• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানিবুজি কৰা নাই বাবেই এয়া এক দুৰ্ঘটনা! বৰষাই স্পষ্ট কৰিলে দুৰ্ঘটনাৰ সমূহ কথা…

জানিবুজি কৰা নাই বাবেই এয়া এক দুৰ্ঘটনা! বৰষাই স্পষ্ট কৰিলে দুৰ্ঘটনাৰ সমূহ কথা…

4 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

17 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

17 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

18 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

19 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

19 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

20 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

20 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

21 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

21 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

22 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

22 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জানিবুজি কৰা নাই বাবেই এয়া এক দুৰ্ঘটনা! বৰষাই স্পষ্ট কৰিলে দুৰ্ঘটনাৰ সমূহ কথা…

editor by editor
December 18, 2022
in অসম, জীৱনশৈলী
0
জানিবুজি কৰা নাই বাবেই এয়া এক দুৰ্ঘটনা! বৰষাই স্পষ্ট কৰিলে দুৰ্ঘটনাৰ সমূহ কথা…
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হৈছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা৷ দ্ৰুতগতিত অহা এখন অল্ট বাহনৰ সৈতে হোৱা সংঘৰ্ষত এই ঘটনা সংঘটিত হৈছে বুলি জনাইছে হৰষাৰ লগতে আনটো পক্ষইয়ো৷

সাপেখাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকাৰ পথতেই সংঘটিত হৈছে এই দুৰ্ঘটনা৷ শেহতীয়া অল্ট বাহনত থকা যাত্ৰীয়ে অভিযোগ আনিছিল যে বিপৰীত দিশলৈ আহি বৰষাৰ গাড়ীয়ে অল্টখনত খুন্দা মাৰিছে৷ বৰষাৰ টাটা হেৰিয়াৰ গাড়ীৰ খুন্দাত বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে অল্ট বাহনখন৷

বৰষাই দুৰ্ঘটনাৰ পাছতেই স্বামীৰে সৈতে সেই স্থানৰ পৰা পলায়ন কৰা বুলিও অভিযোগ আনে অল্ট বাহনত থকা যাত্ৰীকেইজনে৷ অৱশ্যে এই অভিযোগ নস্যাত কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ তেওঁ সংবাদমাধ্যমক দিয়া মন্তব্যত কয়, জানি বুজি কৰিলেনো ইয়াক দুৰ্ঘটনা বুলি কিয় কোৱা হয়৷ এয়া আমি জানিবুজি কৰা নাই৷ হঠাতেই কিবা এটা ঘটনা ঘটি গ’ল৷ আমি দুই পক্ষই এই সমগ্ৰ কথা মিলামিছা কৰিছো৷ এতিয়া সকলো ঠিকেই আছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে…

সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে...

পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…

পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.