• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?

অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

13 minutes ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

57 minutes ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

3 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

4 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

5 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

5 hours ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

6 hours ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

14 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

14 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

15 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?

editor by editor
December 5, 2022
in Uncategorized
0
অভাৱ আছে, কিন্তু আপোচ তেওঁৰ সংবিধানত নাই! মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে কিয় কাম নকৰে মহেশ ভাট্টৰ ছবিত?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ বলীউডৰ মিষ্টাৰ পাৰ্ফেক্সনিষ্ট। তেওঁৰ শেহতীয়া ছবি ‘লাল সিং চাড্ডা’ই বক্স অফিচত বিশেষ খলকনি তুলিব নোৱাৰিলে। লাল সিং চাড্ডাৰ পাছত আৰু কোনো নতুন প্ৰজেক্ট আৰম্ভ কৰা নাই মিঃ পাৰ্ফেক্সনিষ্ট আমিৰ খানে।

অভিনয় জগতৰ পৰা সাময়িক বিৰতি লোৱাৰ কথাও কিছুদিন পূৰ্বে প্ৰকাশ কৰিছিল আমিৰে। কিছুদিন পূৰ্বে আমিৰৰ কন্যা ইৰা খানৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানত এই কথা ঘোষণা কৰিছিল আমিৰে। হাতত অফুৰন্ত সময় এতিয়া মিঃ পাৰ্ফেক্সনিষ্টৰ। নতন কামো হাতত নাই আমিৰৰ। শেহতীয়াভাৱে তেওঁৰ মহেশ ভাট্টে তেওঁক এখন ছবি অফাৰ কৰিছিল যদিও সেই ছবিত কাম নকৰাৰ সিদ্ধান্ত লয় আমিৰে।

সম্প্ৰতি এক সাক্ষাৎকাৰত আমিৰে এই সন্দৰ্ভত কয়, ‘তেতিয়া কেৰিয়াৰৰ কঠিন সময় আছিল। খুব আশা কৰিছিলো ভাল প্ৰজেক্ট এটাৰ। তেতিয়াই মহেশ ভাট্টে মোক এটা প্ৰস্তাৱ দিছিল। মোৰো সপোন আছিল মহেশ ভাট্টৰ সৈতে কাম কৰাৰ। কিন্তু মনটোৱে নিদিলে। ভিতৰৰ মনটোৱে মোক কৈ উঠিল কেৱল চাহিদাৰ বাবেই আপোছ কৰাটো সঠিক কথা নহয়।’ আমিৰ খানে লগতে কয়, ‘মহেশ ভাট্টে তেতিয়া ছবি পৰিচালক হিচাপে যথেষ্ঠ খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ সৈতে সকলো অভিনেতাই কাম কৰাৰ সপোন দেখিছিল।’ কিন্তু এই সফল পৰিচালকৰ লগত কিয় কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল আমিৰে? ইয়াৰ আঁৰত আছিল বিশেষ কাৰণ। এই সন্দৰ্ভত আমিৰে কৈছিল, ‘মহেশ ভাটে প্ৰস্তাৱটো দিওতে পোনছাটেই মই নাকচ কৰিছিলো এনে নহয়। মই তেওঁৰ কাৰ্যালয়লৈ গৈছিলো। স্ক্ৰিপ্টো পঢ়ি চালো, কিন্তু স্ক্ৰিপ্ট মোৰ পছন্দৰ নহ’ল। কাৰণ মই নিজেই পূৰ্বে কৈছিলো যে প্ৰযোজক, পৰিচালক বা চিত্ৰনাট্য যিকোনো এটা পছন্দ নহ’লেও মই কাম নকৰো। মোৰ সেই চিত্ৰনাট্যৰ কাহিনী সেইদিনা পছন্দ হোৱা নাছিল। ভাৱিবলৈ সময় ললো। মোৰ পত্নী ৰীণাৰ সৈতেও বাৰ্তালাপত মিলিত হ’লো। মহেশ ভাট্টকো স্ক্ৰিপ্ট পছন্দ নোহোৱাৰ কথা জনালো। মনটো নিমিলিলে মই কোনোপধ্যেই কাম কৰিব নোৱাৰো। অৱশেষত মই ছবিখন নকৰাৰেই সিদ্ধান্ত ল’লো।’

মহেশ ভাট্টৰ ছবি নকৰাৰ সিদ্ধান্ত লোৱা আমিৰ খানে পৰবৰ্তীসময়তো মহেশ ভাট্টৰ ছবিত অভিনয় কৰা নাই। ছবি নকৰিলেও মহেশ ভাট্ট আৰু আমিৰ খানৰ সম্পৰ্ক সৌহাদ্যপূৰ্ণই। অৱশ্যে শেহতীয়াভাৱে আমিৰৰ ছবিয়ে বক্স অফিচত বিশেষ খলকনি তুলিব নোৱাৰাৰ বাবেই আমিৰে নিজৰ সিদ্ধান্ত সলনি কৰিব পাৰে বুলিও বহুতেই চৰ্চা চলোৱা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?

Exit Poll 2022, হিমাচলৰ ৪০ খন আসনেই লাভ কৰিব বিজেপিয়ে! আকৌ ধৰাশায়ী হ’ব কংগ্ৰেছ? কেইখন আসন লাভ কৰিব আপে?

লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট… ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

লক্ষ্য অবিচল! দুভৰিয়ে জানে কিমান দূৰত্বত গলপোষ্ট... ফুটবল কেৰিয়াৰত মেছিয়ে খেলিলে ১০০০ খন মেচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.