• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

3 years ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

15 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

43 minutes ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 hour ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

2 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

3 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

4 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

4 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

5 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

6 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

7 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

editor by editor
March 4, 2023
in গুৱাহাটী
0
ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’
0
SHARES
29k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নিকুমনি এটি নিচেই কণমানি লৰা। শিলসাঁকোত চলি থকা উচ্ছেদৰ সময়ত আৰক্ষীৰ পৰা মাত্ৰ ১০ মিনিট সময় বিচাৰিছিল নিকুৱে। ঘৰখন উচ্ছেদ চলাব নিকুৱে বুজি উঠিছিল। সেয়ে যাৱতীয় সামগ্ৰীসমূহ আঁতৰাবলৈহে ১০ মিনিট সময় ৰʼবলৈ কৈছিল কণমানি নিকুৱে।

নিকুৰ বিশেষ ভিডিঅʼটো সামাজিক মাধ্যমত খুবেই ভাইৰেল। নিকুক লৈ লিখা লেখাৰে সামাজিক মাধ্যম ভৰি পৰিছে। নিকুৱে বুজি নাপালেও কোনোৱে যদি কবিতাৰে নিকুক হিৰো সজোৱাৰ চেষ্টা কৰিছে, কোনোৱে চৰকাৰক এই কাৰ্যৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰিছে। কোনোৱে অন কেমেৰা নিকুক সাহায্য আগবঢ়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এইসমূহৰ মাজতে একাংশ সচেতনমহলে নিকুৰ আত্মসন্মানত যাতে এইসমূহে প্ৰভাৱ নেপেলাই, তাৰবাবেও জনাইছে বিশেষ আহ্বান। এগৰাকী সামাজিক মাধ্যম হ্যৱহাৰকাৰীয়ে নিকু সন্দৰ্ভত লিখিছে,’উচ্ছেদত নিকুমণিয়ে ঘৰ হেৰুৱাইছিল।চৰকাৰে নিকুমণিৰ সপোন কাঢ়িছিল। একাংশই নিকুমণিৰ আত্মসন্মান কাঢ়িছে।

নিকুমণিক গিনিপিগ সজাবলৈ কোনে কাক অধিকাৰ দিছে? এটি শিশুৰ আত্মসন্মান কাঢ়িবলৈ সংবাদ মাধ্যমে অধিকাৰ ক’ত পালে? On কেমেৰা কাপোৰ পিন্ধোৱাৰ দৃশ্য সি যেতিয়া ডাঙৰ হৈ দেখিব, তেতিয়া ভাৱকচোন নিকুমণিয়ে কেনে এক ঘৃণাৰ চকুৰে আমাক চাব। নিকুমণিয়ে মাথোঁ ১০ মিনিট বিচাৰি চৰকাৰক ভ্ৰূকুটি কৰিছিল। আৰু একাংশই জনপ্ৰিয়তা বুটলিবলৈ নিকুমণিকেই গিনিপিগ সজাই দিলে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: nikumonisilsako
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
Next Post
ৰাজনীতিত এইবোৰ থাকেই! মাত্ৰ দুখন আসন লাভ কৰিও মেঘালয়ত চৰকাৰ গঠন কৰিব বিজেপিয়ে…

ৰাজনীতিত এইবোৰ থাকেই! মাত্ৰ দুখন আসন লাভ কৰিও মেঘালয়ত চৰকাৰ গঠন কৰিব বিজেপিয়ে...

পৰকীয়া প্ৰেমৰ বাবেই বকোৰ আখতাৰে হত্যা কৰিলে পত্নীক! সবিশেষ…

পৰকীয়া প্ৰেমৰ বাবেই বকোৰ আখতাৰে হত্যা কৰিলে পত্নীক! সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.