• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

1 month ago
কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

11 hours ago
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

12 hours ago
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

15 hours ago
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

16 hours ago
মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

17 hours ago
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

17 hours ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

2 days ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

2 days ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

3 days ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

3 days ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

3 days ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

3 days ago
  • About
  • Advertise
  • Careers
Sunday, February 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

editor by editor
December 25, 2022
in Uncategorized, বিবিধ, বিশ্ব
0
বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্ববাসীয়ে উলহ মালহেৰে উদযাপন কৰিছে বৰদিন। প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনৰ শুভক্ষণত পালন কৰা এই উত্সৱক লৈ আনন্দত ডুব গৈ আছে বিশ্ববাসী। ইজনে সিজনক জনাইছে বৰদিনৰ শুভেচ্ছা। কিন্তু আপুনি জানেনে, বৰদিনৰ শুভেচ্ছা জনাবলৈ সকলোৱে কিয় হেপী ‘খ্ৰীষ্টমাছ’ৰ পৰিৱৰ্তে ‘মেৰী খ্ৰীষ্টমাছ’ ৰ ব্যৱহাৰ কৰে?

১৮৪৩ চনত চাৰ্লছ ডিকেঞ্চৰ উপন্যাস ‘A Christmas Carol’ত প্ৰথমবাৰৰ বাবে ‘We Wish Merry Christmas’ বাক্যটো উল্লেখ কৰা হৈছিল। এই বাক্যটো সেই বছৰৰ খ্ৰীষ্টমাছ কাৰ্ডত প্ৰকাশ পাইছিল। যি বাক্য সেই সময়ত জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। ইংৰাজী শব্দ ‘মেৰী’ জাৰ্মানিক আৰু পুৰণি ইংৰাজীৰ সংমিশ্ৰণ। ইয়াৰ সহজ অৰ্থ হ’ল Happy অথবা সুখী। ইতিহাসবিদসকলৰ মতে, “সুখী” হৈছে এক শব্দ যিয়ে এক সৰল ব্যাকৰণগত অৰ্থত দেখা গ’লে এক আভ্যন্তৰীণ আৱেগিক অৱস্থা বৰ্ণনা কৰে। অধিকাংশ সময়ত কাৰোবাক সুখী হোৱাৰ কামনাৰে HAPPY শব্দটো ব্যৱহাৰ কৰা হয়। সময়ৰ লগে লগে HAPPY CHRISTMAS আৰু MERRY CHRISTMAS দুয়োটা বাক্যৰে ব্যৱহাৰ হৈ আহিল যদিও মানুহে MERRY CHRISTMAS শব্দটো অধিক ব্যৱহাৰ কৰিবলৈ ধৰে।

এইখিনিতে উল্লেখনীয় যে, আজিৰ দিনত যদিও অধিকাংশ লোকৰ মাজত ‘মেৰী খ্ৰীষ্টমাছ’ বুলিয়েই ব্যৱহাৰ কৰে, কিন্তু ইংলেণ্ডৰ বহু লোকে এতিয়াও HAPPY CHRISTMAS বুলি শুভেচ্ছা দিয়ে। অৱশ্যে দুয়োটা বাক্যৰ অৰ্থ একেই হোৱা হেতুকে কোনোটোকে ভূল বুলি ক’ব নোৱাৰি। পিছে আপুনি বৰদিনত কি বুলি শুভেচ্ছা জনায় কমেণ্টত জনাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ
উত্তৰ-পূব

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

February 4, 2023
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা
অপৰাধ

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

February 3, 2023
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…
Uncategorized

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

February 2, 2023
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল
অসম

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

February 2, 2023
Next Post
যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ…

যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ...

বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী…

বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.