• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনিৰ মাজতেই দুৰ্ঘটনা! তৰ্কিবলৈ সুযোগ নৌপাওতেই প্ৰাণ গল ২৬জন লোকৰ

টোপনিৰ মাজতেই দুৰ্ঘটনা! তৰ্কিবলৈ সুযোগ নৌপাওতেই প্ৰাণ গল ২৬জন লোকৰ

3 years ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

8 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

41 minutes ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

2 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

4 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

4 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

5 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

টোপনিৰ মাজতেই দুৰ্ঘটনা! তৰ্কিবলৈ সুযোগ নৌপাওতেই প্ৰাণ গল ২৬জন লোকৰ

editor by editor
July 1, 2023
in বিবিধ, ভাৰত
0
টোপনিৰ মাজতেই দুৰ্ঘটনা! তৰ্কিবলৈ সুযোগ নৌপাওতেই প্ৰাণ গল ২৬জন লোকৰ
0
SHARES
12.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰথমে দুৰ্ঘটনা। তাৰপাছতেই দাউদাউকৈ জ্বলি উঠে বাছখন। শুকুৰবাৰে মাজনিশা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত জ্বলি উঠা বাছখনৰ ভিতৰত থকা প্ৰায় ২৬জন লোকে মৃত্যুকা আকোঁৱালি লৈছে। বাছখনত থকা মাত্ৰ ৭ আৰোহীকহে জীৱন্তে উদ্ধাৰ কৰিব পৰা বুলি জনাইছে মহাৰাষ্ট্ৰ প্ৰশাসনে। দুৰ্ঘটনাত বাছৰ চালকৰ প্ৰাণ ৰক্ষা পৰাৰ লগতে আন ৬যাত্ৰী বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে। দুৰ্ঘটনা সন্দৰ্ভত বৰ্ণনা দিছে বাছখনৰ চালকে। চালকে জনোৱা অনুসৰি বাছখন মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰে যাত্ৰা কৰিছিল। তেতিয়া নিশা প্ৰায় ১বাজি ৩৫ মিনিট। বুলধানা চহৰ পাওতেই হঠাৎ বাছখনৰ চকা ফুটে। তাৰপাছতেই এটা খুঁটাত খুন্দা খাই বাছখন বাগৰি পৰে। বাগৰি পৰিয়েই বাছখনৰ ডিজেল টেংকত জুইৰ সূত্ৰপাত হয়।

নাগপুৰৰ পৰা পুণে অভিমুখে যাত্ৰা কৰিছিল বাহনখনে। বাছখনত আছিল ৩৩জন যাত্ৰী। ৩৩গৰাকী যাত্ৰীৰ মাজত কেৱল ৭যাত্ৰীকহে জীৱন্তে উদ্ধাৰ কৰিব পৰা গৈছে। বাছখনৰ দুজন চালকৰ ভিতৰত এজনৰ মৃত্যু হৈছে। দৰ্জা থকা ফালেই বাছখন যিহেতু বাগৰি পৰিছিল সেয়ে যাত্ৰীসকল ওলাই আহিব পৰা নাছিল বাছৰ পৰা। যিসকল যাত্ৰী কেবিনৰ কাষত আছিল তেওঁলোকহে বাছৰ বাহিৰলৈ ওলাবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰীয়েই শুই আছিল। মহাৰাষ্ট্ৰৰ ঘটনাক লৈ দুখপ্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়েও বিশেষ টুইট কৰিছে। টুইটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেও দুখপ্ৰকাশ কৰিছে। মৃতকৰ পৰিয়াললৈ ৫লাখ টকাকৈ আৰ্থিক সাহায্যও ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইতিমধ্যে ঘটনাত নিহত আহতসকলৰ পৰিয়ালৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰো মুকলি কৰিছে। ৭০২০৪৩৫৯৫৪ আৰু ০৭২৬২২৪২৬৮৩ নম্বৰত ফোন কৰি আত্মীয়ই যোগাযোগ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
Next Post
কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?

কালাৰফুল লাইফ! ১০ হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক, ফুটবলাৰ বেঞ্জামিন এইবাৰ কিয় পৰিল আৰক্ষীৰ জালত?

বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা

বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.