• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

3 years ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

1 minute ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

24 minutes ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

54 minutes ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

1 hour ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

2 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

3 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

4 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

5 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

6 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

6 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?

editor by editor
June 9, 2023
in জীৱনশৈলী
0
বুধবাৰে জন্ম হোৱা ব্যক্তিসকল বুদ্ধিমান হয়, আৰু কি কি গুণৰ অধিকাৰী বুধবাৰে জন্ম হোৱা লোকসকল?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰে জন্ম লোৱা ব্যক্তিসকলৰ বুধগ্ৰহৰ সৈতে বিশেষ সংযোগ থাকে। বুধবাৰৰ দিনটো দেৱতাসকলৰ মাজৰ প্রধান দেৱতা গণেশৰ দিন বুলি মনা হয়। গণেশ বুদ্ধিৰ দেৱতা। সেয়ে বুধবাৰে জন্ম লোৱা ব্যক্তিসকল বুদ্ধিয়ক হয় বুলি শাস্ত্ৰজ্ঞসকলে ক’ব খোজে। বুধবাৰে জন্ম হোৱা ব্যক্তিসকলে বুদ্ধিৰ প্ৰয়োগেৰে ধন আহৰণ কৰিব পাৰে। এই বাৰত জন্ম হোৱা ব্যক্তি বেছিসংখ্যকেই চৰকাৰী চাকৰিয়াল হয়। কিন্তু বুধবাৰে জন্মলোৱা ব্যক্তিসকলে কোনো ঠাইত স্থায়ীভাৱে কাম কৰি থাকিব নোৱাৰে। কিয়নো এই বাৰত জন্ম ব্যক্তিৰ ধন আহৰণৰ তীব্ৰ প্ৰৱণতা থাকে যাৰবাবে ভালকৈ ধন আহৰণ কৰিব পৰা কাম তেওঁলোকে অনবৰতেই বিচাৰি থাকে। সোনকালেই প্ৰমোছন আৰু ইনক্ৰিমেণ্ট লাভ কৰিব পৰা চাকৰিৰ প্ৰতিহে তেওঁলোক আগ্ৰহী।

বন্ধুত্বৰ সম্পৰ্ক তেওঁলোকে ভালকৈ ধৰি ৰাখিব পাৰে
বুধবাৰে জন্ম লোৱা ব্যক্তিসকলৰ এটা কথা খুবেই অদ্ভুত যে এওঁলোকে বন্ধুত্বৰ সম্পৰ্ক সুচাৰুৰূপে জীয়াই ৰাখিব জানে। মনে নিমিলা মানুহৰ সৈতেও এই বাৰত জন্ম ব্যক্তিয়ে সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে। এওলোকৰ বন্ধুত্বৰ তালিকাত ভাল আৰু বেয়া দুইধৰণৰ ব্যক্তিয়েই থাকে।

বৈবাহিক জীৱন কেনে হয়?
বুধবাৰে জন্ম হোৱা ব্যক্তিৰ বৈবাহিক জীৱন মসৃণ হয় বুলি জ্যোতিষসকলে দাবী কৰে। এই বাৰত জন্ম ব্যক্তি গুণবান হোৱাৰ লগতে বৈবাহিক জীৱন এওঁলোকৰ খুবেই মসৃণ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ
জীৱনশৈলী

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ
জীৱনশৈলী

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

October 24, 2026
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
Next Post
কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা

কিমান কোটি টকাৰ মালিক চনম কাপুৰ? জন্মদিনতেই অনিল কন্যাৰ বেংক বেলেন্সক লৈ চলিছে চৰ্চা

দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া

দেওবাৰৰ পৰা কৰ্ণাটকত মহিলাই পাব ফ্ৰি বাছসেৱা! কণ্ডাক্টৰ হ’ব মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.