• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

4 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

9 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

9 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

9 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

10 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

11 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

12 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

13 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

14 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

14 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

editor by editor
September 23, 2022
in অসম, বিবিধ, ভাৰত
0
নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…
0
SHARES
748
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ দিনীয়া নৱৰাত্ৰি উৎসৱ সমাগত। সমগ্ৰ দেশতে নৱৰাত্ৰি অতি ধুমধাম আৰু ভক্তিভাৱেৰে উদযাপন কৰা হয়৷ নৱৰাত্ৰিত মা দুৰ্গাৰ নজন অৱতাৰক পূজাৰ কৰা হয় আৰু বিজয় দশমীৰ দিনা দেৱীৰ মূৰ্তি বিসৰ্জনেৰে নৱৰাত্ৰিৰো সামৰণি পৰে।

হিন্দুসকলৰ মাজত নৱৰাত্ৰি অন্যতম শুভ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ। নৱৰাত্ৰিক দুষ্টক দমন কৰি শুভ জয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বিশেষকৈ উত্তৰ ভাৰতত ভক্তসকলে ৯ দিন ধৰি ইয়াৰ বাবে উপবাস পালন কৰে। উপবাসৰ কিছুমান নিয়ম আছে। এই উপবাসৰ বিষয়ে কিছু কথা জানি লওঁ আহক—

নৱৰাত্ৰিৰ উপবাসত কি কি কৰিব :

  •  এই সময়ছোৱাত নিৰামিষ আৰু টামসিক খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু লগতে সুৰাৰ পৰা আঁতৰত থাকক৷
  • চাউল-ঘেঁহুৰ সলনি আপোনাৰ পূৰী, পুলাও আদিত কুট্টু কা আট্টা, সিংহদে কা আট্টা, বজৰা আৰু ছাবু ডানা ব্যৱহাৰ কৰক৷
  • খাদ্যত টেবুল ছল্ট ব্যৱহাৰ নকৰিব
  • নৱৰাত্ৰিৰ সময়ত খাদ্য প্ৰস্তুত কৰিবলৈ শোধিত তেলৰ সলনি ঘিউ বা বাদাম তেল ব্যৱহাৰ কৰিব লাগে৷
  • ৰন্ধা-বঢ়াত হালধি, নিমখ আদি মছলা ব্যৱহাৰ নকৰিব৷
  • নৱৰাত্ৰি উদযাপনৰ ৯ দিনত চুলি কাটিব নালাগে৷
  • নৱৰাত্ৰিৰ সময়ত ঘৰখন পৰিষ্কাৰ কৰি ৰাখক। সেই ৯ টা দিনত পুৱা গা ধুই দেৱতাক প্ৰসাদ দিহে দিনটো আৰম্ভ কৰক।

লগতে পঢ়ক সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…

  • নৱৰাত্ৰিৰ একেবাৰে প্ৰথম দিনাই কলশ স্থাপন বা ঘটস্থাপন কৰক।
  • দেৱী দুৰ্গাক শ্লোক আৰু মন্ত্ৰ জপ কৰি প্ৰাৰ্থনা তথা আৰাধনা কৰক৷
  • নৱৰাত্ৰিৰ ব্ৰত: কোনে উপবাস কৰিব পাৰে?

বয়স বা লিংগ নিৰ্বিশেষে সঠিক সুস্বাস্থ্যৰ অধিকাৰী যিকোনো ব্যক্তিয়ে ব্ৰত পালন কৰিব পাৰে। কিন্তু যদি আপুনি অসুস্থ বা ঔষধ খাই আছে বা চিকিৎসাধীন হৈ আছে তেন্তে উপবাসৰ পৰা বিৰত থকাটোৱেই উত্তম। কোনো ধৰণৰ স্বাস্থ্যজনিত জটিলতা হ’লে উপবাস লোৱাৰ সিদ্ধান্তৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

লগতে পঢ়ক বেংকিং খণ্ডত চাকৰিৰ সোণালী সুযোগ, SBIত প্ৰায় ১৭ শ পদত দিয়া হ’ব নিযুক্তি  

নৱৰাত্ৰি ২০২২ৰ শুভ মুহুৰত

দ্ৰিকপাঞ্চঙৰ মতে শুভ মুহুৰাত এনেধৰণৰ—

অশ্বিন নৱৰাত্ৰি আৰম্ভ: সোমবাৰ, ২৬ ছেপ্টেম্বৰ, ২০২২

প্ৰতিপদৰ আৰম্ভ দিন আৰু সময় ২৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে পুৱা ০৩.২৩ বজাত

প্ৰতিপদৰ অন্তিম দিন আৰু সময় ২৭ ছেপ্টেম্বৰ, পুৱা ০৩.০৮ বজাত

২৬ ছেপ্টেম্বৰৰ পৰা পুৱা ৬.১১ বজাৰ পৰা ৭:৫১ বজাৰ ভিতৰত ঘটাস্থাপন মুহুৰ্ত আৰম্ভ হয়৷

অভিজিৎ মুহুৰ্ত ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পুৱা ১১:৪৮ বজাৰ পৰা নিশা ১২:৩৬ বজালৈ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNavratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.