• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

4 years ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

44 minutes ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

1 hour ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

2 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

3 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

3 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

4 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

4 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

5 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

6 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

7 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

editor by editor
November 9, 2022
in অসম, স্বাস্থ্য
0
তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
0
SHARES
468
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাজুলীৰ তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ কিছুদিন পূৰ্বে ৰাজ্য তোলপাৰ লগাৰ পাছতেই এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পিতৃ-মাতৃয়ে নিয়মীয়াকৈ ঔষধ নুখুওৱাৰ বাবে মৃত্যু হৈছিল প্ৰতিভাৱান তেজস্বিতা বৰুৱাৰ৷ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হোৱা নাছিল তেজস্বিতাৰ৷ CARDIAC ARREST হৈ মৃত্যু হৈছিল মৃগী ৰোগত আক্ৰান্ত তেজস্বিতাৰ৷ দীৰ্ঘদিনৰ পৰা মৃগী ৰোগত আক্ৰান্ত হৈ আছিল তেজস্বিতা বৰুৱা। জিলা উপায়ুক্তৰ প্ৰতিবেদনত ওলাইছে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য৷

চিকিৎসকলৈ কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ?

চিকিৎসকৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ পাছত মাজুলীলৈ অহা চিকিৎসকক সহযোগ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে মাজুলীৰ ৰাস উপভোগ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা৷ বুধবাৰে গুৱাহাটীলৈ অহাৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীগৰাকীক এটি সংস্থাপনৰ বাবেও অনুৰোধ জনাই তেজস্বিতাৰ পূৰ্বে মৃত্যু মুখত পৰা মানস বৰাৰ পত্নীয়ে৷ দুমাহ পূৰ্বে ভুল চিকিৎসাৰ বাবে শিক্ষক মানস বৰাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ পত্নীয়ে আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীক৷

মাজুলীৰ ক’ত ৰাস উপভোগ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী?

মঙলবাৰে গড়মূৰৰ বংশী গোপাল নাট্য মন্দিৰত ৰাস উপভোগ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ জেংৰাইমুখতো ৰাস উপভোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ চামগুৰি, বেঙেনাআটী সত্ৰলৈও যায় হিমন্ত বিশ্ব শৰ্মা৷ ভোগপুৰ সত্ৰত এখন গ্ৰন্থও উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ গুৰুত্বপূৰ্ণ কথা যে মাজুলীৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰাৰ পাছত তেজস্বিতাৰ মৃত্যুক লৈ প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মাজুলীৰ তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ কিছুদিন পূৰ্বে ৰাজ্য তোলপাৰ লগাৰ পাছত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ পিতৃ-মাতৃয়ে নিয়মীয়াকৈ ঔষধ নুখুওৱাৰ বাবে মৃত্যু হৈছিল প্ৰতিভাৱান তেজস্বিতা বৰুৱাৰ৷ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হোৱা নাছিল তেজস্বিতাৰ৷ CARDIAC ARREST হৈ মৃত্যু হৈছিল মৃগী ৰোগত আক্ৰান্ত তেজস্বিতাৰ৷ দীৰ্ঘদিনৰ পৰা মৃগী ৰোগত আক্ৰান্ত হৈ আছিল তেজস্বিতা৷ জিলা উপায়ুক্তৰ প্ৰতিবেদনত ওলাইছে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য৷ চিকিৎসকৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ পাছত মাজুলীলৈ অহা চিকিৎসকক সহযোগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
Next Post
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক…

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক...

১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.