• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

4 years ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

36 minutes ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

1 hour ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

2 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

2 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

3 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

3 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

6 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

7 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

8 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

9 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

editor by editor
September 23, 2022
in বিবিধ, বিশ্ব
0
উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন উৰন্ত বিমানৰ ভিতৰতে এজন যাত্ৰী এগৰাকী এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচাৰে আক্ৰমণ কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ভাইৰেল হোৱা ভিডিঅ’টো আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানত সংঘটিত হোৱা ঘটনা বুলি জানিব পৰা গৈছে৷

এফ বি আইৰ মতে বিমানখন লছ এঞ্জেলছত অৱতৰণ কৰাৰ পাছতে আক্ৰমণকাৰী যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷

ঘটনাৰ বিৱৰণীৰ অনুসৰি বুধবাৰে মেক্সিকোৰ ছান জোছ ডেল কেব’ৰ পৰা লছ এঞ্জেলছ অভিমুখে আমেৰিকান এয়াৰলাইন্সৰ ৩৭৭ বিমানখনে যাত্ৰা কৰিছিল৷ ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে আইলেণ্ডত খোজকাঢ়ি যোৱা এজন বিমান পৰিচাৰকক এজন যাত্ৰী আসনৰ পৰা উঠি গৈ ডিঙি আৰু মূৰত প্ৰচণ্ড ঘোচা শোধায়৷

ভিডিঅ’টো চাবলৈ তলৰ লিংকত ক্লীক কৰক —

Violence in the air: a friend was travelling from Cabo to LAX, when a passenger hit a flight attendant for not letting use him the first class bathroom. He was later restrained by other passengers and arrested upon touchdown. The video shot was by Barrie Livingstone pic.twitter.com/PntVqWyWs9

— Saad Mohseni (@saadmohseni) September 22, 2022

লগতে পঢ়ক বেংকিং খণ্ডত চাকৰিৰ সোণালী সুযোগ, SBIত প্ৰায় ১৭ শ পদত দিয়া হ’ব নিযুক্তি  

জানিব পৰা মতে পৰিচাৰকগৰাকীয়ে যাত্ৰীজনক বিমানখনৰ প্ৰথম শ্ৰেণীৰ কেবিনৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰাত তেওঁ ক্ষুব্ধ হৈ এই আক্ৰমণ সংঘটিত কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ বিমান সংস্থাৰ কেবিন ক্ৰু সদস্যসকলৰ ওপৰত একাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। ইয়াৰ পূৰ্বে এগৰাকী বৃদ্ধই এগৰাকী বিমান পৰিচাৰিকাক মদ পৰিবেশন কৰিবলৈ অস্বীকাৰ কৰাত চৰ মাৰি দিয়াৰ খবৰ আহিছিল। পিছত আৰক্ষীয়ে এই হিংসাত্মক কাৰ্যৰ বাবে সত্তৰ বছৰীয়া যাত্ৰীগৰাকীক গ্ৰেপ্তাৰো কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

September 22, 2026
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?
জীৱনশৈলী

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

September 22, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
Next Post
নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.