• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…

4 years ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

50 minutes ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

1 hour ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

2 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

4 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

14 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

15 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

16 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…

editor by editor
September 23, 2022
in অসম, ভাৰত
0
সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…
0
SHARES
20.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যম আৰু একাংশ সংবাদ মাধ্যমত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা ৩৮% লৈ বৃদ্ধি বুলি প্ৰকাশ পাইছে৷ বিশেষকৈ সামাজিক মাধ্যমত এই সম্পৰ্কীয় এখন চাৰ্কুলাৰ ভাইৰেল হোৱাৰ পাছতে এই বাতৰি বিয়পি পৰা দেখা গৈছে৷ চাৰ্কুলাৰখনত কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা যোৱা ১ জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ ৩৮% বৃদ্ধি কৰা হৈছে৷

ইয়াৰ পাছতে চৰকাৰী সংস্থা পিআইবিয়ে এই চাকুৰ্লাৰখনৰ সত্যতা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা কৰে৷ পিআইবিৰ অনুসন্ধানত এই চাৰ্কুলাৰখন ভুৱা বুলি প্ৰমাণিত হৈছে৷ পিআইবিয়ে কয় যে বিত্ত মন্ত্ৰণালয়ে এতিয়ালৈকে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি সম্পৰ্কীয় কোনো চাৰ্কুলাৰ জাৰি কৰা নাই৷

লগতে পঢ়ক হিন্দু যুৱতীক যৌন আতিশয্য চলোৱাৰ ভুৱা অভিযোগ! গ্ৰেপ্তাৰ হ’ল প’ৰ্টেলৰ সাংবাদিক, ভাতৃ পলাতক

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা কিমান বৃ্দ্ধি পাব সেই বিষয়টো বিগত কে’বামাহৰ পৰাই চৰ্চা লাভ কৰি আহিছে৷ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা আৰু ৪ শতাংশ বৃদ্ধি হৈ ইয়াৰ পৰিমাণ ৩৮ শতাংশ হ’ব বুলিও চৰ্চা লাভ কৰি আহিছে৷ ২০২২ চনৰ ১ জুলাইৰ পৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা প্ৰযোজ্য হোৱাৰ কথা৷ সেয়া হ’লে জুলাই মাহৰ পৰাই কেন্দ্ৰীয় চৰকাৰে সেই ধন বকেয়া হিচাপে লাভ কৰিব৷

আনহাতে, পিআইবিয়ে ভাইৰেল হোৱা চাৰ্কুলাৰখন ভুৱা বুলি প্ৰকাশ কৰিলেও অহা নৱৰাত্ৰীৰ সময়ত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি সম্পৰ্কীয় ঘোষণা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commission DA Hikeasom liev 24assam ka tazza khabarassam lived 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
Next Post
উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন