• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক

তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক

3 years ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

25 minutes ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

47 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

2 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

3 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

18 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

18 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

19 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

20 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

20 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক

editor by editor
June 14, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ
বাগৰি বাগৰি কান্দিছে এজন মন্ত্ৰীয়ে৷ ডি এম কেৰ নেতা ভি ছেণ্ঠিল বালাজীয়ে হুৰাহুৰে কান্দিছে৷ কিন্তু কিয় এনেদৰে কান্দোনত ভাঙি পৰিছে মন্ত্ৰী বালাজী?
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়তেই কান্দোনত ভাঙি পৰিছে তামিলনাডুৰ শক্তি মন্ত্ৰী ভি ছেণ্ঠিল বালাজী৷ মন্ত্ৰী বালাজীক ঘৰত মঙলবাৰে চলিছিল ইডিৰ তালাচি৷ আৰ্থিক দুৰ্নীতিৰ বহু অভিযোগ আছে শক্তি মন্ত্ৰী ভি বালাজীৰ বিৰুদ্ধে৷ মঙলবাৰে দিনজোৰা তদন্তৰ অন্তত নিশা প্ৰায় ২ বজাত ইডিৰ দলে গ্ৰেপ্তাৰ কৰে শক্তিমন্ত্ৰী বালাজীক৷

টকা লৈ বহুজনক চাকৰি দিয়াৰ অভিযোগ আছে বালাজীৰ বিৰুদ্ধে৷ মঙলবাৰে ইডিয়ে জেৰা চলাই নিশাই গ্ৰেপ্তাৰ কৰে মন্ত্ৰী বালাজীক৷ কিন্তু বালাজীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডিৰ দলো৷ গ্ৰেপ্তাৰৰ পাছতেই কান্দি কান্দি অচেতন হৈ পৰে বালাজী৷ বুধবাৰে পুৱতি নিশাই ইডিৰ দলে হাস্পতালত ভৰ্তী কৰাই বালাজীক৷

বালাজীক গ্ৰেপ্তাৰ কৰাৰ খবৰৰ লগতে হাস্পতালত ভৰ্তী হৈ থকাৰ খবৰ পায়েই তেওঁক লগ কৰিবলৈ হাস্পতাললৈ গৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন৷ মুখ্যমন্ত্ৰী ষ্টেলিনে পুৱাই খবৰ ল’বলৈ আহে গ্ৰেপ্তাৰ হৈ আইচিইউত থকা বালাজীৰ৷ বৰ্তমান চেন্নাইৰ ওমানদুৱাৰ চৰকাৰী হাস্পতালত ভৰ্তী হৈ আছে মন্ত্ৰী বালাজী৷ বালাজী ভৰ্তি হৈ থকা হাস্পতালৰ বাহিৰত এতিয়া ডিএমকেৰ নেতা পালিনেতাৰ ভীৰ৷ ঘটনাক লৈ ডিএমকেৰ সাংসদ তথা অধিবক্তা এন আপ এলানগোৱে কৈছে, ‘কিয় গ্ৰেপ্তাৰ কৰিছে ইডিয়ে মুকলিকৈ কওক৷ এনেকৈ গ্ৰেপ্তাৰ কৰাটো বেআইনী৷ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কোনো নিয়মো মানি চলা নাই ইডিয়ে৷
আমি ইয়াৰ বিৰুদ্ধে আইনী যুঁজ কৰিম৷ বিজেপিয়ে ভয় খোৱাই ডিএমকেৰ একো কৰিব নোৱাৰে৷’

অভিযোগ অনুসৰি প্ৰয়াত নেত্ৰী জয়ললিতা মুখ্যমন্ত্ৰী থকা অৱস্থাতেই এই দুৰ্নীতি কৰিছিল বালাজীয়ে৷ কিন্তু এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ে এতিয়াহে ইডিক তদন্তৰ নিৰ্দেশ দিছে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই ইডিয়ে বালাজীৰ লগতে বালাজীৰ ঘনিষ্ঠ কেইবাজনৰ ঘৰত তালাচি চলোৱা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
Next Post
সুশান্ত সিং ৰাজপুতৰ তৃতীয় মৃত্যুবাৰ্ষিকীত পুৰণা স্মৃতি সোঁৱৰি কি ক’লে ভগ্নী শ্বেতাই

সুশান্ত সিং ৰাজপুতৰ তৃতীয় মৃত্যুবাৰ্ষিকীত পুৰণা স্মৃতি সোঁৱৰি কি ক’লে ভগ্নী শ্বেতাই

আমাৰ জোনৰ মৃত্যু তদন্ত সঠিক ৰূপত হওক! জোনমণিৰ মৃত্যু তদন্ত চিবিআইয়ে লোৱাক লৈ কি কৈছে জোনমণিৰ মাতৃয়ে?

আমাৰ জোনৰ মৃত্যু তদন্ত সঠিক ৰূপত হওক! জোনমণিৰ মৃত্যু তদন্ত চিবিআইয়ে লোৱাক লৈ কি কৈছে জোনমণিৰ মাতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.