• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি, ৰাহু-কেতুৰ দশা চলিছে? নৱৰাত্ৰীৰ ৯ দিনত এইকেইটা পূজা কৰিবই

শনি, ৰাহু-কেতুৰ দশা চলিছে? নৱৰাত্ৰীৰ ৯ দিনত এইকেইটা পূজা কৰিবই

4 years ago
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

10 minutes ago
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

1 hour ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

13 hours ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

13 hours ago
গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

14 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

15 hours ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

15 hours ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

16 hours ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

17 hours ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

18 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

19 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শনি, ৰাহু-কেতুৰ দশা চলিছে? নৱৰাত্ৰীৰ ৯ দিনত এইকেইটা পূজা কৰিবই

editor by editor
September 26, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, ভাৰত
0
শনি, ৰাহু-কেতুৰ দশা চলিছে? নৱৰাত্ৰীৰ ৯ দিনত এইকেইটা পূজা কৰিবই
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বৰ্ষত হিন্দু পত্ৰিকা অনুযায়ী ২৬ চেপ্টেম্বৰৰ পৰা শাৰদীয় দূৰ্গোৎসৱৰ আৰম্ভণি। ৫ অক্টোবৰত দশমীৰে সমাপ্ত হ’ব পূজা। এই ৯ দিনে অৰ্থাৎ নবৰাত্ৰীত দূৰ্গাৰ ৯ টা ৰূপক আৰাধনা কৰা হয়। লোকবিশ্বাস অনুসৰি এই ৯ দিনে দূৰ্গাৰ বিভিন্ন ৰূপক পূজা কৰিলে ব্যক্তিৰ মনৰ সকলো কামনা পূৰ্ণ হয়। ইয়াৰোপৰি কোনো গ্ৰহ দোষ থাকিলেও নবৰাত্ৰীৰ এইসমূহ নিয়ম মানিলে ভাল বুলি শাস্ত্ৰজ্ঞসকলে ক’ব খোজে। নৱৰাত্ৰীৰ কোন দিনা কি পূজা কৰিলে গ্ৰহ দোষ আঁতৰে?

আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা শাৰদীয় দূৰ্গোৎসৱৰ সূচনা। নৱৰাত্ৰীৰ প্ৰথমদিনা শৈলপুত্ৰীৰ পূজা কৰা হয়। নৱৰাত্ৰীৰ প্ৰথম দিনা শৈল্যপুত্ৰীৰ পূজা কৰিলে মঙ্গল দোষ আঁতৰে। সেয়ে নৱৰাত্ৰীৰ পূজাৰ প্ৰথম দিনা মঙ্গল গ্ৰহৰ শান্তিৰ বাবে পূজা কৰা হয়।

নৱৰাত্ৰীৰ দ্বিতীয় দিনা ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয়। ব্ৰহ্মচাৰিণীৰ পূজা কৰিলে ৰাহু গ্ৰহ শান্ত হয়। ৰাহুৰ শান্তিৰ বাবেই ওম ভ্রাং ভ্রীং ভ্রৌং সঃ ৰাহবে নমঃ মন্ত্র জপ কৰিব লাগে।

নৱৰাত্ৰীৰ তৃতীয় দিনা চন্দ্ৰঘণ্টাৰ পূজা কৰা হয়। যাৰ কোষ্ঠীত চন্দ্ৰ গ্ৰহৰ স্থিতি বেয়া তেওঁলোকে চন্দ্ৰঘণ্টা পূজা কৰিব লাগে। চন্দ্ৰৰ শান্তিৰ বাবে ওম শ্রাং শ্রীং শ্রৌং সঃ চন্দ্রমসে নমঃ মন্ত্ৰ জপ কৰিব লাগে।

চতুৰ্থীৰ দিনা দূৰ্গাৰ অন্য এক ৰূপ কুষ্মাণ্ডাৰ পূজা কৰা হয়। কুষ্মাণ্ডাৰ পূজা কৰিলে কেতু গ্ৰহ শান্ত হয়। কেতুৰ শান্তিৰ বাবে ওম কেং কেতব নমঃ মন্ত্র জপ কৰিব লাগে।

দূৰ্গা পূজাৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা কৰা হয়। কুস্মান্দাৰ পূজা কৰিলে সূৰ্য গ্ৰহৰ দুষ্প্ৰভাৱ আঁতৰ হয়। সূৰ্য দেৱতাৰ শান্তিৰ বাবে পঞ্চমদিনা ওম ঘৃণি সূর্যাদিত্যোম, ওম ঘৃণি সূর্য আদিত্য শ্রী, ওম হ্রাং হ্রীং হ্রৌং সঃ সূর্যায় নমঃ, ওম হ্রীং হ্রীং সূর্যায় নমঃ মন্ত্র জপ কৰিব লাগে।

ষষ্ঠীৰ দিনা দূৰ্গাৰ কাত্যায়নী ৰূপৰ পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুযায়ী বুধ গ্ৰহৰ শান্তিৰ বাবে কাত্যায়নি পূজা কৰা হয়। এই পূজাৰ দিনা ওম ব্রাং ব্রীং ব্রৌং সঃ বুধায় নমঃ মন্ত্র জপ কৰা উচিত।

সপ্তমীৰ দিনা কালৰাত্ৰীৰ পূজা কৰা হয়। শনিৰ শান্তিৰ বাবে কালৰাত্ৰীৰ পূজা কৰা হয়। শনিৰ শান্তিৰ বাবে ওম প্রাং প্রীং প্রৌং সঃ শনৈশ্চরায় নমঃ মন্ত্র জপ কৰিব পাৰে।

ইপিনে দূৰ্গাপূজাৰ অষ্টমীৰ দিনা মহাগৌৰীৰ পূজা কৰিলে বৃহস্পতি মজবুত হয়। এই পূজাত ওম গ্রাং গ্রীং গ্রৌং সঃ গুরুবে নমঃ মন্ত্র জপ করা উচিত।

নৱৰাত্ৰীৰ নৱম দিনা সিদ্ধিদাত্ৰীক উপাসনা কৰা হয়। সিদ্ধিদাত্ৰীৰ উপাসনা কৰিলে শুক্ৰদোষ দূৰ হয়। এই পূজাৰ দিনা ওম শুং শুক্রায় নমঃ মন্ত্র জপ কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamnavaratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন
অসম

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

May 10, 2026
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম
বিনোদন

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

May 10, 2026
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!
জীৱনশৈলী

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

May 9, 2026
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!
জীৱনশৈলী

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

May 9, 2026
Next Post
ৰেচনৰ দোকানত কিয় বিক্ৰী কৰিব সুৰা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

ৰেচনৰ দোকানত কিয় বিক্ৰী কৰিব সুৰা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

যৌন ধৰ্মঘট! মহিলাক যৌন ধৰ্মঘট কৰিবলৈ কিয় আহ্বান জনাইছে পশুপ্ৰেমী সংস্থাই?

যৌন ধৰ্মঘট! মহিলাক যৌন ধৰ্মঘট কৰিবলৈ কিয় আহ্বান জনাইছে পশুপ্ৰেমী সংস্থাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.