• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সলনিৰ সিদ্ধান্ত…

টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সলনিৰ সিদ্ধান্ত…

4 years ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

31 minutes ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

59 minutes ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

2 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

10 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

11 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

12 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

13 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

14 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

14 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

15 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সলনিৰ সিদ্ধান্ত…

editor by editor
September 12, 2022
in ক্ৰীড়া, ভাৰত
0
টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সলনিৰ সিদ্ধান্ত…
0
SHARES
17k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সলনি হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেছত ভাৰতীয় দলটোৰ নেতৃত্ব সলনি হোৱাৰ পাছতে এই চৰ্চা আৰম্ভ হৈছে।

আইচিচি টি-২০ বিশ্বকাপ চলিত বৰ্ষৰ ১৬ অক্টোৱৰৰ পৰা আৰম্ভ হ’ব। এইবাৰ ৮ বছৰত ভৰি দিব টি-২০ বিশ্বকাপে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ টি-২০ বিশ্বকাপ সমাপ্ত হ’ব ১৩ নৱেম্বৰত।

টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বে সাল-সলনি হ’ব পাৰে ভাৰতীয় দলটোৰ পদসমূহ। ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া মেচখনত প্ৰশিক্ষক হিচাপে উপস্থিত নাথাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। ৰাহুলৰ অনুপস্থিতিত ভিভিএছ লক্ষ্মণক টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

ইপিনে টি-২০ৰ আৰম্ভনিৰ পূৰ্বেই ক্ৰিকেট দলটোৰ অধিনায়ক সলনিৰ কথাও চৰ্চালৈ আহিছে। বিচিচিআইয়ে লোৱা এই সিদ্ধান্তক লৈ একাংশ নেটনাগৰিকে সমালোচনা কৰিছে যদিও বিচিচিআইয়ে এই সিদ্ধান্তৰ কাৰণো প্ৰকাশ কৰিছে।

বিচিচিআইয়ে উল্লেখ কৰা অনুসৰি কেৱল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনৰহে নেতৃত্ব দিব শেখৰ ধাৱানে। টি-২০ বিশ্বকাপৰ পূৰ্বে দলটোৰ নিয়মীয়া খেলুৱৈসকলক কিছু বিশ্ৰাম দিয়াৰ উদ্দেশ্যেৰেই এই সিদ্ধান্ত বিচিচিআইৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে কেৱল অধিনায়ক সালসলনিয়েই নহয় এইবাৰ টি-২০ত ভাৰতীয় দলটোৱে অপেনাৰ যুঁটিৰো সালসলনিৰ পৰিকল্পনা কৰিছে। ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত অপেনাৰ হিচাপে ঈশান, ঋষভ, সুৰ্যকুমাৰ যাদৱ, ৰোহিত শৰ্মা, বিৰাট কোহলি, ঋতুৰাজ গায়কোৱাৰ্ড, সঞ্জু, দীপক হুডাই অপেনাৰ হিচাপে বেটিং আৰম্ভ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamT20 World CupT20 World Cup 2022team india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
Next Post
ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী

ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী

টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.