• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

4 years ago
পাকিস্তান আৰক্ষীৰ গু*লীত ৯ বছৰীয়া অষ্ট্ৰেলিয়ান কন্যাৰ প্ৰাণহা*নি!

পাকিস্তান আৰক্ষীৰ গু*লীত ৯ বছৰীয়া অষ্ট্ৰেলিয়ান কন্যাৰ প্ৰাণহা*নি!

25 minutes ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

1 hour ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

2 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

3 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

4 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

16 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

16 hours ago
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

17 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

18 hours ago
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

18 hours ago
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

19 hours ago
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

editor by editor
September 30, 2022
in খাদ্য, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?
0
SHARES
12.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হৃদযন্ত্ৰ হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ এটা। এই অংগটোৱে সমগ্ৰ শৰীৰত তেজ চলাচল কৰা প্ৰক্ৰিয়াত কাম কৰে। অক্সিজেন সমৃদ্ধ তেজ সমগ্ৰ দেহত প্ৰবাহিত কৰি ৰখাৰ একমাত্ৰ অংগই হৈছে হৃদযন্ত্ৰ। কিন্তু দিনকদিনে পৃথিৱীৰ সমান্তৰালকৈ আমাৰ দেশতো বৃদ্ধি হৈছে হৃদৰোগীৰ সংখ্যা। হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰাৰ ফলত ব্যক্তি একোগৰাকী মৃত্যুৰ দিশলৈ গতি কৰে।

হৃদৰোগ সঠিক সময়ত ধৰা পৰিলে মৃত্যু সম্ভাৱনাৰ পৰা কিছু আঁতৰত অৱস্থান কৰিব পাৰি। কিন্তু এই পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ অত্যাধুনিক যন্ত্ৰ নাছিল যাৰ বাবে বহুসংখ্যক হৃদৰোগীয়েই অকাল মৃ্ত্যুক সাবটি ল’ব লগা হৈছে। শেহতীয়াভাৱে হৃদৰোগ সম্পৰ্কত চলি থকা গৱেষণাৰ অন্তত বিজ্ঞানীসকলে এবিধ বিশেষ অত্যাধুনিক যন্ত্ৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। Four-dimensional Flow MRI- নামৰ যন্ত্ৰবিধৰ সহায়ত অচিৰেই হৃদৰোগ ধৰা পেলাব পাৰিব বুলি দাবী কৰিছে বিজ্ঞানী মহলে।

হৃদযন্ত্ৰ যেতিয়া বিফল হয়, হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰাত সমস্যা আহি পৰে। এই ক্ষেত্ৰত, হৃদযন্ত্ৰৰ পেশীসমূহো জঠৰ হৈ পৰে। সেয়ে হৃদযন্ত্ৰই সমগ্ৰ শৰীৰত স্বাভাৱিক পৰিমাণৰ তেজ যোগান ধৰিব নোৱাৰে। হৃদযন্ত্ৰৰ এই বিফলতা সোনকালে চিনাক্ত কৰিলে ৰোগীজন প্ৰয়োজনীয় চিকিৎসা দিয়াত সহায়ক হয়।

Four-dimensional Flow MRI-এই নতুন প্ৰযুক্তি আবিষ্কাৰ কৰিছে ইউনিভাৰচিটি অৱ এঞ্জেলীয়াই। এই নতুন প্ৰযুক্তিৰে মাত্ৰ ৮ মিনিটৰ ভিতৰতেই হৃদযন্ত্ৰ বিফলতা সম্পৰ্কে জানিব পৰা যায়। হাৰ্টৰ বিফলতা মানেই ৰোগী একোগৰাকীৰ মৃত্যু ঘটিব এনে নহয়। উপযুক্ত সময়ত চিকিৎসা পালেই ৰোগী একোগৰাকীয়ে পুনৰ স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে। এই নতুন প্ৰযুক্তিৰে কেতিয়া পৰীক্ষা কৰিব সেই সম্পৰ্কেও বাখ্যা দাঙি ধৰিছে উদ্ভাৱক দলটোৱে।

এম আৰ আইৰ ওপৰত নিৰ্ভৰ কৰি CAT-ARC, 4D Flow MRI আদি কৰা হয়। এইসমূহ চিকিৎসা বিজ্ঞানৰ একোটা নৱ সংযোজনেই। এম আৰ আইত প্ৰায় ৩০ মিনিট ধৰি হাৰ্টৰ স্কেন কৰিলে কি হৈছে জানিব পৰা যায়। এইসমূহো একোটা আধুনিক পদ্ধতি। কিন্তু ৮ মিনিটত হাৰ্ট স্কেন কৰিব পৰা
Four-dimensional Flow MRI-ৰ আৱিষ্কাৰক দলটোৰ প্ৰধান গৱেষক পংকজ গৰ্গে প্ৰকাশ কৰা অনুযায়ী হাৰ্টৰ ওপৰত বেছিকৈ প্ৰেছাৰ থাকিলে হাৰ্ট ফেইল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। নতুন প্ৰযুক্তিৰ জৰিয়তে হাৰ্টৰ ভিতৰত চলি থকা তেজৰ চলাচল সম্পূৰ্ণকৈ ধৰা পেলাব পাৰি। এই চলাচল অস্বাভাৱিক দেখিলেই লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে।

হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰধান লক্ষণসমূহৰ ভিতৰত হৈছে হৃদযন্ত্ৰটোৱে দ্ৰুত গতিত ক্ৰিয়া কৰিব পাৰে। কাঁহৰ সমস্যাই দেখা দিব পাৰে। পোট ফুলা, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, ভোক নলগা, দূৰ্বল অনুভৱ হোৱা, ভৰি ফুলি উঠা, অনিয়মীতভাৱে প্ৰেছাৰ উঠা-নমা হোৱা, হঠাতেই দেহৰ ওজন বৃদ্ধি হোৱা আদি লক্ষণে দেখা দিব পাৰে।

আনহাতে হৃদযন্ত্ৰ সম্পূৰ্ণ বিকল হৈ পৰাৰ প্ৰধান কাৰণসমূহ হৈছে- কৰনাৰী আৰ্টাৰীৰ সমস্যা, কাৰ্ডিয়মায়পেথি, কনজেটিটেন হৃদৰোগ, হাৰ্টৰ ভলবৰ সমস্যা, অনিয়ন্ত্ৰিত হাৰ্ট বিট, হাই ব্লাড প্ৰেছাৰ, ডায়াবেটিছ, এইছআইভি, এনিমিয়া, কেমোথেৰাপি, নিদ্ৰাহীনতাই হৃদযন্ত্ৰ বিকলত প্ৰধান ভূমিকা পালন কৰে।

হৃদযন্ত্ৰ ভালে ৰখাৰ ক্ষেত্ৰত আমাৰ নিয়মিত জীৱন-ধাৰণৰ যিসমূহ ভুল-ত্ৰুতি আছে সেয়া সালসলনি কৰিব লাগে। নিয়মিত ব্যায়াম কৰা, শৰীৰৰ ওজন কমোৱা, সময়মতে খোৱা-বোৱা কৰা, সঠিক সময়ত নিদ্ৰা, মদ্যপানৰ অভ্যাস ত্যাগ কৰা, ধূমপানৰ অভ্যাস ত্যাগে হৃদৰোগৰ সমস্যা বহু পৰিমানে কমাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তান আৰক্ষীৰ গু*লীত ৯ বছৰীয়া অষ্ট্ৰেলিয়ান কন্যাৰ প্ৰাণহা*নি!
অপৰাধ

পাকিস্তান আৰক্ষীৰ গু*লীত ৯ বছৰীয়া অষ্ট্ৰেলিয়ান কন্যাৰ প্ৰাণহা*নি!

June 16, 2026
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?
বিনোদন

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

June 16, 2026
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা
বিনোদন

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

June 16, 2026
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?
বিনোদন

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

June 16, 2026
Next Post
শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

চাৰ্ছ নকৰিব! ৬৩ টা এডাল্ট চাইটক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় টেলি যোগাযোগ বিভাগৰ

চাৰ্ছ নকৰিব! ৬৩ টা এডাল্ট চাইটক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় টেলি যোগাযোগ বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.