• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

4 years ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঠাল

34 minutes ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

1 hour ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

2 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

3 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

4 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

4 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

5 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

6 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

15 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

সংস্থাটোৰ বিমান ২৫ শতাংশতকৈ অধিক বৃদ্ধি পাব; আৰম্ভ কৰিব প্ৰিমিয়াম ইকনমি বিমান সেৱা

editor by editor
September 12, 2022
in বাণিজ্য, ভাৰত
0
টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰৰ অধীনত ককবকাই থকা এয়াৰ ইণ্ডিয়াক টাটা গ্ৰুপে ক্ৰয় কৰাৰ পিছৰে পৰা বিমান সংস্থাটোৰ ভাগ্যৰ চকৰি ঘূৰিবলৈ আৰম্ভ কৰিছে৷ টাটাই এতিয়া এয়াৰ ইণ্ডিয়াৰ সামৰ্থ্য বৃদ্ধিৰ বাবে আৰু ৩০ খন নতুন যাত্ৰীবাহী বিমান সংযোগ কৰিব বিচাৰিছে৷

প্ৰকাশিত বাতৰি অনুসৰি এয়াৰ ইণ্ডিয়াই বৰ্তমানৰ ২৫ খন নেৰ’-ব’ডিৰ এয়াৰবাছ আৰু ৫ খন ৱাইড-ব’ডীৰ বয়িং এয়াৰবাছ সংযোজন কৰাৰ পৰিকল্পনা কৰিছে। ২০২২ চনৰ শেষৰ পৰা সেৱা আৰম্ভ হ’বলগীয়া ২৫ খন এয়াৰবাছ নেৰ’-বডি আৰু ৫ খন বয়িং ৱাইড-বডি এয়াৰবাছৰ বাবে এয়াৰ ইণ্ডিয়াই লেটাৰ অৱ ইনটেণ্টত স্বাক্ষৰ কৰিছে।

ইয়াৰ ফলত বিমান সংস্থাটোৰ বিমানৰ আৰু ২৫ শতাংশতকৈ অধিক বৃদ্ধি পাব। চলিত বৰ্ষৰ আৰম্ভণিতে টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াক অধিগ্ৰহণ কৰাৰ পিছত এই সংখ্যা বৃদ্ধি কৰিব। বৃদ্ধি পাবলগীয়া এয়াৰবাছসমূহৰ ভিতৰত আছে ২১ খন এয়াৰবাছ এ৩২০ নিয়ন, চাৰিখন এ৩২১ নিয়ন আৰু পাঁচখন বয়িং বি৭৭৭-২০০ এলআৰ।

লগতে পঢ়ক টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সলনিৰ সিদ্ধান্ত…

ইফালে বিমান সংস্থাটোৰ মতে, ২০২২ চনৰ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ মাৰ্চৰ ভিতৰত বি৭৭৭-২০০ এলআৰ বিমান সংস্থাটোত সংযোজন কৰা হ’ব যিবোৰ বিমান ভাৰতৰ চহৰসমূহৰ পৰা আমেৰিকালৈকে সেৱাৰ আগবঢ়াব।

মুম্বাইৰ পৰা ছান ফ্ৰান্সিস্কোৰ লগতে নিউয়ৰ্ক অঞ্চলৰ দুয়োটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক্ৰমে নেৱাৰ্ক লিবাৰ্টি আৰু জন এফ কেনেডীলৈ উৰণ আৰম্ভ কৰা হ’ব৷ আনহাতে বেংগালুৰুৰ পৰা ছান ফ্ৰান্সিস্কোলৈ সপ্তাহত তিনিদিন এই বিমান সেৱা আগবঢ়োৱা হ’ব। এই বিমানসমূহৰ জৰিয়তে এয়াৰ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে প্ৰিমিয়াম ইকনমি বিমান সেৱা আগবঢ়াব।

লগতে পঢ়ক এটা কুকুৰৰ বাবেই দুই দেশৰ মাজত তয়াময়া যুদ্ধ! যুদ্ধৰ পৰিণাম কি হৈছিল?

নতুন বিমান সম্প্ৰসাৰণৰ সন্দৰ্ভত মন্তব্য কৰি এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক কেম্পবেল উইলছনে কয় যে বহুদিনৰ পাছত এয়াৰ ইণ্ডিয়াই বিমান সম্প্ৰসাৰণ পুনৰ আৰম্ভ কৰি অতি সুখী। বৰ্তমানৰ বিমানৰ সৈতে সেৱালৈ ঘূৰাই অনা এই নতুন বিমানসমূহে অধিক ক্ষমতা আৰু সংযোগেৰে অধিক কাৰ্যকৰী, আৰু এক শক্তিশালী পদক্ষেপেৰে আগুৱাই নিব।

এয়াৰ ইণ্ডিয়াৰ সম্প্ৰসাৰণ আৰু নবীকৰণৰ ৰোমাঞ্চকৰ পৰিকল্পনা আছে বুলি কৈ তেওঁ লগতে কয় যে এই নতুন বিমানসমূহ মাত্ৰ আৰম্ভণিহে। এয়াৰ ইণ্ডিয়াত বৰ্তমান নেৰ’-বডিৰ ৭০ খন বিমান আছে৷ ইয়াৰে ৫৪ খন সেৱাত থকাৰ বাকী ১৬ খন বিমান ২০২৩ চনৰ পাছত পুনৰ সেৱা আৰম্ভ কৰিব। একেদৰে এয়াৰ ইণ্ডিয়াৰ ৱাইড-বডি বৰ্তমান ৪৩ খন বিমান আছে আৰু ইয়াৰে ৩৩ খন কাৰ্যক্ষম হৈ আছে। বাকী বিমানকেইখন ২০২৩ চনৰ আৰম্ভণিতে সেৱালৈ আহিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: air indiaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamratan tataTata Gruop
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ
বাণিজ্য

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

June 26, 2026
Next Post
ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ মিনিট দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ মিনিট দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

ৰাণী এলিজাবেথৰ এখন গোপন চিঠি… কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

ৰাণী এলিজাবেথৰ এখন গোপন চিঠি... কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.