধ, ভাৰত
0
শাহুৱেকে কৰিলে টিভি বন্ধ, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ আঙুলি, স্বামীৰ গালতো প্ৰচণ্ড চৰ
0
SHARES
15.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত শাহু-বোৱাৰী ৰণক এক পৰম্পৰাগত কাজিয়া বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ শাহু-বোৱাৰীৰ ৰণে ভাৰতীয় সমাজ ব্যৱস্থাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷

ইফালে ভাৰতীয় পৰিয়ালবোৰত টিভিৰ ধাৰাবাহিকৰো বিপুল চাহিদা আছে৷ টিভিৰ ধাৰাবাহিকে ভাৰতীয় একাংশ গৃহিণী অৰ্থাৎ বোৱাৰী আৰু শাহুৱেকৰ জীৱনকে আগুৰি থাকে বুলিব পাৰি৷ এই ধাৰাবাহিকবোৰে বহু শাহু-বোৱাৰীৰ কাজিয়াৰো উৎস হৈ আহিছে৷

ঠিক তেনেকৈ সৃষ্ট এক শাহু-বোৱাৰীৰ কাজিয়াই মাত্ৰা চৰি যোৱাত এইবাৰ সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোণাম দখল কৰিছে৷ আনকি ঘটনাই আৰক্ষীৰ থানাতো পালেগৈ৷ ঘটনাটো মহাৰাষ্ট্ৰৰ থানে জিলাৰ অম্বেৰনাথৰ৷

প্ৰকাশিত বাতৰি অনুসৰি ৩২ বছৰীয়া এগৰাকী বোৱাৰীয়েকে টিভিটো বন্ধ কৰি দিয়াৰ বাবেই  শাহুৱেকৰ হাতৰ তিনিটা আঙুলিত কামুৰি দিয়ে৷ শাহুৱেকৰ হাতৰ আঙুলিত কামুৰি দিয়াই নহয় নিজৰ স্বামীকো পত্নীগৰাকীয়ে গালত প্ৰচণ্ড চৰ শোধায়৷

লগতে পঢ়ক সংবাদ শিৰোণাম দখলৰ বাবেই কৰিছিল ছিৰিয়েল কিলিং! স্মাৰকৰ বাবে সংগ্ৰহ কৰিছিল অন্তৰ্বাস

শিৱাজী নগৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ব্ৰুশালী কুলকৰ্ণী (৬০) নামৰ বৃদ্ধাগৰাকীয়ে ভজন গাই থকাৰ সময়ত বোৱাৰীয়েক টিভিটোৰ ছাউণ্ড কমাবলৈ কৈ আছিল যদিও বোৱাৰীয়েকে ছাউণ্ড কম নকৰাত শাহুৱেকে গৈ টিভিটোকে বন্ধ কৰি দিয়ে৷

শাহুৱেকৰ এই কাণ্ডত ক্ষুব্ধ হৈ বোৱাৰীয়েকে শাহুৱেকৰ হাতৰ আঙুলিতে কামুৰি দিয়ে৷ যাৰ ফলত শাহুৱেকে এখন হাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ ইফালে মাতৃ আৰু পত্নীৰ কাজিয়া নিয়ন্ত্ৰণ কৰিবলৈ যোৱা স্বামীৰো গালত প্ৰচণ্ড চৰ শোধাই পত্নীয়ে৷

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ভুক্তভোগীৰ আঙুলি তিনিটা হাতৰ পৰা বিচ্ছিন্ন হোৱা নাই যদিও আঘাত অতি গুৰুতৰ৷ ইফালে আৰক্ষীয়ে অভিযুক্ত বোৱাৰীয়েকৰ বিৰুদ্ধে শাহুৱেকে আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
Next Post
এক ফুল দু প্ৰেমী! একেগৰাকী মহিলা আৰক্ষীৰে প্ৰেমত পৰি দুই আৰক্ষীৰ তয়াময়া ৰণ!

OMG! তিহাৰ জে’লৰ কয়দীয়ে পেটৰ ভিতৰত নিছিল দুটাকৈ মোবাইল৷  তাৰ পিছত ঘটিল এই ঘটনা…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন