• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন

যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন

3 years ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

6 minutes ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

52 minutes ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

1 hour ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

2 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

3 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

4 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

5 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

23 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

24 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন

editor by editor
May 16, 2023
in অসম, লেখা
0
যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনমনি ৰাভাৰ মৃত্যুৰ পাছতেই সামাজিক মাধ্যমত চলিছে কেৱল জোনমনিৰেই চৰ্চা। এই মৃত্যু সহজ নহয়! এনেকৈ পুৱতি নিশা কিয় ওলাই গৈছিল জোনমনি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰোপৰি জোনমনিৰ বাসগৃহৰ পৰা কেইগৰাকীমান আৰক্ষী বিষয়াই নিশা তালাচি চলাই ১ লাখ টকা লৈ অহা বুলিও মাতৃয়ে ভাষ্য প্ৰদান কৰিছে। এই সমূহ বিষয় পোহৰলৈ অহাৰ পাছতেই এতিয়া জোনমনি মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

জোনমনিৰ মৃত্যু সন্দৰ্ভত এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে উত্থাপন কৰিছে কেইটামান প্ৰশ্ন। পৰাগ হাজৰিকা নামৰ সামাজিক মাধ্যম ইউজাৰকাৰীজনে লিখিছে, ‘প্ৰসংগঃ SI জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু৷

মৃত্যু চিৰন্তন সত্য কিন্তু মৃত্যু দুৰ্ভাগ্য৷ ই এক আকস্মিক দুৰ্ঘটনা হ’ব নোৱাৰে কাৰণঃ
১/এগৰাকী SI নিৰাপত্তাৰক্ষী হীন হ’ল কেনেকৈ?
২/ইমান গভীৰ নিশা তেওঁ অকলশৰে গৈছিল ক’লৈ বা যাবলগীয়া হ’ল কিয়?

সাধাৰণতে এটা আকস্মিক দুৰ্ঘটনা হ’লে প্ৰশাসনে দুৰ্ঘটনা হোৱা গাড়ীৰ নং লৈ এটা ৰিপৰ্ট ফাইল প্ৰস্তুত কৰিব লাগে ৷ তদন্ত কৰা হয় গাড়ীৰ গৰাকী কোন? যিটো প্ৰক্ৰিয়া এতিয়ালৈকে হোৱা নাই বুলি অনুভৱ হৈছে৷ এইকাৰণেই হোৱা নাই বুলি ধৰা হৈছে যিগৰাকী পুলিচ বিষয়াই Byte দিছে তেওঁ গাড়ীৰ নম্বৰ উচ্চাৰণ কৰা নাই৷ গাড়ীখন হয়তো কোনোবা smugglerৰ হয় য’ত এক ৰহস্যৰ সম্ভেদ পোৱা গৈছে৷ লগতে প্ৰয়াত জোনমণি ৰাভাৰ এলট’ এছপ্ৰেছ’ বাহনৰ নম্বৰো উল্লেখ কৰা নাই৷ ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পাছত সেই বাহনৰ গৰাকী কোন উলিয়াব নালাগিছিল নে এই মুহূৰ্তলৈকে? গাড়ীৰ নাম্বাৰ ক’লে বা উল্লেখ কৰিলে ৰাইজেও কাৰ বাহন জানিব পাৰিব সেই কাৰণেই উল্লেখ কৰাত ব্যৰ্থ যেন অনুভৱ হৈছে৷ এজন প্ৰশাসনিক বিষয়াৰ এনে ঘটনাক যদি প্ৰশাসনেই ইমান গা এৰি মাথোঁ মৃত্যু বুলি কয় ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ একো হ’ব নোৱাৰে৷ যিগৰাকী পুলিচ বিষয়াই byte দিছে তেওঁৰ সলনি দায়িত্বত থকা বিষয়াই কথাখিনি ব্যক্ত কৰা হ’লে অনাকাংক্ষিত বুলি ধৰি ল’ব পৰা যায় কিয়নো যিটো স্থানত প্ৰশ্ন কৰিছে সেয়া থানা চৌহদত৷

দ্বিতীয়তে ইমান সময়লৈকে গাড়ীৰ গৰাকীৰ লগতে চালক(ড্ৰাইভাৰ)ক সোধাপোছা কৰা হোৱা নাই৷ গাড়ীৰ গৰাকী বাদ দিলো চালকক ধৰিওটো ঘটনা সম্পৰ্কে সুধিব পাৰে৷ কিয় এইয়াও কৰা হোৱা নাই৷ দুৰ্ঘটনাৰ প্ৰলেপ সানি প্ৰশাসনে এটা গুৰুতৰ অপৰাধ কৰা নাইতো? তদন্ত হওক তেখেতৰ দুৰ্ঘটনাৰ ৷ বেলেগে তদন্ত নালাগে ৷ কাৰণ ইমান ৰাতি তেওঁ অকলে গাড়ী লৈ ওলাই গৈছিল কিবা নিশ্চয় কথোপকথন হৈছে কাৰোবাৰ সৈতে ৷ গতিকে, জোনমণি ৰাভাৰ ব্যৱহৃত মোবাইল ফোন, গাড়ীৰ ড্ৰাইভাৰৰ মোবাইল ফোন আৰু যিগৰাকী ব্যক্তিয়ে প্ৰশাসনক ঘটনাৰ বিষয়ে জনাইছে তেওঁৰ ব্যৱহৃত মোবাইল ফোন আৰু যিগৰাকী প্ৰশাসনক ফোন কৰি জনাইছিল তেওঁলোকৰ মোবাইলৰ সকলো তথ্য উলিয়ালেই হ’ল৷ উচিত তদন্ত হওক৷ তদন্তৰ নামত তদন্তৰ নহওক কাৰণ যাৰ ভৰসাত জনতা তেওঁৰেই আজি এই ঘটনা৷ প্ৰশাসনে উদ্যোগ ল’ব বুলি আশা কৰিছোঁ এই বিষয়টো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z…

১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.