• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

4 years ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

2 minutes ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

36 minutes ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

59 minutes ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

3 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

14 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

15 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

15 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

16 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

16 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

17 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

18 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

editor by editor
September 13, 2022
in অসম, ভাৰত, ৰাজনীতি
0
কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট
0
SHARES
505
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি দেশ জুড়ো শ্ল’গানেৰে পদযাত্ৰা আৰম্ভ কৰিছে কংগ্ৰেছ দলে। সমগ্ৰ দেশবাসীক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰেই এই পদযাত্ৰা বুলি জনাইছে কংগ্ৰেছৰ নেতৃবৰ্গই। ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই পদযাত্ৰাক লৈ বিজেপি নেতাসকলে আপত্তি দৰ্শোৱাৰ মাজতেই ৰাহুল গান্ধীয়ে পৰিধান কৰা টি চাৰ্টক লৈও ব্যাপক আৰু সমালোচনা আৰু সামাজিক মাধ্যমত ট্ৰল কৰা দেখা গৈছে।

পদযাত্ৰাৰ সময়ত ৰাহুলে পিন্ধা টি ছাৰ্টটোৰ দামক লৈ আপত্তি দৰ্শাই বিজেপি দলৰে বিশেষ অফিচিয়েল পেজত এটা বিশেষ পষ্ট দিয়া হৈছিল। য’ত কোৱা হৈছে যে ৰাহুল গান্ধীয়ে পৰিধান কৰা টি চাৰ্টটোৰ দাম প্ৰায় ৪১ হেজাৰৰো অধিক।

ইয়াৰ পাছতে সামাজিক মাধ্যমত নেটনাগৰিকে ৰাহুল গান্ধীৰ দামী টি চাৰ্টটোক লৈ চৰ্চা আৰম্ভ হৈছিল৷ কিন্তু সেই চৰ্চাই অসমত বিশেষ গুৰুত্ব লাভ কৰাৰ পৰিৱৰ্তে এইবাৰ হিতে বিপৰীত হোৱাৰহে দেখা গৈছে৷

অৰ্থাৎ শূলেৰে শূল কঢ়াৰ দৰে অসমৰ নেটনাগৰিকে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টি চাৰ্টটোক লৈ বিশেষ চৰ্চা কৰাতকৈ অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে পৰিধান কৰা চাৰ্টকলৈহে চৰ্চা কৰা দেখা গৈছে৷

লগতে পঢ়ক ৰাণী এলিজাবেথৰ এখন গোপন চিঠি; কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

অসমৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰিধান কৰা এটা চাৰ্টৰ দামকলৈ অসম নেটনাগৰিকে ব্যস্ত হৈ পৰা দেখা গৈছে৷

একাংশ ইউজাৰে লিখিছে, ‘বাবা ৰাহুলেই বিদেশী টি ছাৰ্ট নিপিন্ধে। শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলো পিন্ধনত কোনো গুণে কম নহয়।’

মন্ত্ৰী পীয়ুষ হাজৰিকাই পিন্ধা ছাৰ্টৰ ফ’টো দামেৰে সৈতে সামাজিক মাধ্যমত একাংশই ভাইৰেল কৰাও দেখা পোৱা গৈছে।

ইপিনে কিছু দিন পূৰ্বে লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰো প্ৰায় ২৩ লাখ টকীয়া ঘড়ীয়ে সামাজিক মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assampiyush hazarikarahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ
ভাৰত

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

July 1, 2026
জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
Next Post
সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

‘বান্ধোনে বেলিকো নাবান্ধে…!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

‘বান্ধোনে বেলিকো নাবান্ধে...!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.