• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়েও বাল্য বিবাহেই কৰিছিল, ইছমাইল হুছেইনে দাঙি ধৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়েও বাল্য বিবাহেই কৰিছিল, ইছমাইল হুছেইনে দাঙি ধৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য

3 years ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

55 minutes ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

1 hour ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

2 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

2 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

2 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

5 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

5 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

6 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

8 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়েও বাল্য বিবাহেই কৰিছিল, ইছমাইল হুছেইনে দাঙি ধৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য

editor by editor
February 6, 2023
in অসম, জীৱনশৈলী, বিবিধ
0
অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়েও বাল্য বিবাহেই কৰিছিল, ইছমাইল হুছেইনে দাঙি ধৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যত বাল্যবিবাহক লৈ অব্যাহত আছে অভিযান। অভিযানক বহুতেই সমৰ্থন কৰিছে যদিও বহুতেই আকৌ বিষয়টোক লৈ চৰকাৰক সমালোচনাও কৰিছে। লেখক ইছমাইল হুছেইনেও বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰিছে। ইছমাইল হুছেইনে ফেচবুক পোষ্টত লিখিছে, ‘কম বয়সত বিয়াঃ বেমাৰটো পুৰণি৷ গতিকে ১৮বছৰটো কঠোৰভাৱে মানি চলিব লাগে৷মই ২১বছৰৰ পক্ষপাতী৷বেমাৰটো কেৱল সনাতনধৰ্মীৰ মাজতেই নাছিল,ইছলামধৰ্মীৰ মাজতো আছিল৷আহক,বেমাৰটো নাইকিয়া কৰিবলৈ আইনক সহায় কৰোঁ৷’

ইপিনে ইছমাইল হুছেইনে কমবয়সতে বিয়া হোৱা নাৰীৰ এখন লিষ্টো পোষ্টটোত দাঙি ধৰিছে। তেওঁ দাঙি ধৰা তথ্যত প্ৰথমেই আছে কবি পদ্মাৱতী দেৱী ফুকননীৰ নাম। তেওঁ ৯ বছৰ বয়সতেই বিবাহপাশত আৱদ্ধ হৈছিল। ১৮৬২ চনত সম্পন্ন হৈছিল এই বিবাহ। ইয়াৰ পাছতেই আছে কবি নলিনীবালা দেৱীৰ নাম। নলিনীবালা দেৱীয়েও ১৯০৭ চনত ১১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল। সুৰবালা বৰদলৈ অৰ্থাৎ গোপীনাথ বৰদলৈৰ পত্নীয়েও ১৩ বছৰ বয়সতে আৱদ্ধ হৈছিল বিবাহপাশত। একেদৰে বিষ্ণুৰাম মেধিয়েও বাল্য বিবাহেই কৰিছিল। বিষ্ণুৰাম মেধীৰ পত্নী নিৰ্মলা ডেকাৰ বিবাহৰ সময়ত বয়স হৈছিল মাত্ৰ ১১ বছৰ।

বিখ্যাত কবি তথা লেখক ৰবীন্দ্ৰনাথ ঠাকুৰেও বাল্য বিবাহ কৰাইছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত তেওঁৰ পত্নী মৃণালিনী দেৱীৰ বয়স আছিল মাত্ৰ ৯ বছৰ। মৃণালিনী দেৱী অসম সাহিত্যসভাৰ প্ৰাক্তন উপ-সভানেত্ৰীগৰাকীয়েও বাল্য বিবাহেই কৰিছিল। বিবাহৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ১২ বছৰ।

উল্লেখ্য যে, ১৯১১ চনৰ লোকপিয়ল মতে অসমত সনাতনধৰ্মীৰ মাজত ৫ বছৰলৈ বিয়া হোৱা ছোৱালী ১০০ জনীৰো অধিক আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী
বাণিজ্য

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

June 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে
বিনোদন

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

June 21, 2026
Next Post
তুৰ্কীত মহাপ্ৰলয়, বৰভূঁইকপত প্ৰাণ গ’ল ৬০০ ৰো অধিক লোকৰ

তুৰ্কীত মহাপ্ৰলয়, বৰভূঁইকপত প্ৰাণ গ’ল ৬০০ ৰো অধিক লোকৰ

এবাৰ দেখা কৰিবলৈকে লাগে ৬০০ টকা… বাল্য বিবাহৰ নামত গ্ৰেপ্তাৰ কৰা স্বামীক লগ কৰিবলৈ আৰক্ষীক লাগে ধন!

এবাৰ দেখা কৰিবলৈকে লাগে ৬০০ টকা... বাল্য বিবাহৰ নামত গ্ৰেপ্তাৰ কৰা স্বামীক লগ কৰিবলৈ আৰক্ষীক লাগে ধন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.