• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

4 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

15 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

16 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

16 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

17 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

18 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

19 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

20 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

21 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

editor by editor
September 23, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজৱেই কওক বা হিন্দীত গজৱেই কওক, কিছুমান এনে ঘটনা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত পোহৰলৈ আহি থাকে যিবোৰ শুনি আপুনি আচৰিত নহৈ নোৱাৰে৷

এইবাৰো তেনে এক আজৱ খবৰে সংবাদ শিৰোণাম দখল কৰিছে৷ এইবাৰ এই অদ্ভূত বাতৰিটো থাইলেণ্ডৰ পৰা আহিছে৷

বাতৰিটোৰ মতে দুজন যুৱকে নিজৰ বাবে গাৰ্লফ্ৰেণ্ড বিচাৰি বিজ্ঞাপন দিছে৷ অৱশ্যে এই বিজ্ঞাপনলৈকে ঠিকেই আছিল৷ কিন্তু গাৰ্লফ্ৰেণ্ড মাহে দুই লাখ কৈ টকা দৰমহা দিয়া হ’ব বুলিও বিজ্ঞাপনত উল্লেখ কৰাতহে মানুহৰ চকু কপালত উঠিছে৷

লগতে পঢ়ক উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

এতিয়া প্ৰশ্ন হৈছে, যুৱক দুজনে প্ৰেমিকাক মাহে দুই লাখকৈ টকা দৰমহা কিয় দিব? সেই বিষয়েও যুৱক দুজনে বিজ্ঞাপনত উল্লেখ কৰিছে৷

জানিব পৰা মতে থাইলেণ্ডৰ হ’লেও যুৱক দুজন চীনামূলীয়হে৷ তেওঁলোকক থাইলেণ্ডৰ গাৰ্লফ্ৰেণ্ডহে লাগে৷ অৱশ্যে এই বিজ্ঞাপনটো যুৱকদ্বয়ৰ এজন বন্ধুৱে প্ৰকাশ কৰিছে৷

খবৰ অনুসৰি, বন্ধুজনে বিজ্ঞাপনটোত লিখিছে যে দুগৰাকী চীনা বন্ধুৱে গাৰ্লফ্ৰেণ্ড বিচাৰিছে। প্ৰেমিকাৰ বয়স ১৮ৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে। গাৰ্লফ্ৰেণ্ডে দৰমহা হিচাপে মাহে পাব ২.১৬ লাখ টকা৷ দুয়োজনেই মোৰ বন্ধু, ধুনীয়া আৰু পৰিষ্কাৰ মানুহ। যদি আপোনালোক দুয়োৰে মন ভাল লগাব পাৰে, তেন্তে আৰু বেছি দৰমহা পাব পাৰিব।

লগতে পঢ়ক সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…

তেওঁ ইয়াৰ বিনিময়ত গাৰ্লফ্ৰেণ্ডে কি কি চৰ্ত পূৰণ কৰিব লাগিব সেই বিষয়েও বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে।

দুয়োজনকে কেৱল থাই গাৰ্লফ্ৰেণ্ডৰ প্ৰয়োজন আৰু গাৰ্লফ্ৰেণ্ড হ’ব বিচৰা যুৱতীৰৰ চীনা ভাষাৰ জ্ঞান থাকিব লাগিব। এই বিজ্ঞাপনটো পোষ্ট কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নেট-নাগৰিকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বহুতে সেই প্ৰতিক্ৰিয়াক উপভোগো কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamVacancy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?

৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.