• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?

‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?

4 years ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

3 minutes ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

41 minutes ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

2 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

3 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

4 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

5 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

22 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

23 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

23 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

1 day ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?

editor by editor
September 23, 2022
in জীৱনশৈলী, ভাৰত
0
‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?
0
SHARES
986
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ কেৱল শাৰীৰিক প্ৰয়োজন পূৰণ কৰাৰ কাৰণেই নহয়, বিবাহৰ প্ৰকৃত উদ্দেশ্য হ’ল সন্তান জন্ম দিয়াহে। বিচ্ছেদিত দম্পতীৰ সন্তানৰ তত্ত্বাৱধান কাৰ হাতত থাকিব? মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৃষ্ণন ৰামাস্বামীয়ে ইয়াৰ সৈতে জড়িত এটা গোচৰৰ ৰায়দানৰ সময়ত এই কথা কয়।

শেহতীয়াকৈ এগৰাকী মহিলা অধিবক্তাই আদালতত অভিযোগ কৰিছে যে তেওঁ আৰু তেওঁৰ স্বামীয়ে বৰ্তমান পৃথকে পৃথকে বাস কৰি আছে। তেওঁৰ দুই সন্তান স্বামীৰ লগত থাকে।

কিন্তু বিচ্ছিন্ন হোৱাৰ পাছৰে পৰা তেওঁৰ স্বামী আৰু শহুৰেকে তেওঁক দুই সন্তানক সাক্ষাৎ কৰিবলৈ দিয়া নাই।

লগতে পঢ়ক মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

২০০৯ চনত দুয়োৰে বিবাহ হৈছিল। ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা তেওঁলোকে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰে। শহুৰেকৰ ঘৰৰ বিপৰীত ফালে থকা এটা সুকীয়া ফ্লেটত থাকে মহিলাগৰাকী। মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁক সাক্ষাতত বাধা প্ৰদান কৰাই নহয় শহুৰেকেও তেওঁৰ দুটা সন্তানক তেওঁৰ বিষয়ে বেয়াকৈও কয়।

সেই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে যিসকলে বিবাহপাশত আবদ্ধ হৈছে তেওঁলোকে মনত ৰাখিব লাগে যে বিবাহ কেৱল দৈহিক সন্তুষ্টিৰ বাবেই নহয়, বিবাহৰ প্ৰকৃত উদ্দেশ্য হৈছে সন্তান জন্ম দিয়া।

ন্যায়াধীশগৰাকীয়ে লগতে কয় যে শিশু দুটা এতিয়াৰে পৰা মাতৃৰ লগতহে থাকিব। তেওঁৰ মতে সন্তানক পিতৃ-মাতৃৰ পৰা আঁতৰাই ৰখাটো এক প্ৰকাৰৰ নিষ্ঠুৰতা।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
Next Post
কন্যাক শৈক্ষিক লোন দিবলৈ অস্বীকাৰ বেংকৰ! হাতত বন্দুক লৈ বেংকত আতংকৰ সৃষ্টি সন্ন্যাসী পিতৃৰ

কন্যাক শৈক্ষিক লোন দিবলৈ অস্বীকাৰ বেংকৰ! হাতত বন্দুক লৈ বেংকত আতংকৰ সৃষ্টি সন্ন্যাসী পিতৃৰ

দেৱীপক্ষ আৰম্ভণিৰ পূৰ্বে এইকেইটা কাম কৰিবই! ৫৯ বছৰ পিছত মহালয়াত শুভ যোগ…

দেৱীপক্ষ আৰম্ভণিৰ পূৰ্বে এইকেইটা কাম কৰিবই! ৫৯ বছৰ পিছত মহালয়াত শুভ যোগ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.