• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজআতিথ্য ঠিকেই লৈছিল! মহাৰাষ্ট্ৰ গৈ হে দেখুৱালে প্ৰকৃত স্বৰূপ…

ৰাজআতিথ্য ঠিকেই লৈছিল! মহাৰাষ্ট্ৰ গৈ হে দেখুৱালে প্ৰকৃত স্বৰূপ…

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজআতিথ্য ঠিকেই লৈছিল! মহাৰাষ্ট্ৰ গৈ হে দেখুৱালে প্ৰকৃত স্বৰূপ…

editor by editor
March 6, 2023
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
ৰাজআতিথ্য ঠিকেই লৈছিল! মহাৰাষ্ট্ৰ গৈ হে দেখুৱালে প্ৰকৃত স্বৰূপ…
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪: ৰাজ আতিথ্যতেই অসমত আছিল। ৰেডিছন ব্লুত অসমীয়াৰ আতিথ্য পাই মন নভৰিল এগৰাকী মহাৰাষ্ট্ৰৰ বিধায়কৰ। প্ৰহাৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচু কাডুয়ে অসমীয়া সমাজ জীৱনক লৈয়ে কৰিছে উপলুঙাসূচক মন্তব্য।

কেইমাহমান পূৰ্বে অসমলৈ আহিছিল মহাৰাষ্ট্ৰৰ কেইগৰাকীমান বিধায়ক। এইসকলৰ মাজতেই আছিল প্ৰহাৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচু কাডু । অসমৰ ৰেডিচন ব্লু হোটেলত অসমীয়া আতিথ্য লাভ কৰি যোৱা এইগৰাকী বিধায়ক মহাৰাষ্ট্ৰ বিধানসভাত অসমক লৈ কৰিছে এক অপমানজনক মন্তব্য। অসমৰ লোকে হেনো কুকুৰ ভক্ষণ কৰে আৰু মহাৰাষ্ট্ৰৰ পথৰ কুকুৰৰ সমস্যা দূৰ কৰিবলৈ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলিও মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰত তথা বিশেষকৈ মুম্বাইত মালিকবিহীন পথৰ কুকুৰ সমূহৰ উপদ্ৰৱ এতিয়াৰ নহয়। সততেই তেনে কুকুৰৰ আক্ৰমণৰ বলি হয় মহাৰাষ্ট্ৰৰ নাগৰিকসকল। কেৱল এয়াই নহয় বৰং মুম্বাই পৌৰ নিগমেও বছৰি এক গৰিষ্ঠসংখ্যক সময় আৰু টকা ব্যয় কৰিব লগীয়া হয় এই পদপথৰ কুকুৰৰ বাবে। যাৰ বাবে মহাৰাষ্ট্ৰৰ বিধানসভাত উত্থাপিত হৈছিল এই বিষয়টো। আৰু তাৰ পাছতেই বাচু কাডুৱে কৰে এই বিতৰ্কিত মন্তব্য।

উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক অপমাণিত কৰা এইয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও অসমক বহু লোকে ৰাষ্ট্ৰীয় পৰ্যায়ত অপমানিত কৰিছে। কিন্তু অসমত বহু দিন থাকি যোৱাৰ পিছতো অসম সম্পৰ্কে এনে তুলুঙা আৰু ভুল মন্তব্যই যে অসমক আৰু এবাৰ ভাৰতৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিলে সেইয়া নিশ্চিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam bjpassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
নিকুৰ এটি ঠিকনা হʼল! এই যাত্ৰাপথ মসৃণ হওঁক…

নিকুৰ এটি ঠিকনা হʼল! এই যাত্ৰাপথ মসৃণ হওঁক...

‘সময় কম, মোক শেষ কৰিব ইহঁতে…’ মাতৃলৈ এটা ফোন কৰিয়েই বহিঃ ৰাজ্যত মৃত্যুক আঁকোৱালি লʼলে টোটনে…

‘সময় কম, মোক শেষ কৰিব ইহঁতে...’ মাতৃলৈ এটা ফোন কৰিয়েই বহিঃ ৰাজ্যত মৃত্যুক আঁকোৱালি লʼলে টোটনে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.