• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাণী এলিজাবেথৰ এখন গোপন চিঠি… কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

ৰাণী এলিজাবেথৰ এখন গোপন চিঠি… কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

4 years ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

21 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

45 minutes ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

9 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

9 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

10 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

11 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

11 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

13 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

13 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

14 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

15 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰাণী এলিজাবেথৰ এখন গোপন চিঠি… কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

চিঠিখন পঢ়িবলৈকো অপেক্ষা কৰিব লাগিব ৬৩ বছৰ

editor by editor
September 12, 2022
in বিবিধ, বিশ্ব
0
ৰাণী এলিজাবেথৰ এখন গোপন চিঠি… কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰিটেইনত ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ জীৱন প্ৰণালীৰ বিষয়ে জানিবলৈ বহুজনেই আগ্ৰহী হৈ উঠিছে। এলিজাবেথৰ জীৱনৰ বহু ৰঙীন অধ্যায়ৰ মাজতে এখন বিশেষ চিঠিৰ কথাও এতিয়া চৰ্চালৈ আহিছে।

ছিডনীৰ এক বিশেষ স্থানত তলাবন্ধ কৰি ৰখা হৈছে ব্ৰিটেইনৰ সদ্য প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ এখন চিঠি। যিখন চিঠিৰ কথা চৰ্চা হৈছে সেই চিঠি কিন্তু আগন্তুক প্ৰায় ৬৩ বছৰলৈ কোনোৱে পঢ়িব নোৱাৰিব। ৰাণীয়ে কেতিয়া লিখিছিল এই বিশেষ চিঠিখন?

অষ্ট্ৰেলিয়াৰ এক সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি এই বিশেষ চিঠিখন লিখা হৈছিল ১৯৮৬ চনৰ নৱেম্বৰ মাহত। ছিডনীৰ সাধাৰণ লোকসকলক উদ্দেশ্যিয়েই এই চিঠি লিখিছিল প্ৰাক্তন ৰাণী এলিজাবেথে।

লগতে পঢ়ক টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

ৰাণী দ্বিতীয় এলিজাবেথৰ বাহিৰে এই চিঠিখনত কি লিখা আছে কোনেও নাজানে। আনকি ৰাণীৰ খুবেই কাষৰ ব্যক্তিসকলেও এই সন্দৰ্ভত কোনো কথাই নাজানে। নিৰাপদ স্থানত ৰাণীয়ে এই বিশেষ চিঠিখন লুকুৱাই ৰখাৰ কথাও ৰাণীৰ মৃত্যুৰ পিছতহে পোহৰলৈ আহিছে।

ৰাণীৰ এই বিশেষ চিঠিখন ৰখা কাঁচৰ বক্সটো ২০৮৫ চনতহে খুলিব পৰা যাব বুলিও ছিডনীৰ এটা বিশেষ অনুসন্ধানকাৰী সংস্থাই প্ৰকাশ কৰিছে। ২০৮৫ চনৰ পূৰ্বে এই চিঠি খুলিব নোৱাৰাৰ কাৰণ ছিডনীৰ লৰ্ড মেয়ৰ ক্লোভাৰে প্ৰকাশ কৰিছে।

ক্লোভাৰে প্ৰকাশ কৰা অনুসৰি, এই চিঠি লিখাৰ সময়ত ৰাণীয়ে নিৰ্দেশ দিছিল যে ২০৮৫ চনত প্ৰশাসনে ঠিক কৰা কোনো এক নিৰ্দিষ্ট দিনত এই চিঠিখন খুলিব পাৰিব। চিঠিখন খোলাৰ লগে লগেই চিঠিখনত দিয়া সেই বিশেষ বাৰ্তা ছিডনীৰ জনসাধাৰণৰ উদ্দেশ্যে প্ৰেৰণ কৰিব লাগিব।

লগতে পঢ়ক ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী

ছিডনীবাসীলৈ বিশেষ বাৰ্তা থকা বিশেষ চিঠিখনত ৰাণীয়ে নিজহাতে স্বাক্ষৰো কৰিছিল। আনহাতে ছিডনীয়েই নহয় সমগ্ৰ অষ্ট্ৰেলিয়ালৈ আছিল ৰাণীৰ বিশেষ দুৰ্বলতা যাৰ বাবে ৬ বাৰকৈ ৰাণীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল। ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছতেই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ছিডনীৰ প্ৰসিদ্ধ অপেৰা হাউছত বিশেষ  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

ৰাণীৰ মৃত্যুৰ পিছতেই তেওঁৰ পূত্ৰ তৃতীয় চাৰ্লছ ৰজাৰ সিংহাসনত অধিষ্ঠিত হৈছে। ৰাণীৰ দৰেই চাৰ্লছেও সুচাৰুৰূপে শাসনভাৰ চলাব পাৰিব বুলি আশাবাদী এতিয়া ব্ৰিটেইনবাসীও।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamQueen Elizabeth IISecret letter from Queen Elizabeth II
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত
বিনোদন

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
Next Post
মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?

মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?

কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.