• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

2 months ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

6 minutes ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

31 minutes ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

1 hour ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

2 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

4 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

5 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

6 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

6 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

11 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

editor by editor
August 9, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ পত্নী সুনীতা আহুজাই বিভিন্ন সময়ত স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত সম্পৰ্ক আৰু বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন কৰি আহিছে। এনে চৰ্চাৰ মাজতে গোবিন্দাক অভিনেত্ৰী কোমল ৰাণী স্বৰ্ণকাৰৰ সৈতে বিমানবন্দৰত দেখা পোৱা গৈছে। উল্লেখযোগ্য যে, সুনীতাই কিছুদিন পূৰ্বে গোবিন্দাৰ সৈতে জড়িত কথাবোৰত ‘কোমল’ নামটো উল্লেখ কৰি কৈছিল যে তেওঁ এই নামটোকেই ঘৃণা কৰে।

শুকুৰবাৰে ঝাৰখণ্ডৰ এটা বিমানবন্দৰত গোবিন্দাক কোমলৰ সৈতে দেখা যায়। ক’লা জেকেট আৰু ক’লা ছানগ্লাছ পৰিহিত গোবিন্দা গাড়ীৰ পৰা নামি আহি পাপাৰাজিৰ সন্মুখত প’জ দিয়ে। কিছু সময়ৰ পাছতে অভিনেত্ৰী কোমল ৰাণী স্বৰ্ণকাৰকো গোবিন্দাৰ সৈতে একেলগে বিমানবন্দৰৰ ভিতৰলৈ সোমাই যোৱা দেখা যায়।

প্ৰায় ৭ বছৰৰ বিৰতিৰ অন্তত গোবিন্দাই বলিউডলৈ পুনৰ উভতি আহিবলৈ সাজু হৈছে। নিজৰ প্ৰযোজনাৰে নিৰ্মাণ হ’বলগীয়া ‘ৰূপা’ নামৰ ছবিখনৰ জৰিয়তে অভিনেত্ৰী কোমল স্বৰ্ণকাৰকো বলিউডত অভিষেক কৰোৱাৰ কথা জানিব পৰা গৈছে। ইয়াৰ উপৰিও গোবিন্দাৰ আন এখন ছবি ‘দুনিয়াদাৰী’তো কোমল ৰাণী স্বৰ্ণকাৰক দেখা যাব বুলি চৰ্চা চলিছে। যোৱা জুলাই মাহত ‘ৰূপা’ ছবিখনক লৈ অনুষ্ঠিত এখন সংবাদমেলত গোবিন্দাই কোমলক সংবাদ মাধ্যমৰ সৈতে পৰিচয় কৰাই দিছিল। সেই সময়ত তেওঁ অভিনেত্ৰীগৰাকীৰ প্ৰশংসাও কৰিছিল। গোবিন্দাই কৈছিল যে ছবিখন চোৱাৰ পাছত দৰ্শকে কোমলক এগৰাকী ভাল অভিনেত্ৰী হিচাপে গ্ৰহণ কৰিব।

কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত সুনীতাই গোবিন্দাৰ সৈতে জড়িত এফেয়াৰ সম্পৰ্কীয় চৰ্চাৰ বিষয়ে মুকলিকৈ কথা পাতিছিল। তেওঁ কৈছিল যে যৌৱনকালত মানুহে ভুল কৰিব পাৰে, কিন্তু ৬৩ বছৰ বয়সত এনেধৰণৰ কথাৰ সৈতে নিজৰ নাম জড়িত কোনো কাৰণতে উচিত নহয়। সাক্ষাৎকাৰটোত গোবিন্দাৰ পত্নী সুনীতাই লগতে কয়- “এই কোমল নামটো অলপ গণ্ডগোলীয়া। মোৰ কোমল নামটোৱেই ঘৃণা লাগে। এগৰাকী কোমল আছে, কোনো এগৰাকী এক্স-ৱাই-জেড। মই তাইক ঘৃণা কৰোঁ।” একেটা সাক্ষাৎকাৰতে গোবিন্দাৰ পত্নী সুনীতাই বলিউডলৈ অভিনয়ৰ সপোন লৈ অহা কিছুমান নতুন যুৱতীক লৈ তীব্ৰ মন্তব্য কৰি কৈছিল ‘নতুন ছোৱালীবোৰক শ্বুগাৰ ডেডী লাগে’ তেওঁৰ ভাষ্য অনুসৰি, বৰ্তমান বহু নতুন যুৱতীয়ে সংগ্ৰামৰ সময়ত নিজৰ খৰচ বহন কৰিবলৈ ‘শ্বুগাৰ ডেডী’ বিচাৰে। সুনীতাই অভিযোগ কৰিছিল যে কিছুমানে অভিনেত্ৰী হোৱাৰ আকাংক্ষাত প্ৰভাৱশালী পুৰুষৰ সৈতে সম্পৰ্ক গঢ়ি তোলে আৰু পিছত তেওঁলোকক ব্লেকমেইল কৰাৰ চেষ্টা কৰে।

গোবিন্দাৰ সন্দৰ্ভত তেওঁ লগতে কৈছিল যে–গোবিন্দা অলপ ‘বুৰ্বক’ ধৰণৰ, কিয়নো তেওঁৰ এই বয়সত এগৰাকী সুন্দৰ পত্নী আৰু সন্তান আছে। সুনীতাৰ মতে, যৌৱনকালত মানুহে ভুল কৰিব পাৰে, কিন্তু ৬৩ বছৰ বয়সত এনে কাম কৰা উচিত নহয়।

অৱশ্যে, গোবিন্দা আৰু কোমল ৰাণী স্বৰ্ণকাৰৰ মাজত কোনো ব্যক্তিগত বা ৰোমাণ্টিক সম্পৰ্ক আছে নে নাই, বিমানবন্দৰত একেলগে দেখা পোৱাটোৱেই তাৰ কোনো নিশ্চিত প্ৰমাণ নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24bollywood news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক
ভাৰত

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

October 10, 2026
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?
বিনোদন

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

October 10, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

October 10, 2026
Next Post
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.