• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ

গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

5 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

5 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

6 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

6 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

7 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

8 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

9 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

9 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

10 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

11 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ

editor by editor
September 25, 2022
in অপৰাধ, ভাৰত, স্বাস্থ্য
0
গণধৰ্ষণত মাতৃ হ’ল ১২ বছৰীয়া কিশোৰী! সমাজৰ বিদ্ৰুপ নেওচি কেনেকৈ চলাইছে সন্তানক মানুহ কৰাৰ যুঁজ
0
SHARES
13k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময়ৰ সৈতে শাৰিৰীক পৰিবৰ্তন ধৰা পৰিছে। বাটে-ঘাটে ওলালেই চুবুৰীয়াই ঘূৰি চাই। ঘূৰি চাই যোৱাই নহয়, একাংশই গালিও পাৰে। বিদ্ৰুপৰ হাঁহিৰ প্ৰত্যুত্বৰ দিবলৈকো তাইৰ জীৱন-মৰণৰ বহু প্ৰশ্ন জড়িত হৈ আছে। নিজকে দোষমুুক্ত বুলিলেই সমাজে তাইৰ কথাবোৰ মানি লোৱাৰ পৰিবেশ আধুনিকতাই আজিও গঢ়িব পৰা নাই! কথা ক’ব পাৰিও মুকবধিৰ হৈ থকা এই যুৱতীগৰাকীয়েই হৈছে উত্তৰপ্ৰদেশ উন্নাওত গণ ধৰ্ষণৰ বলি হৈ মাতৃ হোৱা ধৰ্ষিতাগৰাকী।

উত্তৰপ্ৰদেশৰ উন্নাওত ধৰ্ষণৰ বলি হৈছিল এগৰাকী কণমানি। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত গণধৰ্ষণৰ বলি হৈছিল  ১২ বছৰীয়া কণমানিগৰাকী। গণধৰ্ষণৰ বলি এইগৰাকী কণমানিয়ে জন্ম দিছে এটি সন্তান। সন্তান জন্ম দিয়েই কিশোৰীগৰাকী মুক্ত হৈছে এনে নহয়। সন্তানক সাবটি কিশোৰীগৰাকীয়ে আৰম্ভ কৰিছে অন্য এখন যুঁজ। কণমানিটিক মানুহ কৰি গঢ়াৰ যুঁজ। প্ৰতি পদতেই তদ্ৰুপ, ‘এই সন্তানৰ পিতৃ পৰিচয় কি?’ সন্তানটোৰ জন্মৰ পিছতেই কিশোৰীগৰাকীৰ পৰিয়ালৰ সন্মুখতো দেখা দিছে সংকটে। সন্তান তুলিব পৰাকৈ এতিয়াও কিশোৰীগৰাকী পৰিপক্ক হৈ উঠা নাই। নিজ কন্যাক কথা ক’বলৈ গৈ মাতৃগৰাকীয়ে সেমেকা দুচকু মোহাৰি কয় , খেল-ধেমালী কৰাৰ বয়সত সন্তান সামৰিব লগা হোৱাটোতকৈ জানো আন কিবা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে। আমিয়েই তাইৰ সন্তানটোক চোৱা-চিতা কৰি আছো।’

কিশোৰীৰ মাতৃয়ে উল্লেখ কৰা অনুযায়ী এই গণধৰ্ষণত জড়িত তিনি যুৱকক আৰক্ষীয়ে আটকো কৰিছে। কিন্তু সেই ধৰ্ষণৰ পিছতেই যে কিশোৰীগৰাকী অন্তঃসত্তা হৈছিল সেই কথা পৰিয়ালৰ দৃষ্টিগোচৰ হোৱালৈ বহুসময় পাৰ হৈ গৈছিল। কিশোৰীগৰাকীক গৰ্ভপাতৰো চেষ্টা চলাইছিল যদিও চিকিৎসকে বাধা দিয়ে। গৰ্ভপাত কৰালে কিশোৰীগৰাকীৰ মৃত্যুও হ’ব পাৰে বুলি চিকিৎসকে এই কাৰ্যত বাধা দিয়ে।

কিশোৰীগৰাকীৰ পিতৃয়ে অনা অভিযোগ অনুসৰি, ঘৰত যেতিয়া কিশোৰীগৰাকীৰ অন্তঃসত্বা হোৱাৰ খবৰটো গম পাইছিল তেতিয়া তেওঁলোকে সহায়ৰ বাবে আৰক্ষীৰ কাষ চাপে। কিন্তু নিৰ্যাতিতাৰ পৰিয়ালৰ কথা শুনিবলৈ আৰক্ষী ৰাজী নহ’ল। ধনৰ বলত অভিযুক্তসকলৰো মুখ্য গৰাকী কাৰাগাৰৰ পৰা মুক্ত হৈ ওলাই গ’ল। আৰক্ষীয়ে পৰিয়ালটোৰ গোচৰৰ ভিত্তিত মাত্ৰ তিনিগৰাকীকহে গ্ৰেপ্তাৰ কৰে। ফাষ্টট্ৰেক আদালতত এই গোচৰ চলি আছে। এই গোচৰক লৈ ১৬৮গৰাকীক সোধপোছো কৰিছে আৰক্ষীয়ে। কেৱল সোধপোছেই নিৰ্যাতিতাক ন্যায় দিবনে সেয়াহে উত্তৰহীন প্ৰশ্ন হৈ পৰিছে পৰিয়ালটোৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Next Post
জেকলিন ফাৰ্ণাণ্ডেজৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ

জেকলিন ফাৰ্ণাণ্ডেজৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ

শনি, ৰাহু-কেতুৰ দশা চলিছে? নৱৰাত্ৰীৰ ৯ দিনত এইকেইটা পূজা কৰিবই

শনি, ৰাহু-কেতুৰ দশা চলিছে? নৱৰাত্ৰীৰ ৯ দিনত এইকেইটা পূজা কৰিবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.