• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাস্ত্ৰ অনুসৰি ভাতৃ দ্বিতীয়া পালন কৰোতে এইকেইটা কাম নকৰিলে অমঙ্গল হয়…

শাস্ত্ৰ অনুসৰি ভাতৃ দ্বিতীয়া পালন কৰোতে এইকেইটা কাম নকৰিলে অমঙ্গল হয়…

4 years ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

25 minutes ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

2 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

2 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

2 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

3 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

4 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

4 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

5 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

6 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

7 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

8 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শাস্ত্ৰ অনুসৰি ভাতৃ দ্বিতীয়া পালন কৰোতে এইকেইটা কাম নকৰিলে অমঙ্গল হয়…

editor by editor
October 26, 2022
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
শাস্ত্ৰ অনুসৰি ভাতৃ দ্বিতীয়া পালন কৰোতে এইকেইটা কাম নকৰিলে অমঙ্গল হয়…
0
SHARES
8.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৭ অক্টোবৰ অৰ্থাৎ বৃহস্পতিবাৰে ভাতৃ দ্বিতীয়া বা ভাইফোঁট। ভাতৃদ্বিতীয়াৰ দিনটোত ভনীয়েক বা বায়েকে ভায়েকৰ মঙ্গল কামনাৰে কঁপালত আঁকি দিয়ে তিলক। ভাতৃ দ্বিতীয়া পালনৰ কিছু নিয়ম নীতি থাকে। সেই নিয়ম মানিহে বায়েকে ফোঁট দিয়ে ভায়েকক। জ্যোতিষশাস্ত্ৰ মতেও এই দিনটোৰ কেইটামান নিয়ম মানি চলিলে ভায়েকৰ সৌভাগ্য বৃদ্ধি পায়।

কি কি নিয়ম মানি চলাটো দৰকাৰ? সেই ,সম্পৰ্কে জ্যোতিষশাস্ত্ৰই দিয়া বিধান অনুযায়ী প্রথমেই আছে ভায়েকক তিলক লগাই দিওতে সদায়ে পূবৰ ফালে মূৰ থৈহে দিব লাগে। দ্বিতীয়তে ফোঁট দিওতে যি চন্দন ব্যৱহাৰ কৰা হয় সেই চন্দন পূৰ্বে গংগাজলৰ সৈতেহে প্ৰস্তুত কৰি ল’ব লাগে। গংগাজল নাথাকিলে গোলাপজলো ব্যৱহাৰ কৰিব পাৰে। পৰাপক্ষত ফোঁট দিওতে কেশৰ চন্দনৰ মিশ্ৰণ ল’ব পাৰে। ফোঁট দিওতে সদায়ে ভাতৃ বহা আসনখন কটন কাপোৰৰ হ’ব লাগে।

ফোঁট দিয়াৰ আগতে সদায়ে চাকি-ধুপেৰে আৰতি কৰাটো প্ৰয়োজন। ভাতৃদ্বিতীয়াৰ দিনা কাঁহ, পিতলৰ বাচন ব্যৱহাৰ কৰাটো শুভ বুলি জ্যোতিষশাস্ত্ৰই প্ৰকাশ কৰিছে। ভাই ফোঁটৰ দিনটোত ফোঁট দিয়াৰ পূ্‌ৰ্বে ভগ্নীয়ে আগতে ইষ্টদেৱতাক উদ্দেশ্যি পূজা আগবঢ়োৱাটো নিয়ম। লগতে এই দিনটোত ভায়েকক তেওঁৰ পছন্দৰ মিঠাই দিয়াৰ লগতে ভাতৃ-ভগ্নী দুয়োৱে ইজনে আনজনক উপহাৰো আগবঢ়ায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক
জীৱনশৈলী

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

August 21, 2026
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ
জীৱনশৈলী

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

August 21, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

August 21, 2026
Next Post
এয়াই প্ৰথম নহয়! পূৰ্বেও ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত চাফা কৰিছিল শৌচাগাৰ…

এয়াই প্ৰথম নহয়! পূৰ্বেও ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াত চাফা কৰিছিল শৌচাগাৰ...

কেজৰিৱালে কৈছে, ‘মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’

কেজৰিৱালে কৈছে, 'মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.