• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে…

ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে…

3 years ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

26 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

1 hour ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

6 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে…

editor by editor
December 5, 2022
in অসম
0
ভৰষা সংবাদমাধ্যমেই! সংবাদ মাধ্যমলৈ পত্ৰত কি কি লিখিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খোৱা ৰাহুল ছেত্ৰীয়ে…
0
SHARES
37.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। কেৱল আনন্দই নহয় অন্য আৰু দুই ছাত্র ৰেগিঙৰ বলি হৈছিল পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিৱাসত। শেহতীয়াকৈ বহুকেইজন ছাত্ৰক ৰেগিং কাণ্ডত জড়িত থকাৰ অভিযোগত আটকো কৰা হৈছে। কিন্তু এই ঘটনাৰ সৈতে নাম সাঙোৰ খাই থকা ৰাহুল ছেত্ৰী পলাতক হৈ আছিল। কিন্তু আজি পুৱাৰ ভাগত সংবাদ মাধ্যমক উদ্দেশ্যি এখন পত্ৰ প্ৰেৰণ কৰি আত্মসমৰ্পণ কৰিছে ৰাহুলে শৰ্মাই। পত্ৰখনত ৰাহুলে লিখিছে,

সন্মানীয় সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধাৰ অসমবাসী ৰাইজ।

পোনপ্ৰথমে মই ভাতৃপ্ৰতীম আনন্দ শৰ্মাৰ দ্ৰুত আশু-আৰোগ্য কামনা কৰিলো। যোৱা ২৬ নৱেম্বৰ তাৰিখে যি ঘটনা সংঘটিত হ’ল সেয়া খুব দুৰ্ভাগ্যজনক। ঘটনাটোৰ সৈতে মই কোনো প্ৰকাৰেই জড়িত নহয়। উক্ত ঘটনাৰ সৈতে মোৰ নাম সাঙোৰ খোৱাত মই বৰ আচৰিত হৈছো। আইনৰ এজন ছাত্ৰ হিচাপে মই সদায়ে আইনক সন্মান কৰো আৰু আইনৰ ওপৰত অগাধ বিশ্বাস আছে। কিন্তু বৰ্তমান পৰিস্থিতি এনেকুৱা কৰি দিয়া হ’ল যে, মই যেন গোটেই ঘটনাটোৰ মূল দোষী। আৰু মোক যেন পালেই মাৰি পেলাব। মই আচলতে এই পৰিস্থিতিত ইমানেই আতংকিত হৈ পৰিলো, মোৰ এনেকুৱা লাগিল যেন মোৰ জীয়াই থকাৰ সকলো পথ বন্ধ হৈ পৰিল।

মই এইকেইদিন মোৰ প্ৰাণটো লৈ কোনোমতে জীয়াই থাকিব পাৰিছো। আজিকালি যিদৰে ঠাইতে ন্যায় প্ৰদানৰ নামত এনকাউণ্টাৰ কৰা হয়, তালৈ ভয় খাই কিছুদিন আঁতৰি আছিলো। তাতেই সংবাদ মাধ্যমে মিডিয়া ট্ৰেণ্ড চলাই মোক কেৱল দোষী সাব্যস্ত কৰাই নহয়, মোক দুৰ্ধৰ্ষ অপৰাধী, কয়লা মাফিয়াও সজাই দিলে। সেইবাবে মই বেছিকৈ ভয় খাইছিলো, মোৰ এনে লাগিছিল কিজানি মোক পালেই কোনোবাই মাৰি পেলাব। মই প্ৰাণৰ ভয়ত কিছুদিন আঁতৰি থাকিবলগীয়া হৈছিল। মই এজন ছাত্ৰ, মই কোনো দুৰ্ধৰ্ষ অপৰাধী নহয়। মই আৰক্ষীৰ তদন্তত সম্পূৰ্ণ সহযোগ কৰিম। সংবাদ মাধ্যমৰ জৰিয়তে ন্যায়ালয়লৈ অনুৰোধ যাতে মোৰ সুৰক্ষা নিশ্চিত কৰে যেন। মোক যেন মোৰ কথা ক’বলৈ সুযোগ দিয়ে।

ৰাহুল চেত্ৰী

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
মাতৃৰে সৈতে সময় কটাবলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী, ৫২ ছেকেণ্ডৰ বিশেষ ভিডিঅ’টোৰ চৰ্চা এতিয়া দেশজুৰি…

মাতৃৰে সৈতে সময় কটাবলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী, ৫২ ছেকেণ্ডৰ বিশেষ ভিডিঅ’টোৰ চৰ্চা এতিয়া দেশজুৰি...

আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান…

আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.