• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি

ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি

3 years ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

27 minutes ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

60 minutes ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

2 hours ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

2 hours ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

3 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

4 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

19 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

19 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

19 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

20 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

21 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি

editor by editor
January 26, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দী চিনেমাৰ জগতত সঞ্জয় দত্ত বুলিলেই মনলৈ আহে ভিলেইনৰ এটা ৰূপ৷ খলনায়ক হৈয়ো তেওঁ বলীউডৰ এটা যুগৰ একক নায়ক৷ ৰীল লাইফেই হওক বা ৰিয়েল লাইভ একেই ৰূপ সঞ্জয় দত্তৰ৷ পেশীবহুল চেহেৰা, দীঘল চুলি, কাকো কেয়াৰেই নকৰা এটা ব্যক্তিত্ব৷ প্ৰথম যেতিয়া তেওঁ ছবিত কাম কৰিবলৈ বলীউডত প্ৰৱেশ কৰিছিল তেতিয়া পোনতে পৰিচালকে তেওঁক চুলি কাটিবলৈ কৈছিল৷ সঞ্জয় দত্ত কোনো কাৰণতে ৰাজি নহয়৷ যদি চুলি কাটিবই লাগে তেন্তে ছবিত কামেই নকৰো বুলি স্পষ্টৰূপত জনাই দিয়ে সঞ্জয় দত্তই৷

তেওঁ এজন পৃথক নায়ক হিচাপে আৰম্ভনিতেই সকলোৰে চকুত ধৰা দিয়ে৷ পৰিচালকেও অৱশেষত মান্তি হৈছিল৷ ছবিত দীঘল চুলি, ছিক্স পেকেৰে পৃথকৰূপত ভুমুকি মাৰিছিল সঞ্জয় দত্তই৷ ছবিখন মুক্তিৰ নিশাতেই দেশৰ যুৱচামৰ হৃদয়ত ঠাই কৰি লৈছিল এজন অভিনেতাই৷ তেৱেই সঞ্জয় দত্ত৷ বলীউডলৈ ৰূপান্তৰ অনা অভিনেতাই হৈছে সঞ্জয় দত্ত৷ বহু মানুহৰেই হিয়াৰ আমঠু হৈ পৰা সঞ্জয় দত্তৰ জীৱনত প্ৰতি পদতেই আছিল বহু উত্থান-পতন৷

বিগত পাঁচ বছৰ পূৰ্বে এগৰাকী মহিলাই কৰা এটা কাণ্ডত সকলোৰে দৃষ্টি থৰ হৈ গৈছিল৷ কিমান ভালপালে এগৰাকী অনুৰাগীয়ে এই কাম কৰিব পাৰে? এগৰাকী মহিলাই তেওঁৰ সকলো সম্পত্তিয়েই উইল কৰি দিছে সঞ্জয় দত্তৰ নামত৷ বহু সম্পত্তিৰ গৰাকী সঞ্জয়ক মহিলা অনুৰাগীগৰাকীয়েও প্ৰদান কৰিছে ৭২ কোটি টকাৰ সম্পত্তি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা
প্ৰযুক্তি

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

July 2, 2026
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!
জীৱনশৈলী

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

July 2, 2026
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

July 2, 2026
Next Post
কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো…

কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো...

শিক্ষা বিভাগৰ বৃহৎ সিদ্ধান্ত! শিক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণীতেই দিব লাগিব এই পৰীক্ষা…

শিক্ষা বিভাগৰ বৃহৎ সিদ্ধান্ত! শিক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণীতেই দিব লাগিব এই পৰীক্ষা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.