• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী…

বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী…

3 years ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

2 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

3 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

4 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

4 hours ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

5 hours ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

6 hours ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

7 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

7 hours ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

8 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

9 hours ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

9 hours ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী…

editor by editor
December 25, 2022
in অপৰাধ, ভাৰত
0
বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী…
0
SHARES
17.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৰদিনৰ দিনাই অঘটন। সুৰাপায়ীৰ হাতত আক্ৰান্ত হৈছে ৭ জনকৈ আৰক্ষী বিষয়া। ভাঙি চূৰমাৰ কৰি দিয়া হৈছে আৰক্ষীৰ বাহনো। ঘটনাটো পশ্চিম মেদিনীপুৰৰ চন্দ্ৰকোনাৰ। বৰদিন উপলক্ষে পিকনিকলৈ অহা একাংশ উদণ্ড যুৱকৰ আক্ৰমণৰ বলি হৈছে আৰক্ষী।

সেই স্থানতেই বহু ঠাইৰ পৰা আহি উপস্থিত হৈছিল পিকনিক খোৱা দল। তাৰ মাজতেই যুৱকৰ এটা দলে সুৰাপান কৰি সেই স্থানতেই অতপালি কৰাৰ খবৰ আহি পৰিছিল আৰক্ষীৰ হাতত। খবৰ পোৱা মাত্ৰকেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ দল উপস্থিত হৈছিল পিকনিক খোৱা স্থানত। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা আৰক্ষীৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয় যুৱকৰ দলটোৱে।

প্ৰাপ্ত খবৰ অনুসৰি এনেদৰে হঠকাৰী আক্ৰমণৰ বলি হ’ব বুলি মুঠেও কল্পনা কৰা নাছিল আৰক্ষীৰ জোৱানকেইজনে। প্ৰতি আক্ৰমণ কৰিবলৈয়ো প্ৰস্তুত নাছিল আৰক্ষী। ৭ জনকৈ আৰক্ষী জোৱান এই ঘটনাত আহত হোৱাৰ বিপৰীতে আৰক্ষীৰ বাহনো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হৈছে। অৱশ্যে এই ঘটনাৰ পাছতেই পিকনিক খোৱা বিশেষ স্থানত আৰক্ষীৰ বিশেষ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন
ভাৰত

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

April 19, 2026
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰত

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
Next Post
ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, 'চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত…

অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.