• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা

বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা

3 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

27 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা

editor by editor
July 1, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা! আয়ুষ্মান ভাৰতৰ অধীনত ট্ৰেন্সজেণ্ডাৰসকললৈ বিশেষ সুবিধা
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ সম্পূৰ্ণ হৈছে। কিন্তু দেশ স্বাধীন হোৱাৰ ইমান বছৰ পাৰ হ’লেও মনৰ সংকীৰ্ণতা আজিও আছে বুলি বহুসময়তে চৰ্চা হয়। দেশৰ স্বাধীনতাৰ দেশৰ প্ৰতিগৰাকী জনতাই লাভ কৰিছেনে সেই বিষয়টোক লৈয়ো বিতৰ্ক অব্যাহত আছে। বিশেষকৈ তৃতীয় লিংগৰ ব্যক্তিক আজিও বহুতেই অৱহেলা কৰে। তৃতীয় লিংগৰ মানুহ দেখিলেই টিপ্পনী দিয়া, ঠাট্টা কৰা আদি এতিয়াও বহুতৰেই স্বভাৱ। সমাজত আজিও তেওঁলোক বঞ্চিত। সেয়ে সময়ে সময়ে তেওঁলোকৰ সুৰক্ষা, স্বাস্থ্য আৰু অধিকাৰৰ বাবে একোটা আন্দোলনো চলি আছে।

শেহতীয়াকৈ তেওঁলোকৰ স্বাস্থ্য সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখি বিশেষ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত এক যুগান্তকাৰী ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ডাঃ মনসুখ মাণ্ডব্য, কেন্দ্ৰীয় মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰসহ একাধিক স্বাস্থ্য বিশেষজ্ঞৰ উপস্থিতিত Union Minister of Social Justice and Empowermentৰ সৈতে এখন চুক্তি স্বাক্ষৰিত হৈছে।

চুক্তিমতে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা প্ৰকল্পৰ অধীনত ৰূপান্তৰকামীসকলক বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা ঘোষণা কৰা হৈছে। একমাত্ৰ ট্ৰান্সজেণ্ডাৰসকলেহে এই সুবিধা লাভ কৰিব। এই প্ৰসংগত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই কয়, ‘এতিয়াৰে পৰা আয়ুষ্মান ভাৰত-প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ট্ৰান্সজেণ্ডাৰসকলে লিংগ পৰিবৰ্তন কৰিবলৈ গ’লে এই যোজনাৰ অধীনত খৰচ লাভ কৰিব। ইয়াৰোপৰি কোনো চিকিৎসালয়ে তেওঁলোকক চিকিৎসা প্ৰদান নকৰো বুলি ক’ব নোৱাৰিব। সমগ্ৰ দেশৰ AB PM-JAY তালিকাভুক্ত সমস্ত হাস্পতালত তেওঁলোকে চিকিৎসা সেৱা লাভ কৰিব।’

সমাজত তৃতীয় লিংগৰ ব্যক্তিৰ প্ৰতি যি অৱহেলাৰ মনোভাৱ বিদ্যমান সেয়া দূৰ কৰিবলৈকে এই সিদ্ধান্ত লৈছে দেশৰ স্বাস্থ্য কল্যাণ মন্ত্ৰণালয়ে। প্ৰথম বিশ্বৰ দেশসমূহত প্ৰতিজন নাগৰিকৰ বাবেই স্বাস্থ্য সুৰক্ষা আৰু স্বাস্থ্য বীমাৰ ব্যৱস্থা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
Next Post
জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে

জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে

ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.