• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

3 years ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

3 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

41 minutes ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

1 hour ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

14 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

16 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

16 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

16 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

20 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

20 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

22 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

editor by editor
December 25, 2022
in Uncategorized, বিবিধ, বিশ্ব
0
বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্ববাসীয়ে উলহ মালহেৰে উদযাপন কৰিছে বৰদিন। প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনৰ শুভক্ষণত পালন কৰা এই উত্সৱক লৈ আনন্দত ডুব গৈ আছে বিশ্ববাসী। ইজনে সিজনক জনাইছে বৰদিনৰ শুভেচ্ছা। কিন্তু আপুনি জানেনে, বৰদিনৰ শুভেচ্ছা জনাবলৈ সকলোৱে কিয় হেপী ‘খ্ৰীষ্টমাছ’ৰ পৰিৱৰ্তে ‘মেৰী খ্ৰীষ্টমাছ’ ৰ ব্যৱহাৰ কৰে?

১৮৪৩ চনত চাৰ্লছ ডিকেঞ্চৰ উপন্যাস ‘A Christmas Carol’ত প্ৰথমবাৰৰ বাবে ‘We Wish Merry Christmas’ বাক্যটো উল্লেখ কৰা হৈছিল। এই বাক্যটো সেই বছৰৰ খ্ৰীষ্টমাছ কাৰ্ডত প্ৰকাশ পাইছিল। যি বাক্য সেই সময়ত জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ইংৰাজী শব্দ ‘মেৰী’ জাৰ্মানিক আৰু পুৰণি ইংৰাজীৰ সংমিশ্ৰণ। ইয়াৰ সহজ অৰ্থ হ’ল Happy অথবা সুখী। ইতিহাসবিদসকলৰ মতে, “সুখী” হৈছে এক শব্দ যিয়ে এক সৰল ব্যাকৰণগত অৰ্থত দেখা গ’লে এক আভ্যন্তৰীণ আৱেগিক অৱস্থা বৰ্ণনা কৰে। অধিকাংশ সময়ত কাৰোবাক সুখী হোৱাৰ কামনাৰে HAPPY শব্দটো ব্যৱহাৰ কৰা হয়। সময়ৰ লগে লগে HAPPY CHRISTMAS আৰু MERRY CHRISTMAS দুয়োটা বাক্যৰে ব্যৱহাৰ হৈ আহিল যদিও মানুহে MERRY CHRISTMAS শব্দটো অধিক ব্যৱহাৰ কৰিবলৈ ধৰে।

এইখিনিতে উল্লেখনীয় যে, আজিৰ দিনত যদিও অধিকাংশ লোকৰ মাজত ‘মেৰী খ্ৰীষ্টমাছ’ বুলিয়েই ব্যৱহাৰ কৰে, কিন্তু ইংলেণ্ডৰ বহু লোকে এতিয়াও HAPPY CHRISTMAS বুলি শুভেচ্ছা দিয়ে। অৱশ্যে দুয়োটা বাক্যৰ অৰ্থ একেই হোৱা হেতুকে কোনোটোকে ভূল বুলি ক’ব নোৱাৰি। পিছে আপুনি বৰদিনত কি বুলি শুভেচ্ছা জনায় কমেণ্টত জনাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
Next Post
যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ…

যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ...

বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী…

বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.