• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এলাগী মাজুলী! আদিত্য, তেজস্বীতা, মানস আৰু কিমান বাকী?

এলাগী মাজুলী! আদিত্য, তেজস্বীতা, মানস আৰু কিমান বাকী?

4 years ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

7 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

7 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

8 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

8 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

9 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

11 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

12 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

12 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

13 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

14 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

1 day ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এলাগী মাজুলী! আদিত্য, তেজস্বীতা, মানস আৰু কিমান বাকী?

editor by editor
October 19, 2022
in অসম, জীৱনশৈলী, স্বাস্থ্য
0
এলাগী মাজুলী! আদিত্য, তেজস্বীতা, মানস আৰু কিমান বাকী?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুনৰ বিৰ্তকত মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়৷ চিকিৎসালয়ৰ হেমাহিত পুনৰ প্ৰাণ হেৰুৱালে আৰু এজন যুৱকে৷ বিৰ্তকই লগ এৰা দিয়া নাই মাজুলীৰ পিতাম্বৰ দেৱ জিলা অসামৰিক চিকিৎসালয়ক৷ মানস, তেজস্বীতাৰ পিছত এইবাৰ প্ৰাণ হেৰুৱালে আদিত্য পায়েঙে৷

১৫ দিনৰ ভিতৰত দুগৰাকী লোকৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসালয়খনৰ বিৰুদ্ধে৷ উল্লেখ্য যে মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত ফুলেশ্বৰীৰ নিবাসী আদিত্য পায়েংৰ বুকুৰ বিষৰ বাবে নিশা ২মান বজাত পৰিয়ালৰ লোকে গড়মূৰ জিলা চিকিৎসালয়লৈ নিজা গাড়ীৰে লৈ যায়৷ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতেই চিকিৎসক নথকাত পৰিয়ালৰ লোকে এঘণ্টা সময় ধৰি ফোন যোগে চিকিৎসালয়লৈ আহিবলৈ অনুৰোধ জনোৱাৰ পিছতো চিকিৎসক হাস্পতালত উপস্থিত নহ’ল৷

চিকিৎসক উপস্থিত নোহোৱাত চিকিৎসালয়ত থকা নাৰ্চে এটা বেজী দিয়ে আদিত্যক৷ বেজীটো দিয়াৰ পিছতেই আদিত্যৰ শৰীৰ হালধীয়া হোৱা দেখা গৈছিল বুলি অভিযোগ আনিছে পৰিয়ালৰ লোকে৷ হালধীয়া পৰাত গড়মূৰ জিলা চিকিৎসালয়ে উন্নত চিকিৎসাৰ বাবে লক্ষীমপুৰলৈ প্ৰেৰণ কৰে আদিত্যক৷ আদিত্যক লখিমপুৰলৈ নিবৰ বাবে বাৰম্বাৰ ১০৮ এম্বুলেঞ্চ সেৱাত ফোন লগায়ো কোনো সঁহাৰি নোপোৱাৰ ক্ষন্তেক সময়ৰ পিছতেই মৃত্যুক সাবটি লয় আদিত্যই বুলি অভিযোগ আনিছে আদিত্যৰ পৰিয়ালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
Next Post
সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?

সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?

মোক হনুমান কৈ কি লাভ? আমৰ বজাৰ চলোতে আদা-হালধিৰ বেপাৰী ধৰি থকা হৈছিল…

মোক হনুমান কৈ কি লাভ? আমৰ বজাৰ চলোতে আদা-হালধিৰ বেপাৰী ধৰি থকা হৈছিল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.