• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

4 years ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

4 minutes ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

32 minutes ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

3 hours ago
মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

4 hours ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

4 hours ago
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

5 hours ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

5 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

6 hours ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

7 hours ago
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

7 hours ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

8 hours ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

editor by editor
November 9, 2022
in অসম, স্বাস্থ্য
0
তেজস্বিতাৰ মৃত্যুৰ বাবে দায়ী নহয় চিকিৎসাবিভাগ! দায়ী পিতৃ-মাতৃহে, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
0
SHARES
473
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাজুলীৰ তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ কিছুদিন পূৰ্বে ৰাজ্য তোলপাৰ লগাৰ পাছতেই এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পিতৃ-মাতৃয়ে নিয়মীয়াকৈ ঔষধ নুখুওৱাৰ বাবে মৃত্যু হৈছিল প্ৰতিভাৱান তেজস্বিতা বৰুৱাৰ৷ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হোৱা নাছিল তেজস্বিতাৰ৷ CARDIAC ARREST হৈ মৃত্যু হৈছিল মৃগী ৰোগত আক্ৰান্ত তেজস্বিতাৰ৷ দীৰ্ঘদিনৰ পৰা মৃগী ৰোগত আক্ৰান্ত হৈ আছিল তেজস্বিতা বৰুৱা। জিলা উপায়ুক্তৰ প্ৰতিবেদনত ওলাইছে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য৷

চিকিৎসকলৈ কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ?

চিকিৎসকৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ পাছত মাজুলীলৈ অহা চিকিৎসকক সহযোগ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে মাজুলীৰ ৰাস উপভোগ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা৷ বুধবাৰে গুৱাহাটীলৈ অহাৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীগৰাকীক এটি সংস্থাপনৰ বাবেও অনুৰোধ জনাই তেজস্বিতাৰ পূৰ্বে মৃত্যু মুখত পৰা মানস বৰাৰ পত্নীয়ে৷ দুমাহ পূৰ্বে ভুল চিকিৎসাৰ বাবে শিক্ষক মানস বৰাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ পত্নীয়ে আজি সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীক৷

মাজুলীৰ ক’ত ৰাস উপভোগ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী?

মঙলবাৰে গড়মূৰৰ বংশী গোপাল নাট্য মন্দিৰত ৰাস উপভোগ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ জেংৰাইমুখতো ৰাস উপভোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ চামগুৰি, বেঙেনাআটী সত্ৰলৈও যায় হিমন্ত বিশ্ব শৰ্মা৷ ভোগপুৰ সত্ৰত এখন গ্ৰন্থও উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ গুৰুত্বপূৰ্ণ কথা যে মাজুলীৰ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰাৰ পাছত তেজস্বিতাৰ মৃত্যুক লৈ প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মাজুলীৰ তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ কিছুদিন পূৰ্বে ৰাজ্য তোলপাৰ লগাৰ পাছত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ পিতৃ-মাতৃয়ে নিয়মীয়াকৈ ঔষধ নুখুওৱাৰ বাবে মৃত্যু হৈছিল প্ৰতিভাৱান তেজস্বিতা বৰুৱাৰ৷ চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হোৱা নাছিল তেজস্বিতাৰ৷ CARDIAC ARREST হৈ মৃত্যু হৈছিল মৃগী ৰোগত আক্ৰান্ত তেজস্বিতাৰ৷ দীৰ্ঘদিনৰ পৰা মৃগী ৰোগত আক্ৰান্ত হৈ আছিল তেজস্বিতা৷ জিলা উপায়ুক্তৰ প্ৰতিবেদনত ওলাইছে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য৷ চিকিৎসকৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ পাছত মাজুলীলৈ অহা চিকিৎসকক সহযোগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!
অসম

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

October 30, 2026
Next Post
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক…

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে! সেই দলেই কিয় আজি খেলিব নোৱাৰে ফিফা বিশ্বকাপ? আঁৰৰ এইকেইটা কাৰণ জানিলে আপুনিও হ’ব হতবাক...

১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.