• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই…

নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই…

4 years ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

25 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

57 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

1 hour ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই…

editor by editor
December 5, 2022
in অসম, গুৱাহাটী
0
নতুন আশা, নতুন সপোন! সপোনক গতি দিবলৈ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই…
0
SHARES
545
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ NB Newsৰ মুখ্য সম্পাদকৰ দায়িত্ব ল’লে ৰাজ্যৰ জ্যেষ্ঠ তথা জনপ্ৰিয় সাংবাদিক অতনু ভূঞাই৷ ৰাজ্যৰ টেলিভিছন ইতিহাসত নৱ সংযোজন NB Newsক এক নতুন গতি প্ৰদান কৰিব বুলি আশাবাদী সকলো৷

অসম লাইভ ২৪ৰ নৱতম সংযোজন ছেটেলাইট চেনেল NB NEWS৷ বৰ্তমান পৰীক্ষামূলক সম্প্ৰচাৰ হৈ থকা NB NEWS য়ে নতুন প্ৰতিশ্ৰুতি, নতুন আশা লৈ দৰ্শকৰ কাষ চাপিছে৷ NB NEWSৰ মুখ্য সম্পাদকৰ দায়িত্ব লৈছে সংবাদ মাধ্যমৰ অন্যতম মহাৰথী অতনু ভূঞাই৷ অসমৰ সাংবাদিকতাৰ জগতত নতুন নতুন ধাৰাৰ সৃষ্টিৰে যুগ সৃষ্টি কৰা সাংবাদিক অতনু ভূঞাই সোমবাৰে আনুষ্ঠানিকভাৱে চেনেলটোৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ভূঞাক ফুলাম গামোচা আৰু ফুলৰ তোৰাৰে আদৰণি জনায় NB NEWSৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে৷

মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অতনু ভূঞাই কয়, ‘অসমত এতিয়া কেইবাটাও ছেটেলাইট চেনেল আছে৷ এই চেনেলসমূহৰ মাজত নিজা পৰিচয় দাঙি ধৰিবলৈ হ’লে ব্যতিক্ৰমীৰূপে আগবাঢ়িব লাগিব৷’ যুৱ সাংবাদিকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অতনু ভূঞাই লগতে কয়, ‘নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ সৈতে কাম কৰিবলৈ ময়ো আগ্ৰহী৷ তেওঁলোকে উছাহেৰে কামসমূহ আগবঢ়াই নিয়ে৷’

নতুনত্বই যেন অতনু ভূঞাৰ বৈশিষ্ট৷ নতুন নতুন ধাৰা তেওঁ সংযোজন কৰিব খোজে৷ নতুনত্বৰেই, অসমৰ বাতৰি কাকত আৰু টেলিভিছন সাংবাদিকতাত আলোড়ন সৃষ্টি কৰি আহিছে অতনু ভূঞাই৷ পৰম্পৰাগত শৈলীক আঁতৰাই সদায় নতুন দিশৰ সূচনা কৰিবলৈ তেওঁ আগ্ৰহী৷ NB NEWSকো দৰ্শকৰ ওচৰত সম্পূৰ্ণ অভিনৱ আৰু ব্যতিক্ৰমী ৰূপত আগবঢ়াই নিয়াত গুৰুত্ব দিয়ে মুখ্য সম্পাদকগৰাকীয়ে৷ সাংবাদিকতাৰ শেহতীয়া গতিবিধিৰ লগত সামঞ্জস্য ৰাখি অতনু ভূঞাই সৃষ্টি কৰে বিশেষ ধাৰাৰ৷ সেই ধাৰাই ব্যাপকভাৱে প্ৰভাৱিত কৰে অসমৰ সংবাদ মাধ্যম আৰু ৰাইজক৷ NB NEWSয়েও অতনু ভূঞাৰ নেতৃত্বত এক নতুন ধাৰা, নতুন দিগন্তৰ সূচনাৰ লক্ষ্যৰে আগবাঢ়িব৷ ভূঞাক প্ৰতিষ্ঠানটোৰ পৰিচালন কৰ্তৃপক্ষৰ লগতে সমূহ সাংবাদিক আৰু কৰ্মচাৰীয়ে উষ্ম আদৰণি জনায়৷

২ বছৰ পূৰ্বে জুনৰ এক ৰৌদ্ৰোজ্জ্বল দিনত আৰম্ভ হৈছিল অসম লাইভ ২৪ৰ যাত্ৰা৷ অসমৰ সংবাদজগতত সংযোজিত হৈছিল নতুন নাম অসম লাইভ ২৪৷ জনতাৰ কণ্ঠ হৈ জনতাৰ কাষত থিয় হৈ বিগত দুটা বছৰে অসম লাইভ ২৪ অসমৰ সংবাদজগতৰ এক পৰিচিত নাম ৷ অধ্যক্ষ নৃপেন দাসৰ তত্তাবধানত আগবঢ়া এই ডিজিটেল মাধ্যমে ২১ নৱেম্বৰৰ দিনটোত আৰম্ভ কৰিছে ছেটেলাইট সংস্কৰণ NB News৷ ছেটেলাইট সংস্কৰণ NB News পৰীক্ষামূলকভাৱে আগবাঢ়িছে৷ অসম লাইভ ২৪ ৰ সমান্তৰালকৈ NB News-য়ে অসম তথা উত্তৰ পূবৰ সমূহ বা বাতৰি প্ৰকৃত ৰূপত জনতাৰ কাষলৈ লৈ যোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
Next Post
অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?

অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?

Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?

Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.