• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০০ যৌনদাসী, ৬৯ হাজাৰ গর্ভনিৰোধক ঔষধ…! এয়াই ‘ধর্মগুৰু’ৰ জীৱন, ক’ত কিয় বিখ্যাত এই ধৰ্মগুৰু?

১০০০ যৌনদাসী, ৬৯ হাজাৰ গর্ভনিৰোধক ঔষধ…! এয়াই ‘ধর্মগুৰু’ৰ জীৱন, ক’ত কিয় বিখ্যাত এই ধৰ্মগুৰু?

4 years ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

6 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

2 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

3 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

4 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

5 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

6 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

7 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

8 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

8 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১০০০ যৌনদাসী, ৬৯ হাজাৰ গর্ভনিৰোধক ঔষধ…! এয়াই ‘ধর্মগুৰু’ৰ জীৱন, ক’ত কিয় বিখ্যাত এই ধৰ্মগুৰু?

editor by editor
November 26, 2022
in অপৰাধ, বিশ্ব
0
১০০০ যৌনদাসী, ৬৯ হাজাৰ গর্ভনিৰোধক ঔষধ…! এয়াই ‘ধর্মগুৰু’ৰ জীৱন, ক’ত কিয় বিখ্যাত এই ধৰ্মগুৰু?
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১০০০ সংগী, ঘৰৰ পৰাই উদ্ধাৰ ৬৯ হাজাৰ গৰ্ভনিৰোধক ঔষধ। এয়া কোনো আণ্ডাৰৱৰ্ল্ড ডনৰ কাহিনী নহয়। এই কাহিনী স্বঘোষিত এজন ধৰ্মগুৰুৰ। হত্যা, ধৰ্ষণ, মহিলাসকলক যৌনদাসী কৰি ৰখা ইত্যাদি একাধিক অভিযোগ আছে এই ধৰ্মগুৰুৰ বিৰুদ্ধে। অপৰাধৰ সংখ্যা গণি শেষ কৰিব নোৱাৰা এই ধৰ্মগুৰুক অৱশেষত আদালতে ৮,৬৫৮ বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

ধৰ্মগুৰু ৰামৰহিমৰ কীৰ্তিৰ কথা সকলোৱে জানে। সম্প্ৰতি ৰামৰহিমক চেৰ পেলাই চৰ্চাত আহিছে আন এজন ধৰ্মগুৰু। এই ধৰ্মগুৰু ভাৰতৰ নহয়। তুৰস্কৰ স্বঘোষিত এই ধৰ্মগুৰুৰ নাম আদনান ওক্তাৰ। বয়স ৬৬ বছৰ। যদিও ধৰ্মগুৰুজনৰ নাম আদনান ওক্তাৰ তথাপিও এই ধৰ্মগুৰু হাৰুণ ইয়াইয়া নামেৰেহে পৰিচিত। ধৰ্মগুৰুৰ নামেৰে কৰি অহা কাৰ্যকলাপৰ বাবে হাৰুণ আৰু ১৩ সহযোগীক ইস্তানবুলৰ ফৌজাদাৰী আদালতে ৮ বছৰৰো অধিক সময় কাৰাদণ্ডেৰে দণ্ডিত কৰিছে।

কোন এই স্বঘোষিত ধৰ্মগুৰু হাৰুণ?

ফাইন আৰ্টছ বিষয়ত পঢ়াশুনা কৰাৰ অন্তত ধৰ্মগুৰু হোৱাৰ মন মেলে হাৰুণে। ১৯৮০ চনত নিজকে ধৰ্মগুৰু বুলি আনুষ্ঠানিক ঘোষণা কৰে হাৰুণে। ধৰ্মগুৰু হিচাপে কাম কৰি থাকোতেই হাৰুণে ‘আদনানছিলাৰ’ নামৰ এটি সংগঠনো খোলে। পিছলৈ ১৯৯০ চনত ছায়েন্স ৰিছাৰ্জ ফাউণ্ডেছন খুলি মহিলাসকলৰ পোছাকক লৈ গৱেষণা আৰম্ভ কৰে। মহিলাসকলৰ বাবে আধুনিক তথা চুটি পোছাক তৈয়াৰ কৰা ব্যৱসায়ো আৰম্ভ কৰে। কম সময়ৰ ভিতৰতে বহু সা-সম্পদৰ গৰাকী হৈ পৰাত তুৰস্কৰ আৰক্ষী বিভাগে হাৰুণৰ ওপৰত গোপনে নজৰ ৰাখিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে হাৰুণে এই ব্যৱসায়সমূহৰ আঁৰত অসামাজিক কাৰ্যকলাপৰ এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে।

কেনেকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাৰুণক?

আৰক্ষীয়ে এক দিঘলীয়া অনুসন্ধানৰ পাছত ২০১৬ চনত আদনানৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচি চলাই। কিন্তু তালাচিত কোনো তথ্যই লাভ নকৰিলে আৰক্ষীয়ে। পিছলৈ ২০১৭ চনত পুনৰ আৰক্ষীৰ বিশেষ দলে তালাচি চলাই। সেই তালাচিত কথামপি আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পৰে ওক্তাৰ তথা হাৰুণ। কিন্তু আৰক্ষী পিছোৱাই নাহিল। তালাচি জাৰি ৰাখিল তুৰস্কৰ আৰক্ষীয়ে। তালাচিতেই আৰক্ষীয়ে হাৰুণৰ কাৰ্যালয় আৰু বাসগৃহৰ পৰা সন্দেহজনক তথ্য লাভ কৰে। তথ্যৰ ভিত্তিতেই ২০১৮ চনত হাৰুণ তথা ওক্তাৰক গ্ৰেপ্তাৰ কৰে তুৰস্কৰ আৰক্ষীয়ে।

কি কি গোচৰত গ্ৰেপ্তাৰ কৰে হাৰুণক?
আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে হাৰুণৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণ, প্ৰতাৰণা, ৰাজনৈতিক অস্থিৰতা সৃষ্টিক উদগনি জগোৱা আদি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ কৰে। ইপিনে সংগঠন চলোৱাৰ নামত ওক্তাৰে ১০০০ যুৱতীক বলপূৰ্বকভাৱে যৌনদাসী কৰি দৈনিক অত্যাচাৰো চলাই আহিছিল। এই যৌনদাসীসকলক পেটৰ সমস্যাৰ বাবে ঔষধ দিয়া বুলি বলপূৰ্বক গৰ্ভনিৰোধক ঔষধো খুৱাই আহিছিল। ওক্তাৰ তথা হাৰুণৰ বাসগৃহত চলোৱা তালাচিত ৬৯ হাজাৰ গৰ্ভনিৰোধক ঔষধ জব্দ কৰে আৰক্ষীয়ে। সকলো সময়তে হাৰুণৰ আশেপাশে বহুকেইগৰাকী সুন্দৰী আছিল এই সুন্দৰীসকলক হাৰুনে ঘৰত পোহা মেকুৰী বুলি মাতিছিল। এনেদৰে থকা কোনো সুন্দৰীয়ে যদি পলোৱাৰ চেষ্টা কৰে তেন্তে লগে লগেই হাৰুণে সেই সুন্দৰীৰ জীৱন নৰক কৰি তুলিছিল। যাৰ বাবে কোনোৱে পলাই যোৱাৰ চেষ্টাও কৰা নাছিল।

উল্লেখ্য্য যে অবৈধভাৱে সংগঠন চলোৱাষ শিক্ষা আৰু যৌন অধিকাৰ উলংঘন কৰা ব্যক্তিগত তথ্য চুৰ কৰা আদি কেইবাটাও অভিযোগত ২০২২ বৰ্ষৰ ১৭ নৱেম্বৰত ৮,৬৫৮ বছৰৰ কাৰাদণ্ড দিছে তুৰস্কৰ আদালতে। ওক্তাৰ তথা হাৰুণ এনেদৰে ইমান দিঘলীয়া সময়ৰ বাবে কাৰাদণ্ড লাভ কৰা তুৰস্ক দ্বিতীয় অপৰাধী। ইয়াৰ পুৰ্বে তুৰস্কৰ এটা অপৰাধীক ৯,৮৩০ বছৰৰ কাৰাদণ্ড বিহিছিল তুৰস্কৰ আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

August 18, 2026
Next Post
এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

কৰ্কটৰ পৰা সাৱধান! এই ৫ লক্ষণে দেখা দিলে তাৎক্ষণিকভাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.