• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেজৰিৱালে কৈছে, ‘মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’

কেজৰিৱালে কৈছে, ‘মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’

4 years ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

40 minutes ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

1 hour ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

2 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

3 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

3 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

4 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

4 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

5 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

6 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

19 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

20 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কেজৰিৱালে কৈছে, ‘মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’

editor by editor
October 26, 2022
in বাণিজ্য, বিবিধ, ভাৰত
0
কেজৰিৱালে কৈছে, ‘মুছলমান অধ্যুষিত দেশৰ নোটত গণেশ আছে ভাৰতীয় নোটত থকাত আপত্তি কিহৰ?’
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিজেপিৰ অস্ত্ৰৰে বিজেপিকেই আক্ৰমণ কৰিছে নেকি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে! প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিয়া প্ৰস্তাৱে দেশজুৰি লাভ কৰিছে চৰ্চা।

ভাৰতীয় নোটত লক্ষ্মী-গণেশৰ ছবি ৰাখিবলৈ আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কেজৰিৱালৰ দাবী, নতুন নোট ছপা কৰোত মহাত্মা গান্ধীৰ কাষত লক্ষ্মী আৰু গণেশৰো ছবি ৰাখক। অৰবিন্দ কেজৰিৱালে ছপা পদ্ধতিৰ বিষয়েও বুজায় কয় যে, এফালে মহাত্মা গান্ধীকেই ৰাখত অন্য পিঠিতহে লক্ষ্মী-গণেশক ৰাখক। এনেকৈ দেৱ-দেৱীৰ ফটো ৰাখিলে আৰ্থিক সমৃদ্ধি ঘটিব।

প্ৰধানমন্ত্ৰী মোদীক আবেদন জনাই কেজৰিৱালে কয়, ‘বিভিন্ন সময়ত আমি আৰ্থিক উন্নতিৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰো। কিন্তু ঈশ্বৰৰ আশীৰ্বাদ অবিহনে এয়া সম্ভৱ নহয়। সেয়ে প্ৰধানমন্ত্ৰীক মই আবেদন জনাইছো যে ভাৰতীয় নোটত লক্ষ্মী-গণেশৰ ছবি ৰাখক।’

ইয়াৰ উপৰিও কেজৰিৱালে নিজা কথাৰ ওপৰত যুক্তি দি ইণ্ডোনেছিয়াৰ উদাহৰণ দাঙি ধৰে। ইণ্ডোনেছিয়া মুছলমান অধ্যুষিত দেশ হ’লেও তাত গণেশৰ ছবি থকা নোটৰহে প্ৰচলন আছে। আমাৰ দেশত এয়া সম্ভৱ নহয় কিয়? চিঠিত কেজৰিৱালে লিখিছে, ‘ডলাৰৰ তুলনাত টকাৰ মূল্য ক্ৰমাৎ হ্ৰাস পাব ধৰিছে। এনে জটিল পৰিস্থিতিত অৰ্থনৈতিক স্থিতিশীলতা আনিবলৈ ঈশ্বৰৰ আশীৰ্বাদ অতিকৈ প্ৰয়োজন।’

বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰে বুলি বিৰোধীয়ে প্ৰতিসময়তে আক্ৰমণ কৰি থকাৰ সময়তে অৰবিন্দ কেজৰিৱালৰ এই মন্তব্যক লৈ সমগ্ৰ দেশতেই চলিছে চৰ্চা। কেজৰিৱালে মোদীৰ ৰাজনৈতিক কৌশলেৰে মোদীকেই আঁতৰাই দিয়াৰ পৰিকল্পনা কৰিছে নেকি? ভাৰতবৰ্ষৰ দৰে ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মীয় মন্তব্য ৰাখি কেজৰিৱালে বিজেপি দলক দূৰ্বল কৰাৰেই চেষ্টা কৰা বুলিও ৰাজনৈতিক মহলে চৰ্চা চলাইছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও গুজৰাটৰ জনসভাত কেজৰিৱালে ‘জয় শ্ৰী ৰাম’, ‘জয় শ্ৰী কৃষ্ণ’ ধ্বনি দিছিল। গুজৰাটতো জনপ্ৰিয়তা বৃদ্ধিৰ বাবেই এই কাৰ্যকলাপ কেজৰিৱাল বুলি বহুতেই সামাজিক মাধ্যমত চৰ্চা চলাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?
বিজ্ঞান

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
Next Post
২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই…

২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই...

বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.