• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উজনীবাসীলৈ মেটমৰা উপহাৰ হিমন্ত কেবিনেটৰ, সংবাদমেলত কি কি নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

উজনীবাসীলৈ মেটমৰা উপহাৰ হিমন্ত কেবিনেটৰ, সংবাদমেলত কি কি নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

3 years ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

11 minutes ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

42 minutes ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 hour ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

2 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

2 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

4 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

22 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

23 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উজনীবাসীলৈ মেটমৰা উপহাৰ হিমন্ত কেবিনেটৰ, সংবাদমেলত কি কি নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

editor by editor
January 30, 2023
in অসম
0
উজনীবাসীলৈ মেটমৰা উপহাৰ হিমন্ত কেবিনেটৰ, সংবাদমেলত কি কি নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ডিব্ৰুগড়ত ১৫০০ মানুহ বহিব পৰা কনভেন্সন চেণ্টাৰ নিৰ্মাণ কৰা হ’ব
৫০০ আসনযুক্ত এটা চেণ্টাৰ নিৰ্মাণতো অনুমোদন
ডিব্ৰুগড়ত তিনিখনকৈ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে অনুমোদন
আমোলাপট্টি, লাহোৱাল আৰু মানকাটাত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু
চৌকিডিং খেলপথাৰত হ’ব ফ্লাড লাইটৰ ব্যৱস্থা
ডিব্ৰুগড় পুলিছ ৰিজাৰ্ভ পাৰ্কলৈ ৰূপান্তৰ হ’ব
ডিব্ৰুগড়ত থানা নিৰ্মাণৰ বাবে ৩০০ কোটি টকাৰ অনুমোদন কেবিনেটৰ
চেঁচাৰ পৰা ইটাখুলিলৈ নিৰ্মাণ হ’ব ডাৱল লেন
ডিব্ৰুগড়ত চিএম সচিবালয় কাৰ্যালয় নিৰ্মাণ কৰা হ’ব
নাহৰকটীয়াত অত্যাধুনিক হকী ষ্টেডিয়াম নিৰ্মাণতো অনুমোদন কেবিনেটৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুটাকৈ নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব
তেজপুৰত নিৰ্মাণ হ’ব নতুন ৰাজভৱন
ডিব্ৰুগড় কাৰাগাৰ টিংখাঙলৈ স্থানান্তৰৰ সিদ্ধান্ত
আঘোণাবাৰীত নিৰ্মাণ হ’ব মথাউৰি
ডিব্ৰুগড়ত নিৰ্মাণ হ’ব ৫খন নতুন দলং
উত্তৰপ্ৰদেশৰ ঘাটামপুৰ প্ৰকল্পত ২০ শতাংশ বিনিয়োগ কৰিব অসম চৰকাৰে
উত্তৰ প্ৰদেশ চৰকাৰ আৰু ভাৰত চৰকাৰে যুঁটিয়াভাৱে আৰম্ভ কৰিছে এই প্ৰকল্প
এই প্ৰকল্পত উত্তৰপ্ৰদেশ চৰকাৰৰ আছে ৪৯ শতাংশ অংশীদাৰীত্ব
ভাৰত চৰকাৰৰ আছে ৫১ শতাংশ অংশীদাৰত্ব
উত্তৰ প্ৰদেশ চৰকাৰৰ ২০ শতাংশ বিনিয়োগ শ্বেয়াৰ হ’ব অসম চৰকাৰৰ সৈতে
কাইলৈ আলোচনাৰ বাবে যোগীৰ ৰাজ্যলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী
এই প্ৰকল্পৰ পৰা ৪০০ মেগাৱট বিদ্যুত লাভ কৰিব অসমে
১০০০ কোটি টকা ঘাটামপুৰ পাৱাৰপ্ৰজেক্টৰ বাবে ধাৰ্য্য
১০ মাৰ্চৰ পৰা আৰম্ভ হ’ব বাজেট অধিবেশন
১৬ মাৰ্চত দাখিল হ’ব বাজেট

পৰবৰ্তী কেবিনেট অনুষ্ঠিত হ’ব ওদাগুৰীত

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?
অসম

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

April 29, 2026
Next Post
ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…

ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক...

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে... কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.