• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংবাদিকক আক্ৰমণ কৰি হাৰি যাব নোৱাৰিব! সাংবাদিকৰ জীৱনৰ সুৰক্ষাৰ দাবী তুলি ইউনেস্কই দিলে এইকেইটা তথ্য…

সাংবাদিকক আক্ৰমণ কৰি হাৰি যাব নোৱাৰিব! সাংবাদিকৰ জীৱনৰ সুৰক্ষাৰ দাবী তুলি ইউনেস্কই দিলে এইকেইটা তথ্য…

4 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

4 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

4 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

4 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

4 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

5 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

5 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

8 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

9 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

10 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

11 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সাংবাদিকক আক্ৰমণ কৰি হাৰি যাব নোৱাৰিব! সাংবাদিকৰ জীৱনৰ সুৰক্ষাৰ দাবী তুলি ইউনেস্কই দিলে এইকেইটা তথ্য…

editor by editor
November 2, 2022
in অপৰাধ, জীৱনশৈলী, বিবিধ, বিশ্ব
0
সাংবাদিকক আক্ৰমণ কৰি হাৰি যাব নোৱাৰিব! সাংবাদিকৰ জীৱনৰ সুৰক্ষাৰ দাবী তুলি ইউনেস্কই দিলে এইকেইটা তথ্য…
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুৰক্ষিত জীৱন সাংবাদিকে কেতিয়া পাব? বিশ্বৰ উদাহৰণৰ পূৰ্বেই অসম মুলূকতেই আছে সাংবাদিকক আক্ৰমণ কৰাৰ  উদাহৰণ। সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণ ৯০ৰ দশকতেই আৰম্ভ হৈছিল ৰাজ্যত। অসমৰ সংবাদ জগতৰ ভোটাতৰা পৰাগ দাসক গুলীৰে থকাসৰকা কৰিছিল দুৰ্বৃত্তই। কিন্তু বিচাৰ প্ৰক্ৰিয়া আজিকোপতি শেষ নহ’ল। শেহতীয়াভাৱে ইউনেস্কই চলোৱা এক গৱেষণাত পোহৰলৈ আহিছে বহুকেইটা তথ্য। বিশ্বজুৰি সাংবাদিকক হত্যা কৰা অপৰাধীৰ বেছিসংখ্যকৰেই শাস্তি নহয়। এনেকৈ সাংবাদিক হত্যা কৰি হাৰি যোৱা দুৰ্বৃত্তৰ সংখ্যা পৃথিৱীত ৮৬ শতাংশৰো অধিক বুলি দাবী কৰিছে সংস্থাটোৱে।

ইউনেস্কই দাবী কৰা অনুযায়ী, সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ সঠিক বিচাৰ পৃথিবীৰ কোনো এখন দেশতেই আজিলৈকে ভালধৰণে হোৱা নাই। এই দৰে হাৰি যোৱা অপৰাধীবোৰৰ বিৰুদ্ধে তদন্ত হওক। এইসকল অপৰাধীয়েও উপযুক্ত শাস্তি পাওক।’ ইউনেস্কৰ ডাইৰেক্টৰ জেনেৰেল অড্ৰে আজোলে লগতে কয়, ‘এই ধৰণৰ অমিমাংসিত মামলাবোৰেই পৃথিৱীত স্বাধীন ভাৱে মত প্ৰকাশ কৰাৰ অধিকাৰ খৰ্ব কৰে, এনেদৰে চলিলে এদিন পৃথিৱীবাসীয়ে বাক স্বাধীনতাই হেৰুৱাই পেলাব।’

উল্লেখ্য যে ইউনেস্কই প্ৰকাশ কৰা প্ৰতিবেদন মতে বিগত দশকৰ তুলনাত এই দশকত এই সংখ্যা ৯ শতাংশ কমিছে। ২০২০-২১ বৰ্ষত সমগ্ৰ পৃথিৱীত ১১৭ জন সাংবাদিকক কৰ্তব্যৰ সময়তেই হত্যা কৰা হৈছে। আনহাতে আম ৯১ গৰাকীক হত্যা কৰিছে কৰ্তব্যত নথকাৰ সময়ত। এই হত্যা ইমানেই বৰ্বৰ যে বেছিসংখ্যককেই তেওঁলোকৰ পৰিয়ালৰ ওচৰতেই হত্যা কৰি গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব জুনিয়ৰ এনটিআৰ! অমিত শ্বাহেৰে সাক্ষাৎ, সমীকৰণ কি ওলাল?

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব জুনিয়ৰ এনটিআৰ! অমিত শ্বাহেৰে সাক্ষাৎ, সমীকৰণ কি ওলাল?

‘মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই…

'মিঞাৰ সমৰ্থন আৰু কিমান কৰে! মিঞাক সমৰ্থন কৰিয়েই শেষ হ’ল কংগ্ৰেছ দল,’ কংগ্ৰেছক কটাক্ষ কৰি আৰু কি কি ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.