• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃৰে সৈতে সময় কটাবলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী, ৫২ ছেকেণ্ডৰ বিশেষ ভিডিঅ’টোৰ চৰ্চা এতিয়া দেশজুৰি…

মাতৃৰে সৈতে সময় কটাবলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী, ৫২ ছেকেণ্ডৰ বিশেষ ভিডিঅ’টোৰ চৰ্চা এতিয়া দেশজুৰি…

4 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

3 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

4 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

4 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

5 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

6 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

7 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

10 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

10 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাতৃৰে সৈতে সময় কটাবলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী, ৫২ ছেকেণ্ডৰ বিশেষ ভিডিঅ’টোৰ চৰ্চা এতিয়া দেশজুৰি…

editor by editor
December 5, 2022
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মাতৃৰে সৈতে সময় কটাবলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী, ৫২ ছেকেণ্ডৰ বিশেষ ভিডিঅ’টোৰ চৰ্চা এতিয়া দেশজুৰি…
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সোমবাৰে সমাপ্ত পৰিল গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আগন্তুক বৃহস্পতিবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল। নিৰ্বাচনী ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতেই ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃৰ সৈতে সময় কটোৱাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। দীৰ্ঘদিন ধৰি গুজৰাট নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ আছিল প্ৰধানমন্ত্ৰীগৰাকী। শেহতীয়াভাৱে কিছু আজৰি হোৱাত গুজৰাটৰ গান্ধীনগৰত মাতৃক দেখা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত ভাইৰেল হোৱা ৫২ চেকণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে মাতৃ হীৰাবেন মোদীয়ে পুত্ৰ নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপত মিলিত হৈছে।

মাতৃক লগ কৰিবলৈ যোৱাৰ সময়ত মোদীয়ে পৰিধান কৰিছিল সেউজীয়া পাঞ্জাৱী আৰু কমলা ৰঙী এখন শ্বল। মাতৃৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত দেখা গৈছে সুখৰ হাঁহি। কিন্তু নেটিজেনে মাতৃৰ সৈতে ল’গ কৰাৰ সময়ত মোদীয়ে পৰিধান কৰা কাপোৰক লৈ চৰ্চা কৰিছে। একাংশই প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃক লগ কৰিবলৈ যাওঁতে ডিঙিত লোৱা শ্বলখনৰ দামক লৈয়ো চৰ্চা কৰিছে। বহুতেই তেওঁ ডিঙিত লৈ থকা শ্বলখনৰ দাম প্ৰায় ১ লাখ ৪০ হাজাৰ বুলিও প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে বিগত ২৭ বছৰ ধৰি গুজৰাট বিজেপিৰ দখলত আছেষ এইবাৰো ক্ষমতা বিজেপিৰ হাতলৈকে যাব বুলি দাবী কৰিছে বিজেপিৰ প্ৰায়সমূহ নেতা কৰ্মীয়েই। এই নিৰ্বাচনী প্ৰচাৰত ওতপ্ৰোতভাৱে জড়িত হৈ আছে প্ৰধানন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ প্ৰায়সমূহ হাইপ্ৰফাইল নেতা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই প্ৰচাৰত অংশগ্ৰহণ কৰিছিল। আগন্তুক ৮ ডিচেম্বৰত মোদীৰ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা হ’ব। আনহাতে প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই বিভিন্ন কামৰ মাজে মাজে নৰেন্দ্ৰ মোদীয়ে মাতৃক সাক্ষাৎ কৰি আহিছে। জন্মদিন, লোকসভা নিৰ্বাচনকে ধৰি তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিনসমূহত মাতৃৰ সৈতে সময় অতিবাহিত কৰি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
Next Post
আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান…

আঘাতক প্ৰত্যাহ্বান জনাই ঘূৰি আহিল নেইমাৰ! এইবাৰ বিশ্বকাপত ব্ৰাজিলৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান...

নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই…

নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.