• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…

সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…

1 year ago
ছানী দেউল

নিশা ৰাজপথত নিচাসক্ত হৈ ঘূৰি ফুৰিছিল ছানী দেউল, অৱশেষত ভাঙিলে ভুল

2 hours ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

1 day ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

1 day ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

2 days ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

2 days ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

2 days ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

3 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

3 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

3 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

4 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

6 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

6 days ago
  • About
  • Advertise
  • Careers
Wednesday, December 6, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…

editor by editor
September 23, 2022
in অসম, ভাৰত
0
সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…
0
SHARES
20.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যম আৰু একাংশ সংবাদ মাধ্যমত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা ৩৮% লৈ বৃদ্ধি বুলি প্ৰকাশ পাইছে৷ বিশেষকৈ সামাজিক মাধ্যমত এই সম্পৰ্কীয় এখন চাৰ্কুলাৰ ভাইৰেল হোৱাৰ পাছতে এই বাতৰি বিয়পি পৰা দেখা গৈছে৷ চাৰ্কুলাৰখনত কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা যোৱা ১ জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ ৩৮% বৃদ্ধি কৰা হৈছে৷

ইয়াৰ পাছতে চৰকাৰী সংস্থা পিআইবিয়ে এই চাকুৰ্লাৰখনৰ সত্যতা সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা কৰে৷ পিআইবিৰ অনুসন্ধানত এই চাৰ্কুলাৰখন ভুৱা বুলি প্ৰমাণিত হৈছে৷ পিআইবিয়ে কয় যে বিত্ত মন্ত্ৰণালয়ে এতিয়ালৈকে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি সম্পৰ্কীয় কোনো চাৰ্কুলাৰ জাৰি কৰা নাই৷

 

লগতে পঢ়ক হিন্দু যুৱতীক যৌন আতিশয্য চলোৱাৰ ভুৱা অভিযোগ! গ্ৰেপ্তাৰ হ’ল প’ৰ্টেলৰ সাংবাদিক, ভাতৃ পলাতক

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা কিমান বৃ্দ্ধি পাব সেই বিষয়টো বিগত কে’বামাহৰ পৰাই চৰ্চা লাভ কৰি আহিছে৷ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা আৰু ৪ শতাংশ বৃদ্ধি হৈ ইয়াৰ পৰিমাণ ৩৮ শতাংশ হ’ব বুলিও চৰ্চা লাভ কৰি আহিছে৷ ২০২২ চনৰ ১ জুলাইৰ পৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা প্ৰযোজ্য হোৱাৰ কথা৷ সেয়া হ’লে জুলাই মাহৰ পৰাই কেন্দ্ৰীয় চৰকাৰে সেই ধন বকেয়া হিচাপে লাভ কৰিব৷

আনহাতে, পিআইবিয়ে ভাইৰেল হোৱা চাৰ্কুলাৰখন ভুৱা বুলি প্ৰকাশ কৰিলেও অহা নৱৰাত্ৰীৰ সময়ত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি সম্পৰ্কীয় ঘোষণা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commission DA Hikeasom liev 24assam ka tazza khabarassam lived 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?
চিনেমা

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

December 5, 2023
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ
ভাৰত

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

December 5, 2023
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা
উত্তৰ-পূব

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

December 4, 2023
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…
উত্তৰ-পূব

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

December 4, 2023
Next Post
উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.