• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

3 years ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

12 minutes ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

58 minutes ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

4 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

4 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

4 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

5 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

5 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

6 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

7 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

editor by editor
April 29, 2023
in ভাৰত, ৰাজনীতি
0
‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত। কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণৰ অভিযোগ আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে। শনিবাৰে হুমনাবাদত বিজেপিৰ সভাত মল্লিকাৰ্জূন খড়্গেৰ বিৰুদ্ধে এই অভিযোগ আনিছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘কংগ্ৰেছ নেতাসকলে এতিয়ালৈ ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে।’

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খড়্গে বৃহস্পতিবাৰে কালবুৰ্গিত এক নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিষধৰ সাপৰ সৈতে তুলনা কৰিছিল। কিন্তু এই মন্তব্য কৰাৰ পাছত দুঃখপ্ৰকাশো কৰিছিল কংগ্ৰেছ সভাপতিগৰাকীয়ে। নিজৰ মন্তব্যৰ স্পষ্টীকৰণ দি পাছত মল্লিকাৰ্জূন খড়্গে কৈছিল, ‘মোদীয়েই নহয় বিজেপিৰ সমূহ কৰ্মকৰ্তাই বিষাক্ত সাপৰ দৰে। মুখ মেলিলেই মৃত্যু অৱধাৰিত।’

আগন্তুক ১০ মেত ২২৪ আসনৰ বাবে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৩ মে’ত হ’ব ভোটগণনা। বহুকেইটা নিৰ্বাচনী সমীক্ষাই কোৱামতে এইবাৰ দক্ষিণ ভাৰতৰ একমাত্ৰ বিজেপি শাষিত ৰাজ্যৰ পৰাও বিজেপিয়ে বিদায় ল’ব। কংগ্ৰেছেই চৰকাৰ গঠন কৰিব। এইবাৰ শাসনভাৰ লাভ কৰিবনে এই বিষয়টোক লৈ শংকা অহাত প্রধানমন্ত্ৰী নিজেই নামি পৰিছে প্ৰচাৰত। দুদিনীয়া ভ্ৰমণসূচীয়ে মোদী উপস্থিত হৈছে কৰ্ণাটকত। বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰামতে কৰ্ণাটকত প্ৰথমদিনা ৬ খন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব মোদীয়ে। দুদিনত মুঠ ২২ খন প্ৰচাৰসভাত মোদীয়ে ভাগ ল’ব বুলিও জনাইছে একাংশ কৰ্মকৰ্তাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন
ভাৰত

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

October 24, 2026
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!
ভাৰত

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

October 24, 2026
Next Post
‘মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? ‘মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

'মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? 'মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

ABP C-Voterৰ সমীক্ষা, কৰ্ণাটকত এইবাৰ আহিব কংগ্ৰেছৰ চৰকাৰ

ABP C-Voterৰ সমীক্ষা, কৰ্ণাটকত এইবাৰ আহিব কংগ্ৰেছৰ চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.