• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ…

যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ…

4 years ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

47 seconds ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

40 minutes ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

1 hour ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

2 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

3 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

5 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

6 hours ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

6 hours ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

8 hours ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

8 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ…

editor by editor
December 25, 2022
in জীৱনশৈলী, ভাৰত
0
যমজ সন্তান লৈ দেশলৈ আহিছে ইশা! নাতি-নাতিনীৰ কল্যাণৰ বাবে ৩০০ কিঃগ্ৰাঃ সোণ দান আম্বানিৰ…
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ক্ষমতাশালীসকলেই ৰজা। ভাৰতীয় ধনকুবেৰ মুকেশ আম্বানীৰ কন্যা ইশাৰ যমজ সন্তান জন্মৰ কথাও সেয়ে আহিছে চৰ্চাত। কোলাত দুই সন্তান লৈ পিতৃগৃহলৈ অহাৰ ভিডিঅ’ক লৈ সমগ্ৰতে চৰ্চা। ইশাৰ কন্যাক অভ্যৰ্থনা জনাবলৈ মুম্বাই বিমান বন্দৰত উপস্থিত হৈছিল আম্বানী পৰিয়াল। সজাই-পৰাই তোলা হৈছে আম্বানীৰ গৃহও। ভাইৰেল খবৰ অনুসৰি আম্বানীৰ যমজ নাতি-নাতিনীৰ আগমনত আনন্দতে আম্বানীয়ে ভাৰতৰ বহুকেইটা মঠ-মন্দিৰত ৩০০ কিঃগ্ৰাঃ সোন দান কৰিছে।

ইয়াৰোপৰি দেশৰ সকলোতকৈ ডাঙৰ মন্দিৰসমূহত পূজা-অৰ্চনাৰো ব্যৱস্থা কৰিছে আম্বানীয়ে। ১৯ নৱেম্বৰত আমেৰিকাত যমজ সন্তানৰ মাতৃ হৈছে ইশা। সন্তান দুটিৰ নাম ৰাখিছে কৃষ্ণা আৰু আদিয়া। ভগৱানৰ নামেৰে নামকৰণ কৰা হৈছে দুই সন্তানৰ। সন্তান জন্মৰ এমাহ পাছত দেশৰ মাটিত ভৰি দিছে ইশাই। কাটাৰৰ পৰা আম্বানীৰ নিজা বিমানত লছ এঞ্জেলছলৈ কৰা যাত্ৰা কৰাৰ সময়তে দেশত এপাক সোমাই যোৱাৰ উদ্দেশ্যে মুম্বাইত উপস্থিত হৈছে ইশা। বিমান যাত্ৰাপথত কোনো শাস্তিৰ সন্মুখীন নহ’বৰ বাবেই বিশেষ বিমানখনত ৰখা হৈছিল আমেৰিকাৰ অন্যতম ছাইল্ড স্পেছিয়েলিষ্ট ডাঃ গিবছন। ইয়াৰোপৰি চাৰিগৰাকীকৈ আয়াও ৰখা হৈছিল এই যাত্ৰাপথত।

উল্লেখ্য যে ২০১৮ চনৰ ১২ ডিচেম্বৰত উদ্যোগপতি আনন্দ পিৰামিলৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ইশা আম্বানী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি
ভাৰত

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

August 9, 2026
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য
জীৱনশৈলী

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

August 9, 2026
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?
জীৱনশৈলী

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

August 9, 2026
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
Next Post
বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী…

বৰদিনৰ দিনাই পিকনিকস্থলীত অঘটন! সুৰাপায়ী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৭ গৰাকীকৈ আৰক্ষী...

ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, 'চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.