• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?

মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?

4 years ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

3 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

3 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

4 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

4 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

5 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

5 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

6 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

7 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

7 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

8 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

9 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?

editor by editor
October 14, 2022
in অসম, জীৱনশৈলী, স্বাস্থ্য
0
মাজুলীৰ বিননি! এম্বুলেঞ্চ দিয়া স্বত্বেও কিয় হাস্পতাললৈ যাব নোৱাৰে ৰোগী?
0
SHARES
682
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মাজুলীত অনাটন বাৰে বাৰে বাতৰিৰ প্ৰথম পৃষ্ঠাত। মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ প্ৰশ্ন উত্থাপিত হৈ থকাৰ মাজতেই স্বাস্থ্যমন্ত্ৰীয়ে তিনিখনকৈ এম্বুলেঞ্চ মাজুলীবাসীক প্ৰদান কৰে। মাজুলীবাসীক তিনিখন এম্বুলেঞ্চ প্ৰদান কৰাৰ পিছতো এগৰাকী ৰোগীক ঘোঁৰা গাড়ীৰে চিকিৎসালয়লৈ নিয়াৰ দৃশ্য এতিয়া সমগ্ৰতে ভাইৰেল হৈ পৰিছে।

এম্বুলেঞ্চ দিয়াৰ পিছতো কিয় ৰোগীক এনেদৰে ঘোঁৰাগাড়ীৰে নিব লগা হৈছে? এই বিষয়টোক লৈ চৰ্চা লাভ কৰাৰ সময়তে ৰোগীৰ পৰিয়ালবৰ্গই এই সম্পৰ্কে দিয়া মন্তব্যই এতিয়া ভাৱিবলৈ বাধ্য কৰাইছে, সঁচাকৈয়ে মাজুলীত উন্নয়ন হৈছেনে? ৰোগীৰ আত্মীয়ই জনোৱা অনুসৰি বিধ্বস্ত বাট-পথৰ বাবে এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰে। মাজুলীৰ লুইত খাবলুৰ নামনি কুলামুৱাৰ জৰাজীৰ্ণ বাট-পথৰ বাবে এম্বুলেঞ্চ আহিব নোৱাৰে যাৰ বাবে যাতায়তৰ একমাত্ৰ উপায় ঘোঁৰাগাড়ীখনেই বুলি উল্লেখ কৰে ৰোগীৰ আত্মীয়ই।

উল্লেখ্য যে পুমী পাতিৰ নামৰ গুৰুতৰভাৱে অসুস্থ ৰোগীগৰাকীক মাজুলী জিলা চিকিৎসালয়লৈ নিয়াৰ পথত ঘোঁৰাগাড়ীও যাব নোৱাৰাত অৱশেষত ৰোগীগৰাকীক ঘৰলৈকে ওভতাই দিব লগাত পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা
অসম

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
Next Post
চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?

চলিত সপ্তাহতেই দিব ২৬ হাজাৰ পদৰ বাবে হোৱা তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট! ভাষণত আৰু কি কলে মুখ্যমন্ত্ৰীয়ে?

পানী খালেও পিয়াহ দূৰ নহয়? এইকেইটা ৰোগৰ পৰীক্ষা অচিৰেই কৰাওক…

পানী খালেও পিয়াহ দূৰ নহয়? এইকেইটা ৰোগৰ পৰীক্ষা অচিৰেই কৰাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.