• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?

৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?

4 years ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

16 minutes ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

52 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

9 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

10 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

11 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

12 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

13 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?

editor by editor
September 23, 2022
in অসম, বিশ্ব, ভাৰত
0
৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ দিৰ পাছত বিদেশী পৰ্যটকৰ বাবে ভূটানৰ সীমান্ত মুকলি কৰি দিয়া হৈছে৷ প্ৰায় ৩০ মাহৰ পাছত ভূটানে বিদেশী পৰ্যটকৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্ত খুলি দিয়াৰ লগতে পৰ্যটকৰ বাবে কেতবোৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিছে৷

উল্লেখ্য যে কৰ’ণা মহামাৰীৰ বাবে ভূটানে দেশখনত বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল৷ বিশেষকৈ ভূটানৰ উন্মুক্ত সীমান্তৰেদি বিদেশী পৰ্যটকৰ প্ৰৱেশ তেতিয়াৰে পৰা সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছিল৷ আনকি দেশখনৰ নাগৰিকসকলেও নিজ দেশৰ সীমান্ত পাৰ হৈ প্ৰতিবেশী দেশৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰক্ষা কৰিব পৰা নাছিল৷

শুকুৰবাৰে এই নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰাৰ পিছত ভূটানৰ নাগৰিকেও সীমান্ত পাৰ হ’ব পাৰিব। অৱশ্যে এইবাৰ ভূটান চৰকাৰে বিদেশীৰ বাবে কেতবোৰ নিয়ম প্ৰৱৰ্তন কৰিছে৷ এতিয়াৰে পৰা ভূটানত প্ৰৱেশ কৰিলে প্ৰৱেশৰ সময়ত দৈনিক মাচুল দিয়াটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ বাবে আগতীয়াকৈ প্ৰৱেশৰ অনলাইন আবেদন কৰিব লাগিব।

লগতে পঢ়ক গাৰ্লফ্ৰেণ্ড হ’ব নেকি? হ’লে লাভ কৰিব মাহে দুই লাখকৈ দৰমহা! বিজ্ঞাপন দিলে দুই যুৱকে

২০২০ চনৰ জানুৱাৰীত সংসদে গৃহীত হোৱা আইনৰ অধীনত ভূটান চৰকাৰে বিদেশী প্ৰৱেশৰ ওপৰত কৰ আৰোপ কাৰ্যকৰী কৰিছে। ভাৰতীয়সকলকো এই নিয়মত অন্তৰ্ভুক্ত কৰা হৈছে, যদিও ভাৰতীয়সকলে পৰিমাণৰ ক্ষেত্ৰত কিছু ৰেহাই পাইছে। ভাৰতীয়সকলে ভূটানত প্ৰৱেশৰ বাবে প্ৰতিদিনে ১২০০ টকা মাচুল দিব লাগিব। আনহাতে, অন্য বিদেশীৰ বাবে এই পৰিমাণ প্ৰতিদিনে ২০০ ডলাৰ।

এতিয়াৰে পৰা ভূটান ভ্ৰমণৰ পূৰ্বে অনলাইন পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হিচাপে কেৱল পাছপ’ৰ্ট আৰু ভোটাৰ আইডিহে গ্ৰহণ কৰা হ’ব। পূৰ্বে আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স ব্যৱহাৰ কৰিব পাৰিছিল যদিও এতিয়া সেই নিয়ম সলনি হৈছে। লগতে ১৮ বছৰৰ তলৰ ভাৰতীয়সকলে পৰিচয় প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambhutan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
Next Post
‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?

‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?

কন্যাক শৈক্ষিক লোন দিবলৈ অস্বীকাৰ বেংকৰ! হাতত বন্দুক লৈ বেংকত আতংকৰ সৃষ্টি সন্ন্যাসী পিতৃৰ

কন্যাক শৈক্ষিক লোন দিবলৈ অস্বীকাৰ বেংকৰ! হাতত বন্দুক লৈ বেংকত আতংকৰ সৃষ্টি সন্ন্যাসী পিতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.