• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনালী নাথৰ ওপৰত মিছাকৈয়ে পৰকীয়া প্ৰেমৰ অভিযোগ দিয়া হৈছে! জোনালীৰ স্বামীয়ে এজাহাৰ দাখিল কৰিলে CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে

জোনালী নাথৰ ওপৰত মিছাকৈয়ে পৰকীয়া প্ৰেমৰ অভিযোগ দিয়া হৈছে! জোনালীৰ স্বামীয়ে এজাহাৰ দাখিল কৰিলে CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে

3 years ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

25 minutes ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

1 hour ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

2 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

3 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

3 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

4 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

5 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

6 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

6 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

7 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

7 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জোনালী নাথৰ ওপৰত মিছাকৈয়ে পৰকীয়া প্ৰেমৰ অভিযোগ দিয়া হৈছে! জোনালীৰ স্বামীয়ে এজাহাৰ দাখিল কৰিলে CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে

editor by editor
June 14, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
জোনালী নাথৰ ওপৰত মিছাকৈয়ে পৰকীয়া প্ৰেমৰ অভিযোগ দিয়া হৈছে! জোনালীৰ স্বামীয়ে এজাহাৰ দাখিল কৰিলে CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথৰ মৃত্যুৱে জোকাৰিছে ৰাজ্য৷ ঘটনাৰ লগে লগেই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তাৎক্ষণিক তদন্তও কৰিছে৷ তাৰপিছতো এইবাৰ আকৌ ন্যায় বিচাৰি ওলাইছে জোনালী নাথৰ কন্যা আৰু স্বামী৷ আৰক্ষীৰ তদন্তত সন্তুষ্ঠ হোৱা নাই জোনালীৰ পৰিয়াল৷ জোনালীক হত্যা কৰাৰ পাছতেই পৰিয়ালটোকো আকৌ এবাৰ হত্যা কৰা হৈছে বুলি অভিযোগ জোনালীৰ কন্যা আৰু স্বামীৰ৷ কান্দি কান্দি জোনালীৰ স্বামী আৰু কন্যাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান৷

জোনালীৰ কন্যাই কয়, ‘প্ৰেমিক-প্ৰেমিকা এইবোৰ কথা সঁচা নহয়৷ আৰক্ষীয়ে ভুল ইনভেষ্টিগেছন কৰিছে৷ এয়া হ’বই নোৱাৰে৷ মায়ে মোক জন্ম দিছে৷ পাপাৰ সৈতে মাৰ ২৭ বছৰীয়া সংসাৰ৷ পাপাই এইবোৰ শুনি কান্দি কান্দি পাগল হৈছে৷ জোনালী নাথৰ মৃত্যুক লৈ আৰক্ষী বিভাগে দিয়া ৰিপৰ্টক লৈ ক্ষোভিত হৈ পৰিছে জোনালী নাথৰ কন্যা আৰু স্বামী। জোনালী নাথৰ মৃত্যু হ’ল, মৃত্যুৰ পাছতেই তেওঁৰ ওপৰত মিছা অপবাদ দিয়া হৈছে বুলি মন্তব্য কৰিছে জোনালীৰ স্বামীয়েও।

জোনালীৰ স্বামীয়ে কয়, ‘হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিল ভালপাইছো৷ আইজিপিয়ে দিয়া মিছা অপবাদ মই মানিব নোৱাৰো৷ জোনালীকেই নহয় এই কথাই আমাকো মাৰি পেলালে৷ জোনালী আৰু মোৰ ২৭ বছৰীয়া সংসাৰ৷ হত্যাকাৰীয়ে ক’লেই সকলো কথা মানি ল’ব নেকি? ছোৱালী হোষ্টেলত থাকে, তাই কেনেকৈ হোষ্টেললৈ যাব? মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৰক৷ আমাক চিবিআই তদন্ত লাগে৷

উল্লেখ্য যে বুধবাৰে জোনালী নাথৰ স্বামীয়ে CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ জোনালী নাথৰ হত্যাৰ পাছতেই হত্যাকাৰী হাছানুৰে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছিল৷ হত্যাকাৰী হাছানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়েও সংবাদমেলযোগে এই কথা প্ৰচাৰ কৰিছিল৷ হত্যাকাৰী হাছানুৰে ক’লে বুলিয়েই এই কথা কেনেকৈ সত্য বুলি মানি ল’লে আৰক্ষীয়ে সেই কথাৰ উত্তৰ বিচাৰিছে এতিয়া জোনালীৰ দুৰ্ভগীয়া পৰিয়ালটোৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!
জীৱনশৈলী

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

March 22, 2026
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!
জীৱনশৈলী

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

March 22, 2026
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
Next Post
তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক

তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক

সুশান্ত সিং ৰাজপুতৰ তৃতীয় মৃত্যুবাৰ্ষিকীত পুৰণা স্মৃতি সোঁৱৰি কি ক’লে ভগ্নী শ্বেতাই

সুশান্ত সিং ৰাজপুতৰ তৃতীয় মৃত্যুবাৰ্ষিকীত পুৰণা স্মৃতি সোঁৱৰি কি ক’লে ভগ্নী শ্বেতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.