• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘চেমখৰ’-ত থকা কণমানিটোৰ মৃত্যুৰ বাবে আইমী জগৰীয়া নহয়! কি ক’লে কণমানিটোৰ পিতৃ-মাতৃয়ে?

‘চেমখৰ’-ত থকা কণমানিটোৰ মৃত্যুৰ বাবে আইমী জগৰীয়া নহয়! কি ক’লে কণমানিটোৰ পিতৃ-মাতৃয়ে?

4 years ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

16 minutes ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

35 minutes ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

2 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

2 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

3 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

4 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

5 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

5 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

6 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

19 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

20 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘চেমখৰ’-ত থকা কণমানিটোৰ মৃত্যুৰ বাবে আইমী জগৰীয়া নহয়! কি ক’লে কণমানিটোৰ পিতৃ-মাতৃয়ে?

editor by editor
September 30, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, চিনেমা, বিনোদন, বিবিধ
0
‘চেমখৰ’-ত থকা কণমানিটোৰ মৃত্যুৰ বাবে আইমী জগৰীয়া নহয়! কি ক’লে কণমানিটোৰ পিতৃ-মাতৃয়ে?
0
SHARES
49.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আইমী বৰুৱাৰ বহুচৰ্চিত ‘চেমখৰ’ ছবিখনক লৈ সৃষ্টি হৈছে বিতৰ্ক। ছবিখনত আইমী বৰুৱাই চেমখৰ ডিমাচাসকলৰ জীৱনক লৈ মিছা আৰু ভিত্তিহীন তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰোপৰি ছবিখনত অভিনয় কৰা এটি তিনিমহীয়া কণমানিৰ শ্বুটিং শেষ হোৱাৰ ৫ দিন পিছতেই মৃত্যু হোৱা বুলিও অভিযোগ আনিছে৷ বিহত দিনকেইটাত এই বিষয়টো লৈ ক্ষুব্ধ হৈ পৰিছে ডিমা হাচাওৰ একাংশ লোক।

কণমানিটোৰ মৃত্যুৰ বাতৰিক লৈ সামাজিক মাধ্যমত একাংশ সৰৱ হৈ থাকোতেই কণমানিটোৰ পিতৃ-মাতৃয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ পিতৃ-মাতৃয়ে সন্তানটোৰ মৃত্যুৰ বাবে কোনো প্ৰকাৰেই আইমী বৰুৱা জগৰীয়া নহয় বুলি উল্লেখ কৰি কয় যে, আইমী বৰুৱাই সন্তানটোক নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল৷

বৃহস্পতিবাৰে হাফলঙত আইমী বৰুৱাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক যুৱক–যুৱতী, পুৰুষ–মহিলাই। ছবিখনত বহু মিছা তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। ছবিখনত দেখুওৱা কেতবোৰ তথ্যৰ বাস্তৱত কোনো ভিত্তি নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।ইউনাইটেড ডিমাচা য়ুথৰ উদ্যোগত প্ৰতিবাদী সমদলত বিভিন্ন ৰাজনৈতিক দলৰ নেতা–কৰ্মীয়েও অংশগ্ৰহণ কৰে।

আইমী বৰুৱাই পৰিচালনা তথা অভিনয় কৰা ‘চেমখৰ’ ছবিত দেখুওৱা হৈছে চেমখৰ জনগোষ্ঠীৰ এখন আদিম গাঁও। য’ত কন্যা সন্তান জন্ম দি মাকৰ মৃত্যু হ’লে সন্তানটিক জীৱন্তে পুতি পেলোৱা হয়। এইয়া সম্পূৰ্ণ মনে সজা কাহিনী এনে কোনো নিয়ম তাত নাই বুলি সম্প্ৰদায়টোৰ লোকসকলে প্ৰকাশ কৰিছে৷ এনে ভুল উপস্থাপনৰ বাবেই ‘চেমখৰ’ ছবিখন নিষিদ্ধ ঘোষণা কৰাৰো দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে।

ইফালে, চেমখৰ ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইমী বৰুৱাই। ছবিখনৰ কাহিনীভাগ ঠাইখনক আধাৰ হিচাপে লৈ আগবঢ়াই নিয়া হৈছে যদিও ইয়াৰ কাহিনী সকলো ফালৰ পৰাই কাল্পনিক বুলি উল্লেখ কৰিছে আইমীয়ে।

সামাজিক মাধ্যমত আইমী বৰুৱাই লিখিছে, ‘চেমখৰ ছবিখন কিছু কাকত-গ্ৰন্থ-আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনীভাগ আগবঢ়াই নিছো যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক। ছবি খনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই। কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ। তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aimee Boruahassam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ
বিনোদন

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

September 6, 2026
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!
জীৱনশৈলী

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

September 6, 2026
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত
প্ৰযুক্তি

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

September 6, 2026
Next Post
‘ক্ৰিকেটতকৈ ফুটবলহে মোৰ প্ৰিয়’ তথাপিও কিয় ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ চাব হাৰ্টথ্ৰ’ব জুবিনে?

‘ক্ৰিকেটতকৈ ফুটবলহে মোৰ প্ৰিয়’ তথাপিও কিয় ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ চাব হাৰ্টথ্ৰ’ব জুবিনে?

প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়

প্ৰচাৰৰ অংশ নহয়! এইয়া মহানুভৱতাৰহে নিদৰ্শন, এম্বুলেঞ্চৰ বাবেই ৰ’ল প্ৰধানমন্ত্ৰীৰ কনভয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.